প্রথমবাৰলৈ ফিফা বিশ্বকাপত চেম্পিয়ন পর্তুগাল
ক্রিষ্টিয়ানো ৰ’নাল্ডোৱে কৰিব নোৱাৰা কাম কৰি দেখুৱালে দেশখনৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে৷ পর্তুগালৰ ১৭ বছৰ অনূর্ধ্ব ফুটবল দলটোৱে ফিফা বিশ্বকাপ ফুটবলত চেম্পিয়নৰ সন্মান অর্জন কৰিছে৷
প্রথমবাৰৰ বাবে ফিফাৰ সন্মানীয় প্রতিযোগিতাখনৰ খিতাপ জয় কৰা…