নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

জুবিন ক্ষেত্ৰত লাখ লাখ টকাৰ কেলেংকাৰি! স্থানীয় লোকৰ বিস্ফোৰণ

প্ৰাণৰ শিল্পী জুবিন গাৰ্গে ৰাজনীতি বেয়া পাইছিল৷ ৰাজনীতিৰ পৰা আঁতৰি থাকি মানৱতাৰে কেৱল দৰিদ্ৰ, অসহায় লোকৰ কথা চিন্তা কৰি পৃথিবীত মানুহে মানুহ হিচাপে জীয়াই থকাৰ আদৰ্শ দেখুৱাইছিল৷ তেওঁৰ মৃত্যুৰ দুমাহ পাৰ হৈ যোৱাৰ পিছতো অনুৰাগীৰ বুকুৰ পৰা দুখ…

ডেকাৰগাঁৱৰ পৰা মঙলদৈ হৈ আজ্ঞাঠুৰীলৈ ৰে’ললাইন নিৰ্মাণৰ দাবী 

ৰাজ্যৰ শোণিতপুৰ আৰু দৰং জিলাৰ মাজেৰে ডেকাৰগাঁও, ঠেলামাৰা, বগৰীবাৰী, ডুমডুমা, দলগাঁও, মঙলদৈ, আজ্ঞাঠুৰী সংযোগ কৰি এটা নতুন ৰেলপথ নিৰ্মাণৰ দাবীত ঢেকীয়াজুলি মহকুমা নাগৰিক মঞ্চই দীৰ্ঘদিন ধৰি বিভিন্ন আন্দোলন কৰি আহিছে ৷ এই দাবী সন্দৰ্ভত কালি…

টেষ্ট ক্ৰিকেটত অবিশ্বাস্য : এছেজ শৃংখলাৰ প্ৰথম টেষ্ট দুদিনতে শেষ, অষ্ট্ৰেলিয়াৰ জয়

যেন এক অবিশ্বাস্য ইতিহাস। পাঁচদিনীয়া টেষ্ট মেচ এখন দুদিন হল শেষ। সেয়া কোনাে সৰু দলৰ কাহিনী নহয়। তেওঁলোক চিৰপ্ৰতিদ্বন্দ্বী। দল দুটা ইংলেণ্ড আৰু অষ্ট্ৰেলিয়া। এছেজৰ মহাসমৰৰ প্ৰথম মেচতে যে অষ্ট্ৰেলিয়াই সকীয়াই দিলে- অনাগত চাৰি টেষ্টত ভয়ংকৰ বাধা…

হাজোৰ শনিয়াদীত ভয়ংকৰ পথ দুৰ্ঘটনাত দুই ছাত্ৰীৰ প্ৰাণহানি, সংকটজনক এগৰাকী

ডিজিটেল ডেস্ক, ২২ নৱেম্বৰ : হাজোৰ শনিয়াদীত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাই জোকাৰি যায় সমগ্ৰ অঞ্চলটোক। তীব্ৰবেগী বলেৰ' বাহনে মহটিয়াই নিয়ে তিনিগৰাকীকৈ পথচাৰী ছাত্ৰীক। ঘটনাত দুগৰাকী ছাত্ৰী নিহত হোৱাৰ লগতে এগৰাকী ছাত্ৰীক সংকটজনক অৱস্থাত জি এম চি…

গুৱাহাটী-ত ২৭-২৯ নৱেম্বৰত দ্বিতীয় উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট

বিশেষভাৱে সক্ষম ল’ৰা–ছোৱালীৰ শাৰীৰিক–মানসিক উৎকর্ষ সাধনৰ বাবে যাদৱ চন্দ্র ভূঞাৰ সোঁৱৰণত ২০০৭ চনত স্থাপন কৰা উদয়াচল ট্রাষ্টে দ্বিতীয়বাৰৰ বাবে আয়োজন কৰিছে উত্তৰ–পূব পেৰা স্প’ৰ্টছ মীট৷ বিশেষভাৱে সক্ষম খেলুৱৈৰ বাবে অনুষ্ঠিত কৰিব লগা এই…

যৌতুকৰ বাবে পত্নী হত্যাকাৰী স্বামীক যাৱজীৱন কাৰাদণ্ড

পত্নীক হত্যা কৰাৰ অপৰাধত স্বামীক যাৱজীবন কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। কাৰাদণ্ডপ্ৰাপ্ত হত্যাকাৰী স্বামী শিলচৰ দুধপাতিল লাৰচিংপাৰৰ বাসিন্দা সুভাষ পাল। ২০১৯ চনৰ মাৰ্চ মাহত সংঘটিত হৈছিল এই হত্যাকান্ড। যৌতুকৰ দাবীত…

ৰে’লৱে নিয়োগ ব’ৰ্ডত ২,৫৬৯টা চাকৰি

📌 আবেদনৰ অন্তিম তাৰিখ ৩০ নৱেম্বৰ ভাৰত চৰকাৰৰ ৰে’লপথ মন্ত্রালয়ৰ ৰে’লৱে নিয়োগ ব’র্ডে ২ সহস্রাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচাৰিছে৷

ৰাজপথত মৃত্যুৰ কিৰীলি : গহপুৰ-কাকপথাৰ-হাজো-ঢেকীয়াজুলিত দুৰ্ঘটনা

গহপুৰত দুৰ্ঘটনা, নিহত ট্ৰাক চালক গহপুৰৰ ব্ৰহ্মাজান মহেন্দ্ৰপুৰৰ ১৫নং ৰাষ্ট্ৰীয় পথত সংঘটিত পথ দুৰ্ঘটনাত এজন নিহত হৈছে। পুৱতিনিশা লখিমপুৰ অভিমুখী ৰখাই থোৱা AS01 9344 নম্বৰৰ বিকল ট্ৰাক এখনত একে দিশৰে অহা AS01QC 4279 নম্বৰৰ ইটাভৰ্ত্তি ট্ৰাক…

বোকাজান-ত পথ দুৰ্ঘটনাত থিতাতে নিহত গৃহৰক্ষী জোৱান

বোকাজানত আজি পুৱতিনিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। ফলত এগৰাকী কৰ্মৰত গৃহৰক্ষীৰ জোৱানৰ থিতাতে মৃত্যু হয়। ঘটনাটো ঘটে বোকাজান আৰক্ষী থানাৰ সৰিয়হজানস্থিত ৩৯নং ৰাষ্ট্ৰীয় ঘাইপথত, য'ত তালাচীৰ দায়িত্বত আছিল গৃহৰক্ষী জোৱানজন। নিহত গৃহৰক্ষী জোৱান…

এছেজ -ত দুই চিৰন্তন প্রতিদ্বন্দ্বী অষ্ট্রেলিয়া-ইংলেণ্ডৰ মহাৰণ

এছেজ -ত প্রথমখন টেষ্টৰ প্রথম দিনাই ১৯টাকৈ উইকেটৰ পতন নিউজ ডেস্ক, ২২ নৱেম্বৰ : দুই চিৰন্তন প্রতিদ্বন্দ্বী অষ্ট্রেলিয়া আৰু ইংলেণ্ডৰ মাজত কালিৰে পৰা আৰম্ভ হৈছে ঐতিহাসিক এছেজ শৃংখলা৷ কালিৰে পৰা আৰম্ভ হোৱা প্রথমখন টেষ্টৰ প্রথম দিনাই পতন ঘটে…