গুৱাহাটীত দ্বিতীয় উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট আৰম্ভ
গুৱাহাটীৰ সৰুসজাইস্থিত অর্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া কমপ্লেক্সত এক জাকজমকীয়া অনুষ্ঠানৰ জৰিয়তে আৰম্ভ হৈছে দ্বিতীয় উত্তৰ–পূব পেৰা স্প’টছ মীট৷
যাদৱ চন্দ্র ভূঞাৰ সোঁৱৰণত ২০০৭ চনত স্থাপন কৰা উদয়াচল ট্রাষ্টৰ উদ্যোগত তথা অসম পেৰালিম্পিক এছ’চিয়েচন…