নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শুল্কৰ বাবেই ভাৰত–আমেৰিকাৰ সম্পর্কত ফাট মেলিছে : ড’নাল্ড ট্রাম্প

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : ভাৰত–আমেৰিকাৰ বাণিজ্য চুক্তি হোৱা নাই৷ ইপিনে, শুল্ক বোমাৰ বাবে ভাৰতৰ সৈতে আমেৰিকাৰ সম্পর্কত জটিলতা আহি পৰিছে৷ ইয়াৰ মাজতে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পে ভাৰতক হুংকাৰ দি আহিছে৷ এই পৰিস্থিতিৰ…

গ্রেট ব্রিটেইনত পুনৰ বর্ণবাদৰ বলি ভাৰতীয় : শিখ মহিলাৰে দুষ্কাৰ্য দুই ব্রিটিছ নাগৰিকৰ

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : গ্রেট ব্রিটেইনত পুনৰ বর্ণবাদৰ বলি হ’ল ভাৰতীয় বংশোদ্ভৱ৷ অল্ডবুৰি চহৰত এগৰাকী ভাৰতীয় শিখ মহিলাক দুজন ব্রিটিছ নাগৰিকে ধর্ষণ কৰি বর্ণবাদমূলক অশোভনীয় গালি–গালাজ কৰে৷ ২০ বছৰীয়া মহিলাগৰাকীক ধর্ষণ কৰাৰ পিছত দুই ব্যক্তিয়ে…

অকলশৰীয়া হৈ পৰিছে প্রদেশ কংগ্রেছৰ সভাপতি গৌৰৱ : সামাজিক মাধ্যমত স্পষ্ট দলৰ বিভাজনৰ ছবি

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : প্রদেশ কংগ্রেছত বিভাজনৰ ছবি পৰিস্ফুট হৈছে৷ ৰাজ্যিক সভাপতি গৌৰৱ গগৈৰ বিৰুদ্ধে দিনকদিনে বাঢ়ি অহা অসন্তুষ্টি, অসন্তোষে এতিয়া নতুন মাত্রা লাভ কৰিছে৷ সামাজিক মাধ্যমত শেহতীয়াভাৱে মুখ্যমন্ত্রীক উদ্দেশ্যি গৌৰৱ গগৈয়ে…

ভাৰত–পাকিস্তানৰ মেচক লৈ অব্যাহত বিতর্ক : মেচৰ সম্প্রচাৰৰ বিৰোধিতাৰে প্রধানমন্ত্রীলৈ পত্র

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : চলিত এছিয়া কাপত আজি বহুচর্চিত ভাৰত আৰু পাকিস্তানৰ মেচ৷ ক্রিকেট বিশ্বৰ এই দুই শক্তিৰ মেচ বুলিলেই সাধাৰণতে বহুদিন পূর্বৰে পৰা উৎকণ্ঠা দেখা যায়, এয়া তেনেই এটা চিনাকি দৃশ্য৷ পিছে এইবাৰ ভাৰত–পাক মেচৰ চর্চাৰ আঁৰত আছে…

আজি সন্মুখ সমৰত ভাৰত-পাক : টীম ইণ্ডিয়াক সকীয়নি পাক দলৰ অধিনায়কৰ

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : এছিয়া কাপৰ হাইভল্টেজ মেচখনৰ পূর্বে টীম ইণ্ডিয়াক সকীয়নি পাকিস্তান দলটোৰ অধিনায়ক ছলমান আঘাৰ৷ আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ মেচখনৰ পূর্বে পাক দলটোৰ অধিনায়ক ছলমান আঘাই…

এছিয়া কাপৰ আজি হাইভল্টেজ মেচত ভাৰত–পাকিস্তান

নিউজ ডেস্ক, ১৪ ছেপ্টেম্বৰ : নানা বিতর্কৰ মাজত আজি এছিয়া কাপত মুখামুখি হ’ব দুই চিৰন্তন প্রতিদ্বন্দ্বী ভাৰত আৰু পাকিস্তান৷ ডুবাইত আজি হ’বলগীয়া হাইভল্টেজ মেচখনক লৈ অৱশ্যে বিশেষ উন্মাদনা নাই অনুৰাগীৰ মাজত৷ পেহেলগাম আক্রমণৰ পিছত এছিয়া কাপৰ ভাৰত…

নুমলীগড়ত আজি প্রধানমন্ত্রী : বিশ্বৰ প্রথম বাঁহভিত্তিক ইথানল প্লাণ্ট উদ্বোধন কৰিব মোদীয়ে

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : আজি প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে উদ্বোধন কৰিব নুমলীগড়ত বিশ্বৰ প্রথমটো বাঁহভিত্তিক ২জি বায়’ ইথানল প্লাণ্ট আৰু আধাৰশিলা স্থাপন কৰিব পলিপ্রোপিলিন প্লাণ্টৰ৷ এই দুটা বৃহৎ প্লাণ্টৰ শুভ উদ্বোধন আৰু আধাৰশিলা স্থাপন…

অসমত প্ৰধানমন্ত্ৰী মোদীৰ দ্বিতীয় দিন : ৩,৬৮৯ কোটি টকাৰে ৰিং ৰোড প্রকল্পৰ আধাৰশিলা স্থাপন

বিশেষ বাৰ্তা, ১৩ ছেপ্টেম্বৰ : প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে অসম ভ্রমণসূচীৰ কেইবাটাও প্রকল্পৰ অংশ হিচাপে আজি আধাৰশিলা স্থাপন কৰিব গুৱাহাটী ৰিং ৰোড প্রকল্পৰ৷ অর্থনৈতিক ৰূপান্তৰৰ অন্যতম পৰিকাঠামো তথা চালিকাশক্তি হিচাপে হ’বলৈ গৈ থকা এই ১২১…

ড০ হাজৰিকাৰ আত্মজীৱনীমূলক গ্রন্থৰ অসমীয়া–২১ ভাষাৰ সংস্কৰণ উন্মোচন

🔹 সুধাকণ্ঠৰ স্মৃতিত ১০০ টকীয়া ৰূপৰ স্মাৰক মুদ্রা মুকলি মোদীৰ বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবর্ষৰ সৈতে সংগতি ৰাখি  খানাপাৰাত আয়োজিত অনুষ্ঠানত সুধাকণ্ঠৰ চিত্রসম্বলিত ১০০ টকীয়া ৰূপৰ বিশেষ স্মাৰক মুদ্রা…

ভূপেনদাক দিয়া সন্মান–শ্রদ্ধাৰ বাবে প্রধানমন্ত্রীক কৃতজ্ঞতা : জ্যেষ্ঠ ভাতৃক সুঁৱৰি আৱেগিক সমৰ হাজৰিকা

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : ৰাজ্য চৰকাৰৰ উদ্যোগত খানাপাৰাত আয়োজিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ জন্ম শতবার্ষিকীৰ মূল অনুষ্ঠানত অংশ লৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ সন্মুখতে জ্যেষ্ঠ ভাতৃ সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক সুঁৱৰি আৱেগিক হৈ পৰিল সমৰ…