নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিহাৰত চাঞ্চল্য! ১৩২ ফুট উচ্চতাৰ ম’বাইল টাৱাৰেই হ’ল চুৰি

বিহাৰৰ বক্সাৰ জিলাৰ ডুমৰাও চহৰত এক অভূতপূৰ্ব চুৰিৰ ঘটনা পোহৰলৈ আহিছে, যিয়ে কেৱল চহৰখনেই নহয়, সমগ্ৰ জিলাখনকে হতবাক কৰি তুলিছে। ১৮ নম্বৰ ৱাৰ্ডত সংঘটিত এই ঘটনাত ১৩২ ফুট উচ্চতাৰ এটা মোবাইল টাৱাৰ, ১৫ কেভিৰ এটা জেনেৰেটৰ আৰু লাখ লাখ টকাৰ আন…

ধীৰাজ শেঠ দেশৰ পৰৱৰ্তী স্থলসেনা প্ৰধান

দেশৰ নতুন স্থলসেনা প্ৰধান (Chief of Army Staff) নিযুক্তিক লৈ প্ৰতিৰক্ষা মন্ত্ৰালয়ে আনুষ্ঠানিক নিৰ্দেশ জাৰি কৰিছে। মন্ত্ৰালয়ৰ জাৰি কৰা নিৰ্দেশ অনুসৰি, ৰাষ্ট্ৰপতিয়ে লেফটেনেণ্ট জেনেৰেল ধীৰাজ শেঠক ভাৰতীয় সেনাবাহিনীৰ পৰৱৰ্তী প্ৰধান হিচাপে…

ৰাজ্যিক কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত, মুখ্যমন্ত্ৰীৰ সংবাদ মেল

আজি ৰাজ্য চৰকাৰৰ কেবিনেট বৈঠক অনুষ্ঠিত হয় আৰু বৈঠকৰ সামৰণিৰ পিছত সংবাদ মেলত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই গুৰুত্বপূৰ্ণ সিদ্ধান্তসমূহ সদৰী কৰে। আৰ্য নগৰ ঘটনাক লৈ মন্তব্য মুখ্যমন্ত্ৰীয়ে স্পষ্টকৈ কয় যে ‘আৰ্য নগৰৰ ঘটনা অসমীয়া–বিহাৰী…

যোৰহাটত বায়ুসেনাৰ ৫ জোৱান শ্বহীদ, প্ৰতিৰক্ষা মন্ত্ৰীৰ শোক

শনিবাৰে (১৩ জুন, ২০২৬) যোৰহাট জিলাত ভাৰতীয় বায়ুসেনাৰ এখন পৰিবহণ বিমান অৱতৰণৰ সময়ত দুৰ্ঘটনাগ্ৰস্ত হয়। এই দুৰ্ঘটনাত বায়ুসেনাৰ পাঁচজন জোৱান শ্বহীদ হয়। ভাৰতীয় বায়ুসেনাই এই ঘটনাৰ তদন্তৰ নিৰ্দেশ দিছে। এই ঘটনা সেই সময়ত সংঘটিত হয় যেতিয়া ৪৩…

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনা

অৰুণাচল প্ৰদেশত ভয়ংকৰ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে নাওবৈচাৰ ৫জনকৈ যুৱকে। অৰুণাচলৰ চেপাত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনা! কৰ্মসূত্ৰে অৰুণাচল প্ৰদেশত থকা যুৱককেইজন নাওবৈচাৰ ভৰলুৱা গাঁৱৰ আমজত আলী (৩৮),বুলবুল আলী (২৪), নুৰ হুচেইন (৩৮),ছইদুল ইছলাম…

নলবাৰীত ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত ক’লা ৰং সানিলে অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদে

অসমীয়া ভাষা ব্যৱহাৰ সুনিশ্চিত কৰাৰ দাবীৰে নলবাৰী চহৰত অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদ,নলবাৰী জিলা সমিতিয়ে এক তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে। চহৰখনৰ যিসমূহ ব্যৱসায়িক প্ৰতিষ্ঠানৰ নামফলকত অসমীয়া ভাষাৰ সলনি কেৱল অন্য ভাষা ব্যৱহাৰ…

ধৰ্মশালাত আজি ভাৰত-আফগানিস্তানৰ প্ৰথম এদিনীয়া

আফগানিস্তান ক্ৰিকেট দলৰ ভাৰত ভ্ৰমণ ১৩ জুনৰ পৰা আৰম্ভ হ’ব। একমাত্ৰ টেষ্ট খেলখনত ভাৰতীয় দলে আফগানিস্তানক ইনিংছ আৰু ৩০০ ৰানত পৰাস্ত কৰি ইতিহাস ৰচনা কৰিছিল। একেদৰে এদিনীয়া শৃংখলাৰ প্ৰথমখন খেল ১৩ জুনত ধৰ্মশালাত অনুষ্ঠিত হ’ব। ৰোহিত শৰ্মা পুনৰ…

AI-ৰ ব্যৱহাৰ : গুৱাহাটীৰ দুই বিদ্যালয়ৰ ছাত্ৰৰ ভয়ংকৰ কাণ্ড

AI-ৰ দৰে উন্নত প্রযুক্তি ব্যৱহাৰ কৰি নৈতিকতাৰ চূড়ান্ত অধঃপতন ঘটিছে নেকি একাংশ ছাত্রৰ৷ হাতে হাতে থকা ম’বাইল, লেপটপত তথ্য প্রযুক্তিৰ উন্নত আহিলাসমূহ ইণ্টাৰনেট ব্যৱহাৰেৰে নিজৰ গুণগত উন্নতিৰ বিপৰীতে অসৎ কর্মত ব্যৱহাৰ কৰি একাংশ ছাত্র মূল্যবোধ,…

যোৰহাট বায়ুসেনা ঘাটিত অঘটন, বিমান বিস্ফোৰণ

যোৰহাটৰ ৰৰৈয়া বায়ুসেনা বাহিনীৰ ঘাটিত এক চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছে। তথ্য অনুসৰি, ভাৰতীয় বায়ুসেনাৰ AN-32 পৰিবহণ বিমান এখন অৱতৰণ কৰাৰ কিছু সময় পিছতেই বিস্ফোৰণৰ ঘটনা সংঘটিত হয়। ঘটনাটোত বিমানখন ক্ষতিগ্ৰস্ত হোৱা বুলি জানিব পৰা গৈছে। বিস্ফোৰণৰ…

সম্পাদকীয় : সামাজিক শিষ্টাচাৰ আমি কেতিয়া শিকিম?

এটি সৰু অনুৰোধ৷ এই সৰু অনুৰোধ এটাৰ পিছতে ঘটা ঘটনাৱলীয়ে উন্মোচিত কৰিছে আমাৰ ভাৰতীয়সকলৰ চৰম লজ্জাজনক আচৰণ৷ প্রাচুর্যৰ মহানগৰ মুম্বাইৰ সন্ধিয়া এটা৷ ৬৫–৭২ বছৰীয়া দম্পতী এটাই মুম্বাইৰ এটা ৰাস্তাৰ পদপথেৰে সন্ধিয়া আন দিনাৰ দৰেই খোজকাঢ়ি গৈ আছিল৷…