নগাঁৱত সক্ৰিয় গুলী, পিষ্টলসহ আটক এজন…
🔹 নগাঁও আৰক্ষীয়ে দেওবাৰে উদ্ধাৰ কৰে পিষ্টলসহ দুই ৰাউণ্ড সক্ৰিয় গুলী
🔹 চাদিকুৰ ৰহমান চৌধুৰী নামৰ শ্ৰীভূমিৰ পিষ্টল সৰবৰাহকাৰীক গ্ৰেপ্তাৰ
🔹 AS-01 FF-3035 নম্বৰৰ বিলাসী বাহনসহ গ্ৰেপ্তাৰ চাদিকুৰক
🔹 পিষ্টলটো নগাঁৱত বিক্ৰী কৰিবৰ বাবে আনিছিল…