বশিষ্ঠ চাৰিআলিত ভয়ানক অগ্নিকাণ্ড
- বশিষ্ঠ চাৰিআলিত পুৱাই ভয়ানক অগ্নিকাণ্ড
- শৰ্মা কচমেটিক নামৰ বিপণীখনত এই অগ্নিকাণ্ড সংঘটিত হয়
- শ্বট চাৰ্কিটৰ ফলত এই অগ্নিকাণ্ড হোৱাৰ সন্দেহ কৰা হৈছে
- প্ৰায় ২০ লক্ষাধিক টকাৰ সা সামগ্ৰী অগ্নিকাণ্ড ভস্মীভূত হয়
- অৱশ্যে আন বিপণীলৈ জুই বিয়পি পৰাৰ পূৰ্বে অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নুমুবালৈ সক্ষম হয়।
ডিজিটেল ডেস্ক, ২৮ নৱেম্বৰ