নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

দেশৰ ঐক্য–অখণ্ডতাৰ মহান নায়ক ভূপেনদা : সুধাকণ্ঠৰ জন্ম শতবার্ষিকীত প্রধানমন্ত্রীৰ শ্রদ্ধাঞ্জলি

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : সংগীত আৰু মানৱপ্রেমীৰে লুইতৰ দুয়োপাৰৰ জাতীয় জীৱন চহকী কৰা সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীত গণশিল্পীগৰাকীক দেশৰ অখণ্ডতাৰ মহানায়ক ৰূপে অভিহিত কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ খানাপাৰাৰ পশু চিকিৎসা…

আজিৰ দিনটোৰ ৰাশিফল

আজি ১৪ ছেপ্টেম্বৰ, ভাদ মাহৰ ২৮ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : ৰোহিণী, যাত্রা : নাই মেষ : সন্তানৰ বাবে সুখ৷ ঘৰুৱা কাম–কাজৰ লগতে আজি কোনো নতুন চিন্তাৰ সুফল আশা কৰিব পাৰে৷ অযথা চিন্তা পৰিহাৰ কৰক৷ শুভ ৰং ৰঙা, শুভ সংখ্যা ৩৷ বৃষ…

তামিল ধ্ৰুপদী কৰ্মশালাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ গৱেষকৰ অংশগ্ৰহণ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা আৰু সাহিত্য অধ্যয়ন বিভাগৰ সহকাৰী অধ্যাপক ড⁰ বি বিজয়কুমাৰৰ নেতৃত্বত এটা ২৮জনীয়া গৱেষক শিক্ষাৰ্থীৰ দলে তামিলনাডুস্থিত Central Institute of Classical Tamilত ১০ ছেপ্টেম্বৰ তাৰিখৰ পৰা ভাৰতৰ প্রথম…

পাপুৱা নিউ গিনিৰ স্বাধীনতা দিৱসত প্ৰতিনিধিত্ব কৰিব মন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই

পাপুৱা নিউ গিনি চৰকাৰৰ আমন্ত্ৰণমৰ্মে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰতিনিধিত্ব কৰি কেন্দ্রীয় বিদেশ ৰাজ্যমন্ত্ৰী পবিত্ৰ মৰ্ঘেৰিটাই দেশখনৰ ৫০সংখ্যক স্বাধীনতা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে ১৬ ছেপ্টেম্বৰত পাপুৱা নিউ গিনি উপস্থিত…

এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত ৯৭৬টা চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৭ ছেপ্টেম্বৰ এয়াৰপ’ৰ্ট অথৰিটী অৱ ইণ্ডিয়াত খালী হোৱা ৯ শতাধিক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

মণিপুৰ নামত থকা মণিয়ে জিলিকাব উত্তৰ-পূব : মণিপুৰত মোদী

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মণিপুৰৰ চুড়াচান্দপুৰত হিংসাত প্ৰভাৱিত লোকসকলক সাক্ষাৎ কৰিছে। তেওঁ মণিপুৰত শান্তি, উন্নয়ন আৰু বিশ্বাসৰ বাৰ্তা দিছে। লগতে ভাৰত চৰকাৰৰ দ্বাৰা মণিপুৰৰ সামাজিক আৰু অৰ্থনৈতিক উন্নয়নৰ বাবে কৰা প্ৰচেষ্টাসমূহকো…

দেশজুৰি ফটকা নিষিদ্ধৰ পোষকতা ছুপ্রিম ক’ৰ্টৰ

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : কেৱল দেশৰ ৰাজধানী নতুন দিল্লীতেই নহয়, সমগ্র দেশতেই ফটকা–আতচবাজী নিষিদ্ধৰ পোষকতা উচ্চতম ন্যায়ালয়ৰ৷ দিল্লী আৰু ৰাষ্ট্রীয় ৰাজধানী অঞ্চলত ফটকা বিক্রী, জমা ৰখা, সৰবৰাহ কৰা আৰু নির্মাণ কৰাৰ নিষেধাজ্ঞাক লৈ আবেদনৰ…

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগত ১৯১টা চাকৰি, আবেদনৰ অন্তিম তাৰিখ ২১ ছেপ্টেম্বৰ

Directorate of Health Service, Assam (DHS), অসমে ১৯১টা পদত নিয়োগৰ বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই পদবোৰ হৈছে হেল্থ এডুকেটৰ, জুনিয়ৰ এছিষ্টেণ্ট/একাউণ্ট এছিষ্টেণ্ট কাম এলডিএ, আৰু বেছিক হেল্থ ৱৰ্কাৰ (BHW)— যিবিলাক পদ ৰাজ্যৰ বিভিন্ন স্বাস্থ্য…

ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি ব’লছ’নাৰক ২৭ বছৰ কাৰাদণ্ড

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ২০২২ চনত নির্বাচনত পৰাজিত হোৱাৰ পাছত সেনা বিদ্রোহৰে শাসনৰ গাদীত অধিষ্ঠিত হৈ থকাৰ অভিযোগত দোষী সাব্যস্ত কৰি ব্রাজিলৰ প্রাক্তন ৰাষ্ট্রপতি জেইৰ ব’লছ’নাৰক দেশখনৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ কমিটীয়ে ২৭ বছৰ আৰু ৩ মাহৰ…

কাইলৈ এছিয়া কাপ -ৰ ভাৰত–পাকৰ হাইভল্টেজ মেচ : এতিয়াও বিক্রী হোৱা নাই সৰহসংখ্যক টিকট

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : ক্রিকেট বিশ্বত ভাৰত–পাকিস্তানৰ মেচ মানেই এক অনন্য উন্মাদনা৷ ২২ গজত ভাৰত–পাকিস্তান মানেই গেলাৰীভর্তি ষ্টেডিয়ামত উন্মাদ দর্শকৰ ভিৰ৷ এয়া ক্রিকেট বিশ্বৰ এক পৰিচিত দৃশ্য৷ পিছে এইবাৰ ইউএইত ভাৰত–পাক মেচৰ এই পৰিচিত দৃশ্য…