নিয়োগ বাৰ্তা ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণত ৮৪টা পদত চাকৰি নিয়মীয়া বাৰ্তা Nov 30, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ১৫ ডিচেম্বৰ ৰাষ্ট্রীয় ঘাইপথ প্রাধিকৰণত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে আবেদন বিচৰা হৈছে৷
আন্তঃৰাষ্ট্ৰীয় বাইডেন যুগৰ ৯২ শতাংশ নির্দেশ বাতিল মার্কিন ৰাষ্ট্রপতিৰ, পূর্বৰ ৰাষ্ট্রপতিৰে ড’নাল্ড ট্রাম্পৰ সংঘাত নিয়মীয়া বাৰ্তা Nov 30, 2025 নিউজ ডেস্ক, ৩০ নৱেম্বৰ : মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু পূর্বৰ ৰাষ্ট্রপতি জ’ বাইডেনৰ মাজত সংঘাত তীব্রতৰ হৈ পৰিছে৷ বর্তমানৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে আমেৰিকাৰ প্রাক্তন ৰাষ্ট্রপতি বাইডেনৰ স্বাক্ষৰিত প্রায় সকলো আদেশ তথা নথি–পত্র…
অসম ২৪ ঘণ্টা নৌহওঁতেই চুৰি বিলাসী বাহন উদ্ধাৰ বাইহাটা আৰক্ষীৰ, তিনিজনক আটক নিয়মীয়া বাৰ্তা Nov 30, 2025 ডিজিটেল ডেস্ক, ৩০ নৱেম্বৰ : বাইহাটা চাৰিআলি আৰক্ষীৰ বৃহৎ সফলতা । চুৰি হোৱা বিলাসী বাহন ২৪ ঘণ্টা নৌহওঁতেই উদ্ধাৰ কৰিবলৈ সক্ষম হয় বাইহাটা চাৰিআলি আৰক্ষী । শুকুৰবাৰে নিশা এখন বিলাসী বাহনত তিনিজন চোৰ আহি চুৰি কৰি নিছিল বিলাসী স্কৰপিঅ' বাহন ।…
নিয়োগ বাৰ্তা ইণ্টেলিজেন্স ব্যুৰ’ত তিনি শতাধিক পদত নিযুক্তিৰ প্রস্তুতি নিয়মীয়া বাৰ্তা Nov 30, 2025 🔹 আবেদনৰ অন্তিম তাৰিখ ১৪ ডিচেম্বৰ ইণ্টেলিজেন্স ব্যুৰ’ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে অর্হতাসম্পন্ন প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷
ক্রীড়া-জগত দক্ষিণ আফ্রিকাৰে শৃংখলাৰ পিছতে ভৱিষ্যৎ নির্ণয় হ’ব ৰোহিত-কোহলিৰ নিয়মীয়া বাৰ্তা Nov 30, 2025 নিউজ ডেস্ক, ৩০ নৱেম্বৰ : টীম ইণ্ডিয়াৰ দুই জ্যেষ্ঠ তাৰকা ক্রিকেটাৰ বিৰাট কোহলি আৰু ৰোহিত শর্মাৰ ভৱিষ্যৎ নির্ণয় হ’ব পাৰে দক্ষিণ আফ্রিকাৰে খেলিবলগীয়া এদিনীয়া শৃংখলাৰ পিছত৷ দুয়োগৰাকী তাৰকা ক্রিকেটাৰৰ আন্তঃৰাষ্ট্রীয় ক্রিকেট কেৰিয়াৰ কিমান দীঘলীয়া…
অসম ঢকুৱাখনাৰ পথাৰত আজিও আছে সমন্বয়ৰ নিভাঁজ প্ৰথা… নিয়মীয়া বাৰ্তা Nov 30, 2025 নিয়মীয়া বাৰ্তা, ঢকুৱাখনা, ৩০ নৱেম্বৰ : "আঘোণৰ কুঁৱলীয়ে বাট ভেটি কৰিছে আমনি, একোকে নমনি/কুঁৱলী নথকা হ'লে দেখিলোঁহেঁতেন বা পতা-সোণ বৰণীয়া ধানৰ আঁচল/দেখিলোঁহেঁতেন বা লিহিৰি লিহিৰি ঢেৰ আঙুলিয়ে মুঠি মৰা কেচ কেচ চিমিক খৰ কাচিবোৰ/ দেখিলোঁহেঁতেন বা…
অসম ৬ জনগোষ্ঠীক জনজাতিকৰণৰ দিহা, ড০ শর্মা চৰকাৰৰ যুগান্তকাৰী পদক্ষেপ নিয়মীয়া বাৰ্তা Nov 30, 2025 🔹 শীতকালীন অধিৱেশনৰ অন্তিম দিনা সদনত মন্ত্রীগোটৰ বহুপ্রত্যাশিত প্রতিবেদন দাখিল বিশেষ বাৰ্তা, ৩০ নৱেম্বৰ : চাহ শ্রমিকক ভূমিপট্টা প্রদানৰ সিদ্ধান্তৰ পিছতে অসম বিধানসভাই আন এক যুগান্তকাৰী পদক্ষেপ গ্রহণ কৰে৷ ব্যাপক চর্চা আৰু উৎকণ্ঠাৰ অৱসান…
উত্তৰ-পূব বর্ণিল কার্যসূচীৰে সামৰণি দ্বিতীয় নর্থ–ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ নিয়মীয়া বাৰ্তা Nov 30, 2025 বর্ণাঢ়্য কার্যসূচীৰ সামৰণি পৰিল গুৱাহাটীত অনুষ্ঠিত দ্বিতীয় নর্থ– ইষ্ট পেৰা স্প’ৰ্টছ মীটৰ৷ উদয়াচলৰ উদ্যোগত পেৰা অলিম্পিক কমিটী অৱ ইণ্ডিয়াৰ অধীনত তথা পেৰা অলিম্পিক এছ’চিয়েচন অৱ আছামৰ সহযোগত ২৭ নৱেম্বৰৰ পৰা মহানগৰীৰ তিনিটা ভেন্যুত অনুষ্ঠিত…
ক্রীড়া-জগত ৰাঁচীত ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়া, খেলপথাৰত নামিব Ro-Ko যুটি নিয়মীয়া বাৰ্তা Nov 30, 2025 ৰোহিত-কোহলিক আজি পুনৰ খেলপথাৰত দেখা পোৱা যাব। কিয়নো টেষ্ট শৃংখলা হেৰুৱাৰ পিছত আজি ভাৰতে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে এদিনীয়া শৃংখলাত নামিব। কেপ্টেইন কুল মহেন্দ্ৰ সিং ধোনীৰ গৃহচহৰ ৰাঁচীত অনুষ্ঠিত হব প্ৰথমখন এদিনীয়া মেচ অনুষ্ঠিত হব। ক্রিকেটত…
অসম আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (৩০ নৱেম্বৰ) নিয়মীয়া বাৰ্তা Nov 30, 2025 মেষ ৰাশি আজিৰ দিনটোত আপোনাৰ বহুদিনৰ পিছত কাম-কাজত সফলতা লাভ হ'ব। কিন্তু কোনো ব্যক্তিক অন্ধভাৱে ভৰষা কৰি অর্থ–লেনদেন নকৰিব। ব্যৱসায়ত নতুন পথ প্ৰশস্ত হ'ব আৰু অংশীদাৰিত্বও শুভ প্রমাণিত হ'ব। আপুনি কোনো বন্ধুক সহায় কৰিব লাগিব। কিছুমান…