নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ট্রাম্পৰ সিদ্ধান্ত বাতিল কৰিবলৈ মার্কিন সংসদত প্রস্তাৱ, ভাৰতৰ সামগ্রীত ৫০ শতাংশ শুল্ক আৰোপ বেআইনী

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : ভাৰতীয় সামগ্রীৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আৰোপ কৰা ৫০ শতাংশ শুল্ক বেআইনী৷ অবিলম্বে এই সিদ্ধান্ত বাতিল কৰা উচিত৷ মার্কিন সংসদৰ নিম্নকক্ষ হাউছ অৱ ৰিপ্রেজেণ্টেটিভত আনুষ্ঠানিকভাৱে উত্থাপন কৰা হ’ল এই…

চিলাপথাৰত ভয়ংকৰ পথ দুৰ্ঘটনাত থিতাতে নিহত দুই, সংকটজনক তিনিজনক ডিব্ৰুগড়লৈ প্ৰেৰণ

নিয়মীয়া বাৰ্তা, জোনাই, ১৪ ডিচেম্বৰ : চিলাপথাৰ আৰক্ষী থানাৰ অন্তৰ্গত দিপাস্থিত ৫১৫নং ৰাষ্ট্ৰীয় ঘাইপথত শনিবাৰে নিশা ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয়। ট্ৰেক্টৰ আৰু চাৰিচকীয়া বাহনৰ সংঘৰ্ষৰ ফলত ভয়ংকৰ পথ দুৰ্ঘটনাটো সংঘটিত হয়। উক্ত…

জুবিন হ/ত্যাৰ চার্জশ্বীটত বিস্ফোৰক তথ্য, দীর্ঘদিন ধৰি ব্লু–প্রিণ্ট ৰচনা কৰিছিল…

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ : প্রাণৰ শিল্পী জুবিন গার্গৰ মৃত্যুৰ তদন্ত সম্পন্ন কৰি এছআইটিয়ে দাখিল কৰা অভিযোগনামাত পোহৰলৈ আহিছে বহু বিস্ফোৰক তথ্য৷ বহুপ্রতীক্ষিত অভিযোগনামাত জুবিন হত্যাকাণ্ডৰ মূল অভিযুক্ত সিদ্ধার্থ শর্মা, শ্যামকানু মহন্ত,…

ড° অহিজুদ্দিন শ্বেখক সাহিত্যিক এম ইলিম উদ্দিন দেৱান বঁটা প্ৰদান

বাৰ্তা ব্যুৰ', গোৱালপাৰা, ১৪ ডিচেম্বৰ : গোৱালপাৰা জিলা সাহিত্য সভাৰ উদ্যোগত, সাহিত্যৰথী শাখা সাহিত্য সভা, হেলাপাখৰীৰ সহযোগত আৰু বলদমাৰী চৰ হাইস্কুলৰ আতিথ্যত উলহ-মালহেৰে সাহিত্যিক এম ইলিম উদ্দিন দেৱান সোঁৱৰণী দিৱস উদযাপন কৰা হয়। এই দিৱসৰ…

নিয়োগ বাৰ্তা : চিবিএছইত শতাধিক খালী পদৰ বাবে বিজ্ঞাপন

🔹 আবেদনৰ অন্তিম তাৰিখ ২২ ডিচেম্বৰ চেন্ট্ৰেল ব’ৰ্ড অৱ ছেকেণ্ডাৰী এডুকেচন (চিবিএছই)ৰ তৰফৰ পৰা শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

ৰৌতা চাৰিআলিত হেৰুওৱা ম’বাইল উদ্ধাৰ কৰি গৰাকীক প্ৰদান আৰক্ষীৰ

নিয়মীয়া বাৰ্তা, ৰৌতা, ১৪ ডিচেম্বৰ : ওদালগুৰি জিলাৰ ৰৌতা আৰক্ষী থানাৰ অন্তৰ্গত বিভিন্ন অঞ্চলত ম'বাইল হেৰুওৱাৰ দৰে ঘটনা সংঘটিত হৈ আহিছে। জানিব পৰা মতে, ম'বাইলৰ গৰাকীয়ে ৰৌতা আৰক্ষী থানাত হেৰুওৱা ম'বাইল সন্দৰ্ভত  লিখিত আবেদন কৰিছিল। ম'বাইলৰ…

ধৰমশালাত আজি টীম ইণ্ডিয়া–দক্ষিণ আফ্রিকাৰ তৃতীয় টি–২০

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : সম্প্রতি কঠিন সময় পাৰ কৰিছে ভাৰতীয় টেষ্ট আৰু এদিনীয়া দলটোৰ অধিনায়ক শুভমন গিলে৷ আলহী দল দক্ষিণ আফ্রিকাৰে খেলি থকা ৫খনীয়া টি–২০ মেচৰ শৃংখলাটোৰ ইতিমধ্যে হৈ যোৱা প্রথম দুখন মেচত সম্পূর্ণৰূপে ব্যর্থ হৈছে শুভমন গিল৷ গিলৰ…

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু : চার্জশ্বীটৰ প্রতিলিপি বিচাৰি তিনি শতাধিকৰ আবেদন

ডিজিটেল ডেস্ক, ১৪ ডিচেম্বৰ : অগণিত অনুৰাগীৰ অধীৰ অপেক্ষাৰ অন্তত পৰহি এছআইটিয়ে আদালতত জুবিন হত্যাকাণ্ডৰ বহুচর্চিত অভিযোগনামা দাখিল কৰাৰ ২৫ ঘণ্টা পাৰ নৌহওঁতেই তিনি শতাধিক লোকে অভিযোগনামাৰ প্রত্যায়িত প্রতিলিপি বিচাৰি আদালতত দাখিল কৰিছে আবেদন৷…

শ্রীচন্দ্রশেখৰেন্দ্র সৰস্বতী ৰাষ্ট্রীয় বিশিষ্টতা বঁটা গ্রহণ মুখ্যমন্ত্রীৰ, মুম্বাইত এছআইইএছৰ…

নিউজ ডেস্ক, ১৪ ডিচেম্বৰ : শ্রীকাঞ্চী কামাকোটি পীঠমৰ ৬৮সংখ্যক শংকৰাচার্য পূজ্যশ্রী চন্দ্রশেখৰেন্দ্র সৰস্বতী মহাস্বামীগালৰ পৱিত্র স্মৃতিত মুম্বাইত প্রতিষ্ঠা কৰা অতি সন্মানীয় চন্দ্রশেখৰেন্দ্র সৰস্বতী ৰাষ্ট্রীয় বিশিষ্টতা বঁটা-২০২৫ অসমৰ…

বামুন্দীৰ হাতীমূৰা চৰত খিলঞ্জীয়াই খেতি কৰা ভূমি দখলেৰে মিঞাৰ আগ্ৰাসন

বিশেষ বাৰ্তা, শুৱালকুছি, ১৩ ডিচেম্বৰ : কামৰূপৰ বামুন্দীৰ হাতীমূৰা চৰৰ ননকে অঞ্চলত মিঞাৰ আগ্ৰাসনে খিলঞ্জীয়া লোকক ভীতিগ্ৰস্ত কৰি তুলিছে ৷ স্থানীয় কৃষকসকলে জানিবলৈ দিয়া মতে, তেওঁলোকে বছৰ বছৰ ধৰি উক্ত চৰত কৃষিকাৰ্য কৰি নিজৰ পৰিয়াল চলাই আহিছে ৷…