নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজি বাইহাটাত উদ্যমিতা আঁচনিৰ ধন বিতৰণ কৰিব মুখ্যমন্ত্ৰীয়ে

আজি বাইহাটালৈ যাব মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা। মুখ্যমন্ত্ৰী ড০ শৰ্মাই ৩২নং কমলপুৰ বিধানসভা সমষ্টিৰ ৩২,৮০৪গৰাকী মহিলাক মহিলা উদ্যমিতা অভিযানৰ ধন বিতৰণ কৰিব। প্ৰায় ৩২ কোটি ৮০ লাখ টকাৰ পুঁজি বিতৰণ কৰিব মুখ্যমন্ত্ৰীগৰাকীয়ে। উল্লেখ্য…

জ্ঞানৰ আকৰ পুথিভঁৰাল

পুথিভঁৰাল সভ্য সমাজৰ অবিচ্ছেদ্য আৰু অপৰিহার্য অংগ৷ জ্ঞানৰ ভাণ্ডাৰ পুথিভঁৰাল বা গ্রন্থাগাৰসমূহে জ্ঞানৰ বিস্তাৰৰ ক্ষেত্রত অপৰিসীম ভূমিকা গ্রহণ কৰে৷ স্থানীয় ভাষা, সাহিত্য আৰু ঐতিহ্যৰ সংৰক্ষণ আৰু প্রচাৰত গ্রন্থাগাৰসমূহে অনবদ্য অৱদান আগবঢ়ায়৷…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৬ জানুৱাৰী, মাঘ মাহৰ ২ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণা ত্রয়োদশী, নক্ষত্র : মূলা, যাত্রা : শুভ মেষ : অবাঞ্ছিত লোকৰ পৰা সতর্ক থাকক৷ কিন্তু সামগ্রিকভাৱে দিনটো ভালদৰে পাৰ হ’ব৷ শুভ বর্ণ ক’লা৷ ক’লা ৰঙৰ পোছাক পিন্ধিব৷ যাত্রা কৰিব পাৰে৷ শুভ…

ৰাজ্যৰ গাঁৱে গাঁৱে নকল কাঁহৰ সামগ্ৰী বিক্ৰী অসাধু ব্যৱসায়ীৰ

আপুনি নিজৰ ঘৰৰ বাবে বা আনক উপহাৰ দিবৰ বাবে মূল্যৱান কাঁহৰ সামগ্ৰী কিনিছে নেকি ? অথবা পুৰণি কাঁহৰ সামগ্ৰী বদলি কৰি লৈছে নেকি নতুন কাঁহৰ সামগ্ৰী ? যদি কাঁহৰ সামগ্ৰী কিনি লৈছে নাইবা পুৰণি সামগ্ৰীৰ বদলি দি নতুন কাঁহৰ সামগ্ৰী লৈছে তেন্তে অলপ…

নগাঁৱৰ ঔঅনাৰ জলাশয়ত সহস্ৰাধিক ৰাজহংসৰ মুক্ত বিচৰণ

এতিয়া শীতকালৰ ফৰকাল বতৰ। এই সময়তেই জলাশয়-বিল আদিলৈ দেশী-বিদেশী পৰিভ্ৰমী পক্ষীৰ আগমন ঘটে। থলুৱা বিভিন্ন প্ৰজাতিৰ পক্ষীকুলৰ জলকেলিয়ে নয়নাভিৰাম পৰিবেশৰ সৃষ্টি কৰিছে। এইকেইদিন শীতৰ প্ৰকোপ বৃদ্ধি হৈছে যদিও ৰাজ্যখনৰ বিভিন্ন স্থানৰ লগতে নগাঁও…

দুটাকৈ কাৰ্যসূচী লৈ আজি ধুবুৰীলৈ ডঃ হিমন্ত বিশ্ব শৰ্মা

আজি দুটাকৈ কাৰ্যসূচী লৈ ধুবুৰী জিলাৰ বিলাসীপাৰাত উপস্থিত হ'ব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। প্ৰথমটো কাৰ্যসূচীত তেওঁ মহিলা উদ্যোমতা আঁচনিৰ অধীনত বিলাসীপাৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত আত্মসহায়ক গোটসমূহৰ ১৮,৩৭৫ গৰাকী মহিলাসকল চেক প্ৰদান…

নিউজিলেণ্ডৰ শক্তিশালী প্ৰত্যুত্তৰ, দ্বিতীয় এদিনীয়াত ভাৰত হাৰিল

ভাৰত দ্বিতীয় এদিনীয়াত নিউজিলেণ্ডৰ হাতত ৭ উইকেটৰ ব্যৱধানত পৰাজিত হৈছে। ইয়াৰ লগে লগে তিনিখনীয়া এদিনীয়া শৃংখলাত দুয়ো দলে ১-১ সমতা স্থাপন কৰিছে। ডেৰিল মিচেলৰ শতকীয় ইনিংছে সম্পূৰ্ণ ভাৰতীয় দলকেই বিপদত পেলালে। ৰাজকোটত অনুষ্ঠিত এই এদিনীয়া খেলখনত…

অসমীয়াক সজাগ হোৱাৰ আহ্বান দয়ানন্দ বৰগোহাঁইৰ

ৰেজাউল কৰিমে গৌৰৱ গগৈক কাষত লৈ যিধৰণে বিতৰ্কিত মন্তব্য কৰিলে, তাক মই ঘোৰ নিন্দা কৰিছোঁ। মোৰ মনে ধৰে যে অসম বুৰঞ্জীৰ ১০০ শতাংশৰ ১ শতাংশো নাজানে গৌৰৱ গগৈয়ে। সংবাদমেলত এই কঠোৰ মন্তব্য ড০ দয়ানন্দ বৰগোহাঁইৰ। আমছুৰ প্ৰাক্তন নেতা ৰেজাউল কৰিমে…

অসমত নেপালৰ দৰে পৰিস্থিতি সৃষ্টিৰ ষড়যন্ত্ৰ কংগ্ৰেছৰ

কংগ্ৰেছৰ এক ভয়ংকৰ ষড়যন্ত্ৰ। অসম বিজেপি ৰাজ্যিক কাৰ্যালয় জ্বলাই দিয়া কাৰ্যক প্ৰৰোচনা অসম কংগ্ৰেছৰ। সামাজিক মাধ্যমত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় জ্বলাই দিয়াৰ ফটো আপলোড কৰিছিল অসম প্ৰদেশ কংগ্ৰেছে। খিলঞ্জীয়া ৰাইজৰ বিৰোধী অসম প্ৰদেশ কংগ্ৰেছে এতিয়া…

উত্তৰ ভাৰতত হাড় কঁপোৱা শীতৰ প্ৰকোপ, ঘন কুঁৱলীত জীৱন ব্যাহত

উত্তৰ ভাৰত এই দিনবোৰত তীব্ৰ শীতৰ কবলত পৰিছে। নগৰ অঞ্চলৰ পৰা পথাৰলৈকে ঘন কুঁৱলীৰ চাদৰে আৱৰি ধৰিছে অঞ্চলসমূহ। বহু ৰাজ্যত তাপমাত্ৰা শূন্য ডিগ্ৰীৰ ওচৰলৈ বা তাৰো তললৈ নামি গৈছে। বতৰ বিজ্ঞান বিভাগে সতর্ক কৰি দিছে যে আগন্তুক কেইদিনো শীত আৰু…