নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ৰঙিয়াত বিধ্বংসী অগ্নিকাণ্ড, লক্ষাধিক টকাৰ সম্পত্তি বিনষ্ট

🔹 জুইত জাহ গ'ল ন-বোৱাৰীৰ সোণৰ আ-অলংকাৰ, ফাৰ্নিচাৰ নিয়মীয়া বাৰ্তা, ১০ মে' : ৰঙিয়াত এক বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হয়। অগ্নিকাণ্ডত  কেইবাটাও বাসগৃহ ভস্মীভূত হয়। জুইত জাহ গ'ল ন-বোৱাৰীৰ সোণৰ আ-অলংকাৰ, সমস্ত ফাৰ্নিচাৰসহ লক্ষাধিক টকাৰ…

ৰামেই ভৰসা ! ভক্তক ফোঁট দি দৈনিক ঈর্ষণীয় আয়

🔹 অযোধ্যাৰ ৰাম মন্দিৰৰ কিশোৰৰ ভিডিঅ’ ভাইৰেল বিশেষ বাৰ্তা, ১০ মে’ : ৰামনগৰী অযোধ্যাত প্রতিদিনে পুণ্যার্থীয়ে ভিৰ কৰি আহিছে৷ যোৱা ২২ জানুৱাৰীত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৰাম মন্দিৰ উদ্বোধন কৰাৰ পাছৰে পৰা লাখ লাখ ভক্তৰ সমাগম ঘটিছে৷…

যৌনকর্মীয়ে লাভ কৰিব পেন্সন–বীমা–মাতৃত্বকালীন ছুটী

🔹 সংসদত নতুন ‘শ্রম আইন’ৰ সপক্ষত ভোটদান বিশেষ বাৰ্তা, ১০ মে’ : যৌনকর্মীসকলে লাভ কৰিব পেন্সন৷ যৌনতাক বৃত্তি হিচাপে গ্রহণ কৰা লোকসকলৰ বীমা নিশ্চিত কৰা হ’ব৷ ইয়াৰ উপৰি যৌনকর্মীক দিয়া হ’ব মাতৃত্বকালীন ছুটী৷ ইউৰোপীয় দেশ বেলজিয়ামত নতুন ‘শ্রম…

খাদ্য প্রদূষণৰ ভয়াৱহতা

আধুনিক মানৱৰ জীৱন যাপন সহজ কৰি তুলিবলৈ বিজ্ঞানৰ দ্বাৰা উৎপাদিত অধিকাংশ উপাদানেই পৃথিৱীৰ পৰিৱেশ, পাৰিপার্শ্বিকতা আৰু জৈৱ–বৈচিত্র্যৰ প্রতি ভাবুকি হৈ পৰিছে৷ এই কথা নিশ্চিত হৈছে যে মানৱসৃষ্ট কাৰকেই বায়ু, পানী, মাটিকে ধৰি পৃথিৱীৰ সকলো ক্ষেত্রতেই…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১০ মে’, ব’হাগ মাহৰ ২৭ তাৰিখ শুকুৰবাৰ : তিথি– শুক্লা দ্বিতীয়া, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : পৰিৱেশ অনুকূল থাকিব৷ স্বাস্থ্য ভালেই যাব যদিও সৰু–সুৰা বেমাৰ–আজাৰে আমনি কৰিব পাৰে৷ ঘৰুৱা দিশত শান্তি বজাই থাকিব৷ বৃষ : দৈনন্দিন কর্মত…

ওড়িশাত ড০ হিমন্ত বিশ্ব শর্মাৰ মেগা নির্বাচনী প্রচাৰ

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মে' : বিজেপিৰ অন্যতম ষ্টাৰ কেম্পেইনাৰ অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আজি ওড়িশাত লোকসভা আৰু বিধানসভা নির্বাচনৰ প্রচাৰ অভিযান চলায়৷ ৰাজ্যখনৰ মলকনগিৰিৰ নৱৰংপুৰ লোকসভা সমষ্টি, চিত্রাকন্দা আৰু আছকা লোকসভাৰ…

এপিএছচিৰ প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

নিয়মীয়া বাৰ্তা ডিজিটেল, ৯ মে' : অসম লোকসেৱা আয়োগ (এপিএছচি)ৰ ২০২৩ বর্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্রাৰম্ভিক পৰীক্ষাৰ ফলাফল আজি ঘোষণা কৰা হৈছে৷ ফলাফল অনুসৰি সর্বমুঠ ২৮৯৮জন পৰীক্ষার্থীয়ে মূল পৰীক্ষালৈ যোগ্যতা অর্জন কৰিছে৷ ইয়াৰে ৭১৯গৰাকী মহিলা,…

উদুলি-মুদুলি ঢকুৱাখনাৰ ম’হঘুলি চাপৰি : কাইলৈৰ পৰা ঐতিহাসিক ফাটবিহু

নিয়মীয়া বাৰ্তা, ৯ মে' : "ম’হঘুলি চাপৰিলৈ আহিবা লাহৰী ঐ, ফাটবিহুৰ বাতৰি ঐ পাই। দেউৰীও আহিব কছাৰীও আহিব ঐ আমাৰ বিহু ভাঙোতা নাই”। ঢকুৱাখনাৰ ম’হঘুলি চাপৰিত চলিছে ঐতিহাসিক ফাটবিহুৰ মহা আয়োজন। ঢকুৱাখনাৰ আয়োখৰেখা চাৰিকড়ীয়া নৈৰ পাৰত চলিছে…

উচ্চতৰ মাধ্যমিকৰ ফলাফলত উজলিল বইটামাৰীৰ যমজ ভগ্নী

নিয়মীয়া বাৰ্তা, ৯ মে' : আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল অনুসৰি বঙাইগাঁও জিলাৰ নৰ্থ বইটামাৰী অঞ্চলৰ দুগৰাকী যমজ ভগ্নীয়ে সুখ্যাতিৰে উত্তীৰ্ণ হৈছে। অঞ্চলটোৰ বাঁশবাৰী গাঁৱৰ ধনেশ্বৰ নাথ আৰু পনাকী নাথৰ দুই যমজ কন্যা উৰ্বশী নাথ আৰু বৰষা…

নগৰবেৰাৰ ইলিগেণ্ট ইনষ্টিটিউট-বিক্ৰম ছাৰাভাই ছায়েঞ্চ একাডেমিৰ সাফল্য

নিয়মীয়া বাৰ্তা, ৯ মে' : নগৰবেৰাৰ দুখনকৈ আগশাৰীৰ ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ ক্ৰমে ইলিগেণ্ট ইনষ্টিটিউট আৰু বিক্ৰম ছাৰাভাই ছায়েঞ্চ একাডেমি। আজি ঘোষণা কৰা উঃ মাঃ চূড়ান্ত পৰীক্ষাৰ ফলাফলত ইলিগেণ্ট ইনষ্টিটিউটৰ এশ শতাংশ সফলতা প্ৰাপ্তিৰ উপৰি…