নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজমল ছুপাৰ–৪০ : হোজাইত NEET-JEE-2025ত সফলতা লাভ কৰা শিক্ষাৰ্থীক সম্বৰ্ধনা

হোজাইস্থিত মৰিয়ম আজমল ৱমেন্স কলেজ অৱ চাইন্স এণ্ড টেকনোলজীৰ চৌহদত আজি আজমল ফাউণ্ডেচনৰ উদ্যোগত এক সম্বৰ্ধনা সভা অনুষ্ঠিত হয়। আজমল ছুপাৰ–৪০ আঁচনিৰ জৰিয়তে NEET আৰু JEE–2025 পৰীক্ষাত সফলতা অৰ্জন কৰি দেশৰ বিভিন্ন আগশাৰীৰ চিকিৎসা আৰু…

লখিমপুৰৰ নতুন সুৰ প্ৰকাশন পৰিষদৰ ২০২৬ বৰ্ষৰ বঁটা ঘোষণা

সাহিত্য চৰ্চাৰ জৰিয়তে সুস্থ পৰিৱেশ সৃষ্টি, সমাজ-জীৱনলৈ সৃজনশীলতাৰ জাগৰণ অনা আৰু সুস্থ জীৱনবোধ প্ৰতিষ্ঠাৰ বাবে দীৰ্ঘ সময়জুৰি কাম কৰি অহা উত্তৰ লখিমপুৰৰ গ্ৰন্থ-আলোচনী প্ৰকাশৰ অগ্ৰণী অনুষ্ঠান ‘নতুন সুৰ প্ৰকাশন পৰিষদ’-এ বিগত ২০০৬ চনৰ পৰা অসমীয়া…

ভাৰতীয় অৰ্থনৈতিক সংস্থাৰ পূব মণ্ডলৰ সমন্বয়ক হিচাপে নিৰ্বাচিত ড০ বোধেন কুমাৰ শইকীয়া

দেশ বিদেশৰ প্ৰায় বাৰ হাজাৰ আজীৱন সদস্যৰে গঠিত সৰ্ব ভাৰতীয় অৰ্থনৈতিক পৰিষদৰ পূব মণ্ডলৰ সমন্বয়ক হিচাপে ২০২৬ বৰ্ষৰ বাবে নিৰ্বাচিত হৈছে ড০ বোধেন কুমাৰ শইকীয়া। ড০ শইকীয়া মৰিগাঁও মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ মুৰব্বী অধ্যাপক হোৱাৰ উপৰিও এজন…

Santro-Eeco বাহনৰ মাজত মুখামুখি সংঘৰ্ষ, আহত ১১

বছৰৰ অন্তিমটো দিনত পুৰণিগুদাম গড়মূৰত ভয়ংকৰ পথ দুৰ্ঘটনা। SANTRO আৰু EECO বাহনৰ মাজত মুখামুখি সংঘৰ্ষ পথ দুৰ্ঘটনাটোৰ ফলত সংকটজনক অৱস্থাত শিশু-মহিলা সহ ১১গৰাকীকৈ লোক। AS12 AH 9227 নম্বৰৰ EECO আৰু AS01AZ 0225 নম্বৰৰ SANTROবাহনৰ…

হৃদয়বিদাৰক কাণ্ড : দুৰ্বৃত্তই জ্বলা দিলে এগৰাকী অশীতিপৰ আইতাৰ দোকান

নগৰবেৰাৰ হেকৰা-সাউৰাতলত পথত সংঘটিত হৈছে এক নিকৃষ্ট কাণ্ড। নিশাৰ আন্ধাৰৰ সুযোগ লৈ কোনোবা অচিনাক্ত দুৰ্বৃত্তই জ্বলাই দিয়ে এগৰাকী অশীতিপৰ আইতাৰ গেলামাল দোকান। ধূপধৰা আৰক্ষী থানাৰ অধীনস্থ সাউৰাতলত সূৰোবালা মণ্ডল আইতাই বিগত বহু বছৰ ধৰি…

নামনি অসমৰ ভাৰত-বাংলা সীমান্তত বাংলাদেশী মৌলবাদী শক্তিৰ টিঘিলঘিলনি!

সম্প্ৰতি অসম আৰক্ষীৰ এছটিএফে অস্ত্র-শস্ত্ৰ আৰু ডিজিটেল জেহাদৰ এক ভয়ংকৰ নেটৱৰ্ক উৎখাত কৰি নামনি অসম আৰু মধ্য অসমৰ পৰা ১১জন জেহাদীক গ্ৰেপ্তাৰ কৰাৰ পিছত অসমৰ ভাৰত-বাংলাদেশ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ দুৰ্গম অঞ্চল বাংলাদেশী মৌলবাদী সংগঠন এছামৰ…

উভতি চাওঁ – গুৱাহাটীত বহু অভিলাষী প্ৰকল্প মুকলি

২০২৫ বৰ্ষটো গুৱাহাটীৰ বাবে আছিল এক উল্লেখনীয় বৰ্ষ। কিয়নো এই বৰ্ষটোতে গুৱাহাটীত বহু অভিলাষী প্ৰকল্প মুকলি কৰা হয়। যি প্ৰকল্পই গুৱাহাটীক এক নতুন মাত্ৰা প্ৰদান কৰিছে। তাৰ ভিতৰত উল্লেখযোগ্য- 📌২০ ডিচেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে…

উভতি চাওঁ – হেৰুৱালো হাৰ্টথ্ৰব জুবিন গাৰ্গক

চাওঁতে চাওঁতে ২০২৫ বৰ্ষটো আমাৰ মাজৰ পৰা পাৰ হবলৈ মাত্ৰ কেইটামান ঘণ্টা বাকী। এই পাৰ হৈ যোৱা বছৰটো আমাৰ বাবে কিমান বেদনাদায়ক আছিলে, সেই কথা ১৯ ছেপ্টেম্বৰৰ সেই বেদনাহত খবৰটো। যি বাতৰি কোনোদিন কোনোকালে অসমীয়া হিচাপে সকলোৱে চাব বিচৰা নাছিল, যি…

উভতি চাওঁ – ২০২৫ বর্ষই গঢ়িলে উষ্ণতাৰ অভিলেখ

মানুহৰ কার্যকলাপৰ ফলত পৃথিৱীৰ জলবায়ুৰ পৰিৱর্তনে দ্রুতভাৱে শোচনীয় ৰূপ পৰিগ্রহণ কৰিবলৈ ধৰাৰ উদাহৰণ তুলি ধৰিছে মেলানি মাগিবলৈ লোৱা ২০২৫ বর্ষটোৱে৷ ২০১৫ বর্ষৰ পেৰিছ চুক্তি অনুসৰি, গোলকীয় উষ্ণতাৰ হাৰ প্রাক্ ঔদ্যোগিক কালৰ ১.৫ ডিগ্রী ছেলচিয়াছতকৈ…

বিশেষ সংশোধনীৰ সংহত খচৰা ভোটাৰ তালিকা প্রকাশ

অসমৰ সকলো বিধানসভা সমষ্টিৰ বিশেষ সংশোধনী (এছ আৰ ২০২৬)ৰ সংহত খচৰা নিৰ্বাচনী তালিকা প্রকাশ কৰা হৈছে৷খচৰা ভোটাৰ তালিকাত মুঠ ২,৫২,০১,৬২৪গৰাকী ভোটাৰ অন্তৰ্ভুক্ত হৈছে আৰু ২০২৫চনৰ জানুৱাৰীত প্ৰকাশিত পূৰ্বৰ চূড়ান্ত তালিকাৰ তুলনাত এই সংখ্যা ১.৩৫%…