নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পুনৰ জনতাক মাধমাৰ : কর্কট–গেষ্ট্রিকসহ ৮২বিধ ঔষধৰ দাম বৃদ্ধি

মধ্যপ্রাচ্যত অব্যাহত থকা ৰক্তক্ষয়ী যুদ্ধৰ প্রভাৱত এতিয়া বজাৰ ছানি ধৰিছে দাম বৃদ্ধিৰ জুয়ে৷ অত্যাৱশ্যকীয় সামগ্রীৰ পৰা শিশুখাদ্য–জীৱনদায়ি ঔষধলৈ হোৰাহোৰে বাঢ়িছে প্রতিবিধ বয়বস্তুৰ দাম৷ ইয়াৰ মাজতে সর্বসাধাৰণ জনতাৰ মূৰত আন এক মাধমাৰ৷ নেচনেল…

সম্পাদকীয় : আৰম্ভ হ’ল বিশ্ব মহাৰণ

বাজি উঠিছে ৰণ–দুন্দুভি৷ অন্ত পৰিল সুদীর্ঘ চাৰি বছৰৰ অধীৰ অপেক্ষাৰ৷ আৰম্ভ হ’ল বিশ্বকাপ ফুটবলৰ মহাৰণ৷ এতিয়া আৰু অধিক বৃদ্ধি পাইছে সমগ্র বিশ্বৰ অগণন ক্রীড়ানুৰাগীৰ উৎকণ্ঠা আৰু উদ্বিগ্ণতা৷ প্রতিনিশাই প্রিয় তাৰকাসকলৰ দুভৰিৰ যাদু উপভোগ কৰিবলৈ…

দিছপুৰত বিত্ত বিভাগৰ পৰ্যালোচনা বৈঠক জয়ন্ত মল্ল বৰুৱাৰ

বিত্তমন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই আজি জনতা ভৱনত অনুষ্ঠিত বিত্ত বিভাগৰ এক পৰিচয়মূলক পৰ্যালোচনা বৈঠকত সভাপতিত্ব কৰে। বৈঠকত বিভাগটোৰ জ্যেষ্ঠ বিষয়াসকলে মন্ত্ৰীগৰাকীক বিভাগৰ মুখ্য কাৰ্যকলাপ, চলি থকা বিভিন্ন পদক্ষেপ আৰু গুৰুত্বপূৰ্ণ…

কানাডাত চুটি ছবি ‘চিনেমেটিক লাভ’ৰ সাফল্য

কানাডা স্ক্ৰীন এৱাৰ্ডছত অসমীয়া চুটি ছবি “চিনেমেটিক লাভ”ৰ সাফল্য। কানাডাৰ চলচ্চিত্ৰ আৰু টেলিভিছনৰ সৈতে জড়িত ভাৰতীয় সমাজে আয়োজন কৰা এই প্ৰতিযোগিতাৰ আন্তৰ্জাতিক চুটি ছবি শাখাত তৰুণ চলচ্চিত্ৰ নিৰ্মাতা ফাৰদিন ইৰফানে নিৰ্মাণ কৰা ছবিখনে দুটা…

ঢকুৱাখনাত ভয়ংকৰ ৰূপত বৃদ্ধি প্ৰকৃতিৰ অজান শত্ৰু হিচাপে চিহ্নিত পাৰ্থেনিয়াম

বিষাক্ত সৌন্দৰ্যই ছানি ধৰিছে অসম। ৰাজ্যৰ ভিন্ন প্ৰান্তত পার্থেনিয়াম নামৰ এজোপা বিদেশী অপতৃণই ত্ৰাসৰ সৃষ্টি কৰিছে। ৰাজ্যৰ পথ-পথাৰত ৰঘুমলাৰ দৰে বিয়পি পৰিছে বিষাক্ত অপতৃণ পাৰ্থেনিয়াম। ভয়ংকৰ ৰূপত বৃদ্ধি পোৱা অপতৃণ পাৰ্থেনিয়ামে জনস্বাস্থ্যৰ…

ধুবুৰী সুৰক্ষিত হ’লেহে অসম সুৰক্ষিত : মন্ত্ৰী অশোক সিংহল

“সুৰক্ষিত অসমৰ বাবে সুৰক্ষিত ধুবুৰীৰ প্ৰয়োজন আছে।” আজি ধুবুৰীত এই মন্তব্য কৰে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ধুবুৰী জিলাৰ নবনিযুক্ত অভিভাবক মন্ত্ৰী অশোক সিংহলে। আজি বৃহস্পতিবাৰে ধুবুৰী চহৰৰ ঐতিহ্যমণ্ডিত গুৰুদ্বাৰাত সেৱা জনোৱাৰ পাছত…

লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান CM ভিজিলেঞ্চৰ

বৰপেটাত মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী কোষৰ অভিযান ৷ পূৰ্বৰ বাঘবৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ৰ লাটমণ্ডল সুৰজিৎ ডেকাৰ ঘৰত অভিযান ৷ বৰপেটা দঙৰকুছিস্থিত সুৰজিৎ ডেকাৰ ঘৰত অভিযান মুখ্যমন্ত্ৰীৰ বিশেষ তদাৰকী শাখাৰ৷ বৰপেটাৰ পূৰ্বৰ ৰাজহ…

কাৰ দখললৈ বিশ্বকাপৰ মুকুট… মেছি-নেইমাৰ-ৰ’নাল্ডো-য়ামাল-এমবাপেৰ খেল চাবলৈ উদ্বাউল অনুৰাগী

বিশ্ব ফুটবলৰ মহাৰণ ফিফা বিশ্বকাপৰ বাবে সাজু হৈছে বিশ্বৰ কোটি কোটে অনুৰাগী৷ আজিৰে পৰা আমেৰিকা–মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপ ফুটবল৷ প্রতিযোগিতাখনৰ উদ্বোধনী মেচখন মেক্সিকোত আয়োজক মেক্সিকো আৰু দক্ষিণ আফ্রিকাৰ মাজত অনুষ্ঠিত…

অসমৰ ছয় শিল্পীলৈ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ

অসমৰ সাংস্কৃতিক জগতলৈ পুনৰ আহিছে গৌৰৱৰ খবৰ। সংগীত নাটক একাডেমীৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ ওস্তাদ বিছমিল্লাহ খান যুৱ পুৰস্কাৰ অসমৰ মুঠ ছয়গৰাকী প্ৰতিভাৱান শিল্পীক প্ৰদান কৰা হৈছে। ২০২৪ বৰ্ষৰ পুৰস্কাৰপ্ৰাপক মীনাক্ষি মেধি- সত্ৰীয়া নৃত্য…

অসমৰ পাঁচ বিশিষ্ট শিল্পীলৈ সংগীত নাটক একাডেমী বঁটা

অসমৰ সাংস্কৃতিক জগতলৈ আহিছে এক গৌৰৱময় খবৰ। দেশৰ সৰ্বোচ্চ সাংস্কৃতিক প্ৰতিষ্ঠান সংগীত নাটক একাডেমীৰ ২০২৪ আৰু ২০২৫ বৰ্ষৰ বঁটাৰ বাবে অসমৰ মুঠ পাঁচগৰাকী বিশিষ্ট শিল্পী নিৰ্বাচিত হৈছে। সংগীত নাটক একাডেমী বঁটা ২০২৪ৰ বাবে সত্ৰীয়া নৃত্যৰ ক্ষেত্ৰত…