হাজোৰ চিকিৎসক বেদব্ৰত পাঠকলৈ আম্বেদকাৰ সেৱাশ্রী ৰাষ্ট্ৰীয় বঁটা
নিয়মীয়া বাৰ্তা, হাজো, ১৩ ডিচেম্বৰ : ভাৰতীয় দলিত সাহিত্য অকাডেমিয়ে বিভিন্ন সময়ত সমাজৰ বাবে কাম কৰি অহা বিশিষ্ট ব্যক্তিলৈ ড০ বি আৰ আম্বেদকাৰ বঁটা প্ৰদান কৰি আহিছে। এইবেলি ২০২৫ বৰ্ষৰ এই বঁটাৰ বাবে নিৰ্বাচিত হয় হাজোৰ সু-সন্তান বিশিষ্ট…