নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বিশ্বকৰ্মা পূজা কৰি অনা গাড়ীৰ কাষত প্ৰস্ৰাৱ মুছলমান যুৱকৰ, উত্তপ্ত খানাপাৰা

খানাপাৰাৰ সমীপত এক ভয়ংকৰ মাৰপিটৰ ঘটনা সংঘটিত হৈছে। দুই ফৈদৰ মাজত মাৰপিটৰ ঘটনাত গুৰুতৰভাৱে আহত এজন। দুজন মুছলমান সম্প্ৰদায়ৰ ব্যক্তিয়ে গাড়ীৰ কাষত কৰিছিল প্ৰস্ৰাৱ। দিনৰ ভাগত বিশ্বকৰ্মা পূজা কৰি অনা গাড়ীখনৰ কাষত প্ৰস্ৰাৱ কৰাৰ অভিযোগ।…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৮ ছেপ্টেম্বৰ, বৃহস্পতিবাৰ মেষ : দিনটোত বিশেষ সাৱধানে চলা ভাল৷ বিদ্যার্থীসকলে অধ্যয়নৰ ক্ষেত্রত চেষ্টা অব্যাহত ৰাখক৷ আপোনাৰ কৰণীয় দায়িত্ব পালিত হ’ব৷ শুভ ৰং ৰঙা৷ শুভ সংখ্যা ৯৷ বৃষ : বন্ধু ব্যক্তিৰ পৰা আশানুৰূপ ফল দেখি কৃতজ্ঞ হ’ব৷…

ইণ্ডিয়ান টীমৰ জাৰ্ছী স্পনছৰ Apollo Tyres-ৰ, জানক প্ৰতিমেচত কিমান লাভ BCCIৰ

ভাৰতীয় ক্ৰিকেট দলৰ নতুন জাৰ্চি ছপনৰ: অ্যাপল’ টায়াৰ্ছ ড্ৰীম১১ৰ পৰিৱৰ্তে নিযুক্ত, প্ৰতি মেচত ৪.৫ কোটি টকা কেইসপ্তাহমান আগতে অনলাইন গেমিং বিধেয়কৰ বাবে Dream-11ক ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড (বিচিচিআই)ৰ সৈতে তেওঁলোকৰ চুক্তি সমাপ্ত…

নূপুৰ বৰাক গ্ৰেপ্তাৰ : গৰৈমাৰী ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত বন্ধ কাম-কাজ

কামৰূপ জিলাৰ ছমৰীয়া সমষ্টিৰ অন্তৰ্গত গৰৈমাৰী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া নূপুৰ বৰাক আয় বহিৰ্ভূত গোচৰত মূখ্যমন্ত্ৰীৰ তদাৰক শাখাই গ্ৰেপ্তাৰ কৰাৰ পিছত গৰৈমাৰী চক্ৰ বিষয়া কাৰ্যালয়ৰ কাম-কাজ প্ৰায় বন্ধ হৈ পৰিছে ৷ উল্লেখ্য যে, সংখ্যালঘু এলেকা গৰৈমাৰীত…

ফ্লেট, মাটিৰ পৰা বেংক একাউণ্ট…. আয়তকৈ ৪১৬% বহিৰ্ভূত সম্পত্তিৰ গৰাকী ACS নূপুৰ,

আয়তকৈ ৪১৬% বহিৰ্ভূত সম্পত্তিৰ গৰাকী হৈছিল নূপুৰ বৰা। বহু দামী দামী সাজপাৰ উদ্ধাৰ হৈছে নূপুৰৰ বাসগৃহত। নূপুৰৰ বিভিন্ন বেংকৰ প্ৰায় ৯টা একাউন্ট জব্দ। বৰপেটাত নূপুৰৰ দুটাকৈ লকাৰ তথ্য লাভ ভিজিলেঞ্চৰ। বেলতলা আৰু জালুকবাৰীৰ দুটাকৈ স্থানত মাটি…

স্থায়ী অধ্যক্ষ-প্ৰধান শিক্ষক অবিহনেই চলিছে নগাঁৱৰ অৰ্ধশতাধিক শিক্ষানুষ্ঠান 

নগাঁও জিলা সংমণ্ডলৰ বিদ্যালয় সমূহৰ পৰিদৰ্শক জন নগাঁও জিলা প্ৰাথমিক শিক্ষা বিষয়াৰ দায়িত্বতো কাৰ্যনিৰ্বাহ কৰি আছে। তৎসত্বেও তেওঁ জিলা খনৰ প্ৰায় একুৰি শিক্ষানুষ্ঠানৰ ভাৰপ্ৰাপ্ত অধ্যক্ষ-প্ৰধান শিক্ষকৰ দায়িত্বত থকা বিষয়টো সৰ্বত্ৰ চৰ্চা…

খেলপথাৰত ভাৰতীয় খেলুৱৈয়ে কৰমর্দন নকৰাত ক্ষোভ পাকিস্তানৰ, ICC-ক অভিযোগ PCB-ৰ

সংযুক্ত আৰব আমিৰশ্বাহীত পূর্ণ গতিত চলি থকা এছিয়া কাপত দেওবাৰে অনুষ্ঠিত হয় বহু প্রতীক্ষিত ভাৰত আৰু পাকিস্তানৰ মেচ৷ মেচখনত দুর্দান্ত প্রদর্শনেৰে টীম ইণ্ডিয়াই পাকিস্তানক ৭ উইকেটত বিধ্বস্ত কৰে৷ মেচৰ প্রদর্শনেৰে ভাৰতে পাকিস্তানক কেৱল পৰাস্ত কৰাই…

প্ৰযুক্তি নগৰী বেংগালুৰুত দিনজোৰা কাৰ্যসূচীৰে জন্মাষ্টমী পালন

প্ৰযুক্তি নগৰী বেংগালুৰুত বিভিন্ন কৰ্ম সূত্ৰে থকা বৃহৎ অসমীয়া সমাজ একত্ৰিত হৈ গঢ়ি তোলা শ্ৰীমন্ত শংকৰদেৱ সাংস্কৃতিক সমাজৰ নামঘৰত কালি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে শ্ৰীকৃষ্ণ জন্মাষ্টমী পালন কৰে। প্ৰায় তিনি শতাধিক লোকৰ সমাগম হোৱা…

জীৱনত ৩৯বাৰকৈ তেজ দিয়া বিপদৰ বন্ধু ৰাজু দাসৰ দেহাৱসান

জীৱনত ৩৯বাৰকৈ তেজ দিয়া "বিপদৰ বন্ধু" বোকাখাত ৰজাবাৰীৰ নিবাসী ৰাজু দাসৰ মৃত্যু ঘটিছে। কাৰোবাৰ বিপদ বুলিলেই তৎক্ষণাত কাষত থিয় হোৱা, দুৰ্ঘটনা হ'লেই আহতৰ কাষত সাহস হৈ থিয় হোৱা আৰ্ত জনৰ সাহস ৰাজু দাসে চৰকাৰ বা কোনো লোকৰ শেষ মুহূৰ্তত বিশেষ সহায়…

ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ‍্যুৎস্পৃষ্ট হৈ শ্ৰমিকৰ মৃত্যু

ডিব্ৰুগড়ৰ মোহনবাৰী বায়ুসেনাত কৰ্মৰত অৱস্থাত বিদ‍্যুৎষ্পৃষ্ট হৈ অকাল মৃত্যু হয় এজন শ্ৰমিকৰ। মৃত্যু হোৱা শ্ৰমিকজন লাহোৱালৰ হেজেল বেংক চাহ বাগিচাৰ মুড়া লাইনৰ বিকি দাস বুলি জানিবলৈ দিয়ে। মোহনবাৰী বায়ুসেনাত দীনেশ গগৈ এন্টাৰপ্ৰাইজ নামৰ ঠিকাদাৰী…