২০২৭ চনৰ এদিনীয়া বিশ্বকাপৰ সময়সূচী প্ৰকাশ!
বিশ্বৰ কোটি কোটি ক্ৰিকেট অনুৰাগীৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ আহিছে। ২০২৭ চনত অনুষ্ঠিত হ’বলগীয়া পুৰুষ এদিনীয়া ক্ৰিকেট বিশ্বকাপৰ প্ৰস্তাৱিত সময়সূচীক আন্তৰ্জাতিক ক্ৰিকেট পৰিষদে (আইচিচি) অনুমোদন জনাইছে।
এক প্ৰতিবেদন অনুসৰি, এই মেগা টুৰ্ণামেণ্টখন…