নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মৰিগাঁও জিলা কাৰাগাৰত কয়দীৰ মৃত্যু, আছিল POCSO গোচৰত অভিযুক্ত

মৰিগাঁও জিলা কাৰাগাৰত কাৰাৰুদ্ধ এজন অভিযুক্তৰ মৃত্যু হৈছে। POCSO গোচৰত অভিযুক্ত ছফিকুল ইছলাম নামৰ যুৱকজনৰ ঘৰ নগাঁও জিলাৰ গৰৈমাৰীত। পৰিয়ালৰ সূত্ৰে জানিব দিয়া অনুসৰি নিশা প্ৰায় ২ বাজি ৫৫ মিনিটত মৰিগাঁও কাৰাগাৰ কৰ্তৃপক্ষই দেউতাকলৈ ফোন কৰি…

জখলাবন্ধাত পুখুৰীত সোমাল বাহন, আৰোহী হিচাপে আছিল দুই যুৱতীসহ এক যুৱক

জখলাবন্ধাত নিশা প্ৰায় ১১ বজাত তীব্ৰবেগী বিলাসী বাহন সোমাল পুখুৰীত। ঘটনাটো সংঘটিত  জখলাবন্ধা-শিলঘাট সংযোগী পথৰ মিৰিভেটিত। AS 02 FG 4454 নম্বৰৰ বাহনখনত দুই যুৱতীসহ এজন যুৱকে তীব্ৰ বেগত আহি নিয়ন্ত্ৰণ হেৰুৱাই পথৰ পৰা প্ৰায় ৩০ ফুট আঁতৰত…

বিটিচিত এইবাৰ বিপিএফৰ চৰকাৰ, খৈৰাবাৰীত বিপিএফৰ নিৰ্বাচনী হাগ্ৰামা মহিলাৰীৰ

৩১নং খৈৰাবাৰী পৰিষদীয় সমষ্টিত প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে বি পি এফে। এক বিশাল জন সমাবেশেৰে খৈৰাবাৰীত এক প্ৰকাৰ শক্তি প্ৰদৰ্শন কৰিলে বি পি এফে। পৰিষদীয় সমষ্টিটোৰ দলীয় প্ৰাৰ্থী লৌমশ্ৰাও দৈমাৰীৰ হৈ আজি হেলিকপ্টাৰেৰে আহি খৈৰাবাৰীত…

এছিয়া কাপ বর্জনৰ হুংকাৰ পাক ক্রিকেট দলৰ

এছিয়া কাপ বর্জন কৰাৰ হুংকাৰ দিছে পাকিস্তান ক্রিকেট দলে৷ মেচ ৰেফাৰী এণ্ডী পাইক্রফটক বহিষ্কাৰ নকৰিলে সংযুক্ত আৰব আমিৰশ্বাহীৰ বিপক্ষে খেলিবলগীয়া প্রতিযোগিতাখনৰ পৰৱর্তী মেচখন বর্জন কৰাৰ হুংকাৰ দিছে পাক দলটোৱে৷ মন কৰিবলগীয়া যে দুয়ো দেশৰ মাজত…

চেম্পিয়ন হ’লে নাকভিৰ পৰা ট্রফী গ্রহণ নকৰে টীম ইণ্ডিয়াই, পাকিস্তানক ভাবুকি ভাৰতৰ

কৰমর্দন বিতর্কক লৈ পাকিস্তানে তিনিটা কঠোৰ পদক্ষেপ গ্রহণ কৰাৰ পাছত ওলোটাই ভাবুকি দিছে টীম ইণ্ডিয়াই৷ যদি এছিয়া কাপত ভাৰত চেম্পিয়ন হয়, তেতিয়াহ’লে এছিয়ান ক্রিকেট কাউঞ্চিলৰ সভাপতি তথা পাকিস্তান ক্রিকেট ব’ডৰ অধ্যক্ষ মহছিন নাকভিৰ পৰা ট্রফী গ্রহণ…

সম্পাদকীয় : জেন জেডৰ বিদ্রোহ

সামাজিক ন্যায় প্রতিষ্ঠান আৰু যুৱপ্রজন্মৰ প্রত্যাশা পূৰণ অবিহনে ক্ষমতা দখলৰ যুঁজখন কিমান ভয়াৱহ হ’ব পাৰে সেয়া পুনৰ প্রমাণ হ’ল নেপালত৷ নেপালৰ শেহতীয়া হিংসাত্মক বিদ্রোহৰ বাবে জেন জেডক জগৰীয়া কৰা হৈছে৷ ১৯৯৭ৰ পৰা ২০১২ৰ ভিতৰত জন্মগ্রহণ কৰা…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৬ ছেপ্টেম্বৰ, ভাদ মাহৰ ৩০ তাৰিখ মঙলবাৰঃ তিথি–কৃষ্ণা দশমী, নক্ষত্রঃ আর্দ্রা, যাত্রাঃ নাই মেষঃ শুভ ৰং গেৰুৱা, সংখ্যা ৩৷ ঘৰুৱা অশান্তি বাঢ়িব পাৰে৷ নিজৰ ভুলৰ বাবে ক্ষতি হোৱাৰ ভয় আছে৷ প্রতিকাৰ– পানীত কেইটামান তিল দি…

বিটিচিত এইবাৰ ত্ৰিপল ইঞ্জিনৰ চৰকাৰ : কোকৰাঝাৰত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী প্ৰচাৰ

 বিটিচি নিৰ্বাচনত এইবাৰ আমি আটাইতকৈ বেছি আসন লাভ কৰিম ৷ যোৱাবাৰ বিটিচি নিৰ্বাচনত  বিজেপিয়ে ৯খন আসন লাভ কৰিছে৷ বিটিচিত এইবাৰ ত্ৰিপুল ইঞ্জিনৰ চৰকাৰ হব৷ গাড়ীৰ পেচেঞ্জাৰ প্ৰমোদ, হাগ্ৰামা আৰু অঞ্জলি দৈমাৰী, ড্ৰাইভাৰ আৰু তেল নৰেন্দ্ৰ মোডী৷ এই…

বিটিচি নিৰ্বাচনৰ পিছত ভিচিডিচিক গাঁতত সুমুৱাই দিয়া হ’ব, বাসুগাঁৱত মুখ্যমন্ত্ৰীৰ নিৰ্বাচনী সভা

নেপালৰ দৰে পৰিৱেশ হ’লে অসমৰ ৰাইজে প্ৰথমে অখিল গগৈকে আক্ৰমণ কৰিব- মুখ্যমন্ত্ৰী বি‌ টি চি নিৰ্বাচনৰ দিন চমু চাপি অহাৰ লগে লগে অঞ্চলটিত নিৰ্বাচনী বতাহ উৎতপ্ত‌ হৈ পৰিছে। প্ৰতিটো দলে নিজৰ নিজৰ শক্তি প্ৰদৰ্শন কৰাৰ প্ৰতিযোগিতাত অৱতীৰ্ণ হৈছে…

আইবিপিএছত ১৩,২১৭টা চাকৰিৰ সুযোগ

🔹 আবেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ ইনষ্টিটিউট অৱ বেংকিং পার্ছনেল ছিলেকচন (আইবিপিএছ)ত খালী হোৱা বহুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷