নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আফ্রিদীক অতিক্রম ৰোহিত-ৰ : এদিনীয়া আন্তর্জাতিক ক্রিকেটত সর্বাধিক ছয়

এদিনীয়া আন্তর্জাতিক ক্রিকেটত এতিয়া সর্বাধিক ছিক্সাৰৰ গৰাকী হ’ল ৰোহিত শর্মা৷ ইমানদিনে এই অভিলেখৰ গৰাকী আছিল পাকিস্তানৰ শ্বাহিদ আফ্রিদী৷ তেওঁ ৩৯৮খন মেচ খেলি ৩৫১টা ছয় মাৰিছিল৷ মেচখনৰ পূর্বে মাত্র ২৭৬খন মেচ খেলি ৩৪৯টা ছয় কোবায় দ্বিতীয় স্থানত…

৫২সংখ্যক শতকেৰে শচীন-ক অতিক্রম কোহলিৰ

আন্তর্জাতিক ক্রিকেটত শচীন তেণ্ডুলকাৰৰ মুঠ শতকৰ সংখ্যা ১০০৷ ইয়াৰ ভিতৰত টেষ্টত তেওঁৰ শতক ৫১টা৷ এই পর্যন্ত ক্রিকেটৰ কোনো এটা ফর্মেটত সর্বাধিক শতকৰ গৰাকী আছিল এইগৰাকী মহান ক্রিকেটাৰ৷ সেই অভিলেখ ভংগ কৰিলে বিৰাট কোহলিয়ে৷ ৰাঁচীত এদিনীয়া…

বৰপেটাৰোডত ৰে’লৰ পৰা পৰি মৃত্যু এজনৰ

বৰপেটাৰোডত ৰেলৰ পৰা পৰি এজন লোকৰ মৃত্যু। বৰপেটাৰোডৰ ৰেল গেটত ওচৰ সংঘটিত হৈছে এই ঘটনা। উজনিমুৱা যাত্ৰীবাহী ৰেলৰ পৰা লোকজন পৰি মৃত্যু ঘটা বুলি ধাৰণা কৰা হৈছে। বৰপেটাৰোড ৰেল আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে…

কাছাৰত ভুৱা আইনজীৱীক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড

কাছাৰত এইবাৰ এগৰাকী ভুৱা আইনজীৱীক ৬ মাহৰ সশ্ৰম কাৰাদণ্ড বিহিলে আদালতে। কাৰাদণ্ড বিহা ভুৱা আইনজীৱীজন কাছাৰৰ সোনাই চৈদপুৰৰ আলতাফ হুছেইন বৰভূঞা। ২০০৮ চনত আলতাফ হুছেইনৰ জালিয়াতি প্ৰকাশ পাইছিল। কৰিমগঞ্জ কলেজৰ এলএলবিৰ ভুৱা চাৰ্টিফিকেট লৈ আলতাফ…

বিজেপিৰ কাটিগড়া মণ্ডল যুৱ মর্চাৰ সভাপতিৰ চৰম সিদ্ধান্ত

কাছাৰৰ কাটিগড়াত মর্মান্তিক ঘটনা। বিজেপিৰ কাটিগড়া মণ্ডল যুৱ মর্চাৰ সভাপতি সত্যজিৎ দাসে বাছি ললে আত্মহননৰ পথ। মাত্র এমাহ আগতে যুৱ মর্চাৰ দায়িত্ব পাইছিল তেঁও। নিশা নিজ ঘৰত চিপ লৈ আত্মহত্যা কৰে তেওঁ। কাতিৰাইল গাঁৱৰ বাসিন্দা সত্যজিৎ দাসে…

আজিৰে পৰা হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন চৰকাৰৰ বাজেট অধিৱেশন

আজিৰ পৰা বিটিচিৰ সদৰ কোকৰাঝাৰ চহৰৰ বডোফা নগৰস্থিত বিটিচি পৰিষদীয় বিধানসভা ভৱনত দুদিনীয়াকৈ অনুষ্ঠিত হব হাগ্ৰামা মহিলাৰী নেতৃত্বাধীন বিটিচিৰ নতুন পৰিষদীয় চৰকাৰখনৰ প্ৰথমটো বাজেট অধিৱেশন৷ ১ আৰু ৩ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া বাজেট অধিবেশনৰ প্ৰতি…

উত্তপ্ত অসম-মেঘালয় সীমান্ত, অসমীয়া মহিলাক আক্ৰমণ মেঘালয়ৰ মহিলাৰ

পুনৰ উত্তপ্ত হৈ পৰিছে অসম–মেঘালয় সীমান্ত। অহৰহ উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ মাজতেই বশিষ্ঠ–পিলিংকাটাৰ সীমান্তত নিশা একাংশ মেঘালয়বাসী মহিলাই অসমীয়া মহিলাৰ ওপৰত আক্ৰমণ কৰাৰ ঘটনা পোহৰলৈ আহিছে। সূত্ৰ মতে, মেঘালয়ৰ ভূভাগত স্থাপিত এখন ফলকৰ লিখনি…

বৃদ্ধি হাতী-মানুহৰ সংঘাত : বন্যহস্তীৰ আক্ৰমণত এজনৰ মৃত্যু

বন্যহস্তীৰ আক্ৰমণত মৃত্যু এজন লোকৰ। ৰাজ্যত ক্ৰমাত বৃদ্ধি পাবলৈ ধৰিছে হাতী-মানুহৰ সংঘাত । তিনিচুকীয়া জিলাৰ ডুমডুমাৰ সমীপৰ চামডাং টকৌৱনিত নিশা বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল এজন লোকৰ। বন্যহস্তীৰ আক্ৰমণত প্ৰাণ গল চামডাং টকৌৱনি নিৱাসী…

সম্পাদকীয় : জীৱনৰ প্রতি দায়বদ্ধতা

জীৱনটো সম্পূর্ণৰূপে নিজৰ যদিও নিজৰ জীৱনটোক লৈ মানুহ কিমান দায়বদ্ধ, সেয়া এক ডাঙৰ প্রশ্ণ হিচাপে পৰিগণিত হৈ আহিছে৷ নিজৰ জীৱনৰ প্রতি আমি দায়বদ্ধ হ’ব নিবিচাৰোঁ বাবেই বহু লোকে বিভিন্ন সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে৷ সেইবাবে শৈশৱৰ পৰাহ সন্তান তথা…

আপোনাৰ আজিৰ দিনটোৰ ৰাশিফল (১ ডিচেম্বৰ)

আজিৰ দিনটোৰ ৰাশিফল আজি ১ ডিচেম্বৰ, আঘোণ মাহৰ ১৪ তাৰিখ সোমবাৰঃ তিথি–শুক্লা একাদশী, নক্ষত্রঃ ৰেবতী, যাত্রাঃ নাই মেষঃ ব্যৱসায়ীসকলৰ ব্যস্ততা বৃদ্ধি পাব৷ স্বাস্থ্যৰ প্রতি নজৰ দিয়ক৷ নিবনুৱাৰ কর্মপ্রাপ্তি হ’ব পাৰে৷ প্রেমত সুখ৷ বৃষঃ উচ্চপদস্থ…