নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বৰভূঁইকঁপৰ আশংকা : হিমালয়-সহ পাদদেশৰ ভূকম্পনপ্ৰৱণ এলেকাৰ সংজ্ঞা সলনি

ক্ৰমাত ঘনীভূত হৈছে বৰ ভূঁইকপৰ আশংকা। ভূগৰ্ভস্থ টেকটনিক চ্যুতি-বিচ্যুতি প্ৰক্ৰিয়াৰ সঘন পৰিবৰ্তনৰ বাবে হিমালয় আৰু ইয়াৰ পাদদেশত থকা সমগ্ৰ অঞ্চলৰ ভূকম্পন প্ৰবণ এলেকাৰ সংজ্ঞা সলনি কৰা হৈছে। এতিয়ালৈকে ভাৰতত সৰ্বোচ্চ ভূকম্পন বিপজ্জনক জ'ন আছিল ৫…

চামগুৰিত অখিল গগৈ-ৰ পুত্তলিকা দাহ অসম চাহ মজদুৰ সংঘৰ

নগাঁও জিলাৰ আমনিত আজি অসম চাহ মজদুৰ সংঘৰ নগাঁও জিলা সমিতিয়ে বিধায়ক অখিল গগৈৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে৷ ২০০ বছৰীয়া ইতিহাসত নজিৰ সৃষ্টিৰে ৰাজ্য খনৰ চাহ শ্ৰমিক সকলক ভূমিপট্টা প্ৰদানৰ ক্ষেত্ৰত বিজেপি মিত্ৰজোঁটৰ চৰকাৰ খনে…

নাগালেণ্ড-ৰ ৰিহাব চেণ্টাৰত অসমীয়া যুৱকক হ*ত্যাৰ সন্দেহ!

সৰুপথাৰ সমজিলাৰ উৰিয়ামঘাট মধ্যমপুৰৰ এজন যুৱকক নাগালেণ্ড-ৰ এটা ৰিহাব চেণ্টাৰত হত্যা কৰা ঘটনা পোহৰলৈ অহাত সমগ্ৰ সমজিলাখনতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। নাগালেণ্ডৰ চুমুকডিমা চেকিয়ে গাঁৱৰ য়েছু আৰ্মছ ৱেলনেছ ফাউণ্ডেশ্যন ৰিহাব চেণ্টাৰৰ…

বিশ্বৰ সামৰিক শক্তিধৰ ৰাষ্ট্রৰ তৃতীয় স্থানত ভাৰত

সামৰিক শক্তিৰ দৌৰত বিশ্বৰ দেশসমূহৰ তালিকাত আৰু এঢ়াপ আগুৱালে ভাৰতে৷ অষ্ট্রেলিয়াৰ লোই ইনষ্টিটিউটৰ তৰফৰ পৰা প্রকাশ কৰা চলিত বর্ষৰ ‘এছিয়া পাৱাৰ ইনডেক্স–২০২৫’ৰ তালিকাত দেখা গৈছে শক্তিধৰ ৰাষ্ট্রসমূহৰ তালিকাত তৃতীয় স্থানলৈ উন্নীত হৈছে ভাৰত৷ এই…

ভুৱা নথিৰে হিন্দুৰ ভূমি গ্রাস আল-ফালাহৰ মুৰব্বীৰ

ভুৱা নথি–পত্র তৈয়াৰ কৰি হিন্দুৰ মাটি গ্রাস কৰাৰ বিস্ফোৰক অভিযোগ আনিছে বিতর্কিত আল–ফালাহ বিশ্ববিদ্যালয়ৰ আচার্যৰ বিৰুদ্ধে৷ এনফ’চমেণ্ট ডাইৰেক্টৰেটৰ ফালৰ পৰা দাবী কৰা হৈছে যে ইতিপূর্বে মৃত্যু হোৱা হিন্দুসকলৰ মালিকানাধীন মাটি তুলি দিয়া হৈছে…

কাইলৈ ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰ হ’ব জুবিন গাৰ্গৰ কালজয়ী গীতেৰে

দেওবাৰে ঢকুৱাখনাৰ আকাশ-বতাহ মুখৰিত হ'ব প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ কালজয়ী গীতেৰে।ঢকুৱাখনাৰ ৰাজহুৱা খেলপথাৰত ৫সহস্রাধিক জুবিন অনুৰাগীয়ে পৰিৱেশন কৰিব জুবিন গাৰ্গৰ ২০টাকৈ কালজয়ী গীত। ঢকুৱাখনা সমষ্টিৰ বিধায়ক নৱ কুমাৰ দলেৰ নেতৃত্বত গঠন হোৱা…

ভাৰত-দক্ষিণ আফ্ৰিকাৰ প্ৰথম এদিনীয়াত নতুন ৰেকৰ্ডৰ সুযোগ ৰোহিত শর্মা-ৰ

ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত তিনিখন মেচৰ এদিনীয়া ছিৰিজৰ প্ৰথমখন কাইলৈ অর্থাৎ দেওবাৰ, ৩০ নৱেম্বৰত ৰাঁচীত অনুষ্ঠিত হ’ব। এই মেচত প্ৰাক্তন ভাৰতীয় অধিনায়ক ৰোহিত শর্মাই এটা নতুন বিশ্ব ৰেকৰ্ড গঢ়াৰ সুযোগ পাব। ইয়াৰ ভিতৰতে ৰোহিত শর্মাই যদি প্ৰথম…

দুশ বছৰত ইতিহাস গঢ়ি চাহ শ্রমিকলৈ ভূমিপট্টা

২০০ বছৰীয়া ইতিহাসত নজিৰ সৃষ্টিৰে চাহ শ্রমিকক প্রদান কৰা হ’ল ভূমিপট্টা ৷ অসম বিধানসভাৰ অধিৱেশনত গৃহীত হ’ল দ্য আছাম ফিক্সেচন অৱ চিলিং অন লেণ্ড হ’ল্ডিংছ (এমেণ্ডমেণ্ট) বিধেয়ক৷ এই বিধেয়কৰ জৰিয়তে ৰাজ্যত তিনি লাখ ৩০ হাজাৰ চাহ শ্রমিকে দখল কৰি থকা…

শ্রীলংকাত প্রলয়ংকৰী বান, মৃত্যু ৫৬জনৰ

ধাৰাসাৰ বৰষুণ৷ তাৰ লগতে ভূমিস্খলন৷ বিপর্যস্ত শ্রীলংকা৷ প্রতিকূল বতৰৰ বাবে পৰিস্থিতিৰ অৱনতি হৈছে দেশখনত৷ এইপর্যন্ত পোৱা খবৰ অনুসৰি শ্রীলংকাৰ বান আৰু ভূমিস্খলনৰ ফলত প্রাণ হেৰুৱাইছে ৫৬জন লোকে৷ তদুপৰি ২১জন লোক সন্ধানহীন হৈ আছে৷ কমেও ৬০০…

সামাজিক মাধ্যমত অশ্লীল কণ্টেণ্ট নিয়ন্ত্রণৰ লক্ষ্য!

ছ’চিয়েল মিডিয়াত কি কি বিষয় দেখুওৱা হ’ব, কেনেকুৱা বিষয়ক লৈ আলোচনা কৰা হ’ব পাৰে এইবোৰ কথা চালি–জাৰি চোৱাৰ বাবে দেশত এটি স্বায়ত্তশাসিত নিৰপেক্ষ সংস্থাৰ প্রয়োজন হৈছে৷ এটা গুৰুত্বপূর্ণ গোচৰৰ শুনানিত এই পর্যবেক্ষণ দাঙি ধৰে মুখ্য ন্যায়াধীশ…