নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি

আজি জুবিন গাৰ্গ মৃত্যু গোচৰৰ নিয়মীয়া শুনানি। পূৰ্বে সংৰক্ষণ ৰখা ৩ অভিযুক্তৰ জামিনৰ আজি ৰায়দান কৰিব আদালতে। অমৃতপ্ৰভা মহন্ত আৰু ২ দেহৰক্ষী নন্দেশ্বৰ বৰা আৰু পৰেশ বৈশ্যৰ জামিনৰ ৰায় দিব আদালতে। শ্যামকানু মহন্তই জামিন আবেদন দাখিল…

শিৱসাগৰৰ নামতিত অ’এনজিচিৰ ৰিগত বিস্ফোৰণ, আতংকিত অঞ্চলবাসী

শিৱসাগৰ জিলাৰ নামতি অঞ্চলত অ’এনজিচিৰ এটা ৰিগত ভয়ংকৰ বিস্ফোৰণ সংঘটিত হোৱাত সমগ্ৰ এলেকাত আতংকময় পৰিৱেশৰ সৃষ্টি হৈছে। নামতিৰ ন-কাৰি গাঁওস্থিত ৩৩নং ৰিগত বৃহস্পতিবাৰে হঠাৎ প্ৰচণ্ড শব্দৰে বিস্ফোৰণ সংঘটিত হয় বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ ফলত…

বিহুৰ পূর্বে নির্বাচন ! যিকোনো মুহূর্ততে দিন ঘোষণা

বিহুৰ পূর্বে হ’ব পাৰে ৰাজ্যৰ বিধানসভা নির্বাচন৷ যিকোনো মুহূর্তত নির্বাচনৰ দিন ঘোষণাৰ বাবে আয়োগে চলাইছে প্রস্তুতি৷ বিহুৰ পূর্বে নির্বাচন হোৱাৰ সম্ভাৱনাক মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মায়ো স্পষ্ট কৰিলে৷ এই প্রসংগত মুখ্যমন্ত্রী ড০ শর্মাই…

আজিৰ দিনটোৰ ৰাশিফল

আজি ৩০ জানুৱাৰী, মাঘ মাহৰ ১৬ তাৰিখ শুকুৰবাৰ : তিথি–শুক্লা দ্বাদশী, নক্ষত্র : আর্দ্রা, যাত্রা : নাই মেষ : শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭৷ সন্তানৰ শুভ৷ প্রতিকাৰ– বগা ফুল, তুলসীৰ পাত আৰু সেন্দূৰ এখন আগলি কলপাতত লৈ বোৱঁতী পানীত এৰি দিব৷ বৃষ :…

ISL ৰেফাৰীৰ স্বীকৃতি অৰ্জনেৰে গৌৰৱ কঢ়িয়ালে জেহেৰুল ইছলামে

অসমৰ প্ৰথম আৰু উত্তৰ পূৰ্বাঞ্চলৰ তৃতীয়গৰাকী আই এছ এল ৰেফাৰী হিচাপে স্বীকৃতি অৰ্জনেৰে গৌৰৱ কঢ়িয়াই আনিবলৈ সক্ষম হৈছে চৈয়দ জেহেৰুল ইছলামে। চৈয়দ জেহেৰুল ইছলাম কামৰূপ জিলাৰ নৱগঠিত কমলপুৰ বিধানসভা সমষ্টিৰ হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত…

মৰ্মান্তিক… ৰঙিয়াৰ কানিকুছিত অ/গ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যু

ৰঙিয়াৰ কানিকুছিত এক মৰ্মান্তিক ঘটনা সংঘটিত হয়। অগ্নিদগ্ধ হৈ মাতৃ-পুত্ৰৰ কৰুণ মৃত্যুৱে সমগ্ৰ অঞ্চলটোত শোকাকুল পৰিৱেশৰ সৃষ্টি কৰে। শোকাৱহ ঘটনাটোত মাতৃ ৰীতামণি চৌধুৰীৰ সৈতে একেলগে প্ৰাণ হেৰুৱালে পুত্ৰ মোজাক্কিৰ হুছেইন। উল্লেখ্য যে ঘৰৰ…

জুবিন গাৰ্গৰ ন্যায় প্ৰক্ৰিয়া খৰতকীয়া কৰাৰ দাবীত তিনিচুকীয়াত প্ৰতিবাদ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ন্যায়ৰ দাবীত বৰ্তমানো অব্যাহত আছে বিভিন্ন প্ৰান্তত প্ৰতিবাদ। ঠিক তেনেদৰেই আজি তিনিচুকীয়া চহৰত বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত এক উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। সংগঠনটোৰ শতাধিক সদস্যই…

ওদালগুৰিত সাংবাদিকক উপহাৰ প্ৰদান জিলা আয়ুক্তৰ

ওদালগুৰি জিলাৰ চৰকাৰী স্বীকৃতিপ্ৰাপ্ত সাংবাদিকসকললৈ মুখ্যমন্ত্ৰীয়ে প্ৰেৰণ কৰা গুডউইল গিফটসমুহ আজি প্ৰদান কৰা হয়। জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত জিলা আয়ুক্ত পুলক পাটগিৰিয়ে সাংবাদিকসকলক…

NEGDCLৰে চুক্তি স্বাক্ষৰ IGGLৰ, প্ৰাকৃতিক গেছৰ আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্য

প্ৰধানতঃ তেল আৰু গেছ কোম্পানীৰ যৌথ উদ্যোগত নৰ্থ ইষ্ট গেছ ডিষ্ট্ৰিবিউচন কোম্পানী লিমিটেড (NEGDCL) আৰু ইন্দ্ৰধনুষ গেছ গ্ৰীড লিমিটেড (IGGL)ৰ মাজত প্ৰাকৃতিক গেছ পৰিবহণৰ উদ্দেশ্যে এক গুৰুত্বপূৰ্ণ গেছ সংবহন চুক্তি সম্পন্ন হয়। এই চুক্তিৰ অনুসৰি…

পশ্চিম কলিয়াবৰ ক্ৰীড়া সন্থাক কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান

সমাজত কাম কৰিবলৈ একাগ্ৰতা, ধৈৰ্য-কষ্টৰ লগতে প্ৰাণ লাগিব। যিসকল ব্যক্তি এনে গুণৰ অধিকাৰী,কঠোৰ পৰিশ্ৰমী তেনে ব্যক্তিয়ে সমাজত সফলতা লাভ কৰিছে আৰু তেওঁলোক সমাজৰ আদৰ্শস্বৰূপ বুলি আজি কুঁৱৰীটোলত কামিনী মহন্ত সোঁৱৰণী বঁটা প্ৰদান আৰু স্মাৰক…