নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কাইলৈ বকোত বিজুলী কলিতা মেধিৰ হৈ চলাব প্ৰচাৰ মুখ্যমন্ত্ৰীয়ে

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : কামৰূপ জিলাৰ বিগত সাত বছৰে কংগ্ৰেছৰ দখলত থকা বকো বিধানসভা সমষ্টিত অহাকালি লোকসভা নিৰ্বাচনৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলাবলৈ উপস্থিত হব ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা। ৫নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি…

ব্যক্তিত্বৰ উন্নতিয়ে যিকোনো পৰিস্থিতিত সফলতাৰ সুযোগক উন্নত কৰে : ডাঃ দ্বীপেশ ভাগৱতী

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ জীৱনত উন্নতি কৰিবলৈ হ’লে আত্মবিশ্বাস অত্যন্ত প্রয়োজনীয়৷ প্রতিযোগিতাৰ এই যুগত বিশেষকৈ ছাত্র–ছাত্রীসকলৰ মাজত আত্মবিশ্বাসৰ অভাৱত সফলতাই বহু সময়ত থমকি ৰ’বলগীয়া হৈছে৷ ছাত্র জীৱনৰ এই অসুবিধা অনুধাৱন কৰি আজি কটন…

গুৱাহাটীত অসমীয়া ছবি আইৰন গাৰ্লছৰ বিশেষ প্ৰদৰ্শন

নিয়মীয়া বাৰ্তা ডিজিটেল, ২৫ এপ্ৰিলঃ অধ্যাপক, পৰিচালক ৰাজেন দাসৰ তিনি বছৰজোৰা শ্ৰমৰ ফলশ্ৰুতিত অৱশেষত চলচ্চিত্ৰৰ ৰূপত চেলুলয়ডত উদ্ভাষিত হ’ল অসমৰ স্বৰ্ণিল লোককলা ওজাপালি-দেওধনী৷ অলপতে পদ্মশ্ৰী বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা লোকশিল্পী দ্ৰোণ…

পাপী কংগ্ৰেছে গংগাত গা ধুলেও পাপ মোচন নহয় : মন্ত্ৰী অতুল বৰা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিল : 'কংগ্ৰেছৰ চৰিত্ৰ বুলি একোৱেই নাই। স্বাধীনতাৰ অত বছৰ শাসনত থাকিলে যদিও দেশৰ লগতে অসমৰ উন্নয়নৰ বাবে একোৱেই নকৰিলে। সংখ্যালঘু এলেকাত উন্নয়নৰ বাবেও কংগ্ৰেছে একো নকৰিলে। প্ৰকৃততে কংগ্ৰেছ পাপী, গংগাত গা ধুই আহিলেও পাপ…

চাকমা-হাজং শৰণাৰ্থীক অসমত সংস্থাপিতৰ বাতৰি অসত্য : ৰিজিজু

বিশেষ বাৰ্তা, নতুন দিল্লী, ২৫ এপ্রিলঃ অৰুণাচল প্ৰদেশৰ চাকমা আৰু হাজং শৰণাৰ্থীসকলক অসমত সংস্থাপিত কৰাৰ বাতৰি সত্য নহয়। আজি নতুন দিল্লীত সাংবাদিকৰ আগত বিষয়টোক লৈ বিতৰ্ক সৃষ্টিকাৰী কিৰেণ ৰিজিজুৱে খোদ স্পষ্টীকৰণ দি কয় যে অসমৰ লগতে দেশৰ আটাইতকৈ…

দৰঙত ৩১টা ভোটকেন্দ্ৰ পৰিচালনাৰ দায়িত্বত মহিলা

নিয়মীয়া বাৰ্তা, ২৪ এপ্ৰিল: এঘাৰটা বিধানসভা সমষ্টিৰে গঠিত দৰং-ওদালগুৰি লোকসভা সমষ্টিত কাইলৈ অনুষ্ঠিত হ'ব ভোটগ্ৰহণ। দ্বিতীয় পৰ্যায়ত অনুষ্ঠিত হোৱা নিৰ্বাচনৰ বাবে সমষ্টিটোত মুঠ ভোটকেন্দ্ৰ আছে ২৪২২টা । লক্ষণীয়ভাবে লোকসভা সমষ্টিটোৰ অন্তৰ্গত…

জেইইত ৯৮.৪৮ শতাংশ নম্বৰেৰে উজলিল ঘগ্ৰাপাৰৰ আচিফ

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ পৰীক্ষাৰ ফলাফলৰ বাবেও অঞ্চলটো যে গৌৰৱান্বিত হয় তাৰ উৎকৃষ্ট উদাহৰণ ঘগ্ৰাপাৰৰ আচিফ হুছেইন। দৃঢ় লক্ষ্য, অধিক মনোনিবেশ যে সফলতাৰ মূল চাবিকাঠী আচিফ হুছেইনে তাকেই প্ৰমাণ কৰি দিলে। আচিফ হুছেইনে কালি ঘোষিত জে ই ই মেইনচ্…

বান্দৰদেৱাত জব্দ এক ট্ৰাক পাঞ্জাববডী অৰুণাচলী সুৰা

নিয়মীয়া বাৰ্তা, ২৫ এপ্ৰিলঃ লখিমপুৰ জিলাৰ অসম অৰুণাচল সীমান্তৱৰ্তী বান্দৰদেৱা ২নং পাৰ্ৱতীপুৰ আৰক্ষী চকীৰ অন্তৰ্গত পথালিপাহাৰ টোলগেটৰ সমীপত এখন ট্ৰাকসহ বহু লাখ টকাৰ অৰুনাচলী সুৰা জব্দ কৰে৷ বান্দৰদেৱাৰ ২নং পাৰ্ৱতীপুৰ আৰক্ষী চকীৰ বিষয়া হেমন্ত…

এতিয়া অসমতে কেঞ্চাৰৰ চিকিৎসা সম্ভৱ : ডাঃ তপন শইকীয়া

বিশ্ব স্বাস্থ্য সংস্থা WHO) আৰু Indian council of Medical Research and National cancer Resistry programme’-এ ২০২৩ চনৰ ১৪ মার্চত ৰাজ্যসভাক দিয়া সমীক্ষা মতে সাম্প্রতিক কালত সমগ্র ভাৰতবর্ষতে কর্কট বা কেঞ্চাৰ ৰোগীৰ সংখ্যা অভাৱনীয়ভাৱে বৃদ্ধি…

জুৰীয়াত নিৰ্বাচনকেন্দ্ৰিক হিংসা

🔹 কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত মহিলাসহ পাঁচজন লোক আহত  বিশেষ বাৰ্তা, ২৫ এপ্ৰিল : কাইলৈ লোকসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ। তাৰ পূৰ্বে যোৱানিশা জুৰীয়াত এক নিৰ্বাচনকেন্দ্ৰিক হিংসা সংঘটিত হয়। কংগ্ৰেছী গুণ্ডা বাহিনীৰ আক্ৰমণত আহত হয়…