নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

নগৰবেৰাত অসমভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি

নিয়মীয়া বাৰ্তা, ১৩ ছেপ্টেম্বৰ : কামৰূপৰ নগৰবেৰাত সুধাকণ্ঠ, ভাৰতৰত্ন প্ৰয়াত ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী উদযাপন সমিতিৰ উদ্যোগত আয়োজিত সদৌ অসম ভিত্তিত ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ কালি সফল সামৰণি পৰে| শুকুৰবাৰৰ সন্ধিয়াৰ পৰা অনুষ্ঠিত উক্ত…

বলীউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলী : আক্ৰমণৰ দায়িত্ব ল’লে গোল্ডি ব্ৰাৰ গেঙে

নিউজ ডেস্ক, ১৩ ছেপ্টেম্বৰ : বলীউড অভিনেত্ৰী দিশা পাটানীৰ বাসগৃহলৈ গুলীচালনা! শুকুৰবাৰে উত্তৰ প্ৰদেশৰ বেৰেলীত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা। অভিযোগ অনুসৰি ৪ৰ পৰা ৫ ৰাউণ্ড গুলী চলোৱা হয়। ঘটনাটোৰ দায়িত্ব স্বীকাৰ কৰিছে গেংষ্টাৰ গোল্ডি ব্ৰাৰ গেং…

বিশেষ লেখা : মোদীৰ বলিষ্ঠ নেতৃত্ব : উত্তৰ-পূবত ৰূপান্তৰৰ প্রতিধ্বনি

বিশেষ লেখা সৰ্বানন্দ সোণোৱাল কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পুনৰ পুণ্যভূমি অসমত পদাৰ্পণ কৰাত আমাৰ হৃদয় কৃতজ্ঞতাৰে ভৰি পৰিছে। আমাৰ হিয়াৰ আমঠু, ভাৰত ৰত্ন ড°ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী…

ৰাছিয়াৰ কামচাটকা উপদ্বীপত ৭.৪ মাত্ৰাৰ ভূমিকম্প

ৰাছিয়াৰ দূৰ-পূৰ্বভাগৰ কামচাটকা উপদ্বীপৰ উপকূলত আজি ৭.৪ ৰিখটাৰ স্কেলৰ শক্তিশালী ভূমিকম্পৰ সৃষ্টি হয়, যিটো যুক্তৰাষ্ট্ৰ ভূতত্ত্ব সৰ্বেক্ষণ কেন্দ্ৰ (United States Geological Survey (USGS) )ই জনাইছে। পেছিফিক ছুনামি সতৰ্কতা কেন্দ্ৰ…

দেশৰ ৰে’ল মানচিত্ৰত সংযোজিত মিজোৰাম, ভৈৰৱী-চাইৰাং ৰে’ললাইন উদ্বোধন প্ৰধানমন্ত্ৰীৰ

আজি মিজোৰাম-ত উপস্থিত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেওঁ মিজোৰামক ভাৰতীয় ৰে'ল নেটৱৰ্কেৰে সংযোগ কৰা ছাইৰাঙৰ পৰা তিনিখন এক্সপ্ৰেছ ৰে'ল মুকলি কৰে। ৰেললাইন মুকলি কৰি মোদীয়ে কয়, এয়া এক ৰেল লাইনেই নহয়, এয়া জীৱন ৰেখা। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ…

NHPC -ত এছজিএছটিৰ অভিযান : ঠিকাদাৰী প্রতিষ্ঠানৰ ১৮২ কোটি টকা জিএছটি ফাঁকি

বিশেষ বার্তা, গোগামুখ, ১৩ ছেপ্টেম্বৰ : ধেমাজিৰ গেৰুকামুখত NHPC-ৰ নামনি সোৱণশিৰি জলবিদ্যুৎ প্রকল্পস্থলীত চলিছে জিএছটিৰ এটা দলৰ অভিযান৷ যোৱা তিনি দিন ধৰি চলাই থকা এই অভিযানত বৃহৎ নদীবান্ধ নির্মাণৰ নামত প্রায় ১৮২ কোটি টকাৰ জিএছটি ফাঁকি দিয়া…

মেঘালয়-ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ডিডি লাপাঙৰ মৃত্যু

মেঘালয়ৰ ৰাজনৈতিক ক্ষেত্ৰত এক প্ৰখ্যাত ব্যক্তিত্ব পূৰ্বৰ মুখ্যমন্ত্ৰী ড’ৰ ডনৱা ডেথৱেলছন (ডিডি) লাপাঙে কালি শ্বিলঙৰ বেথানী হাস্পতালত বয়স সম্পৰ্কীয় অসুস্থতাৰ ফলত ৯১ বছৰ বয়সত মৃত্যুবৰণ কৰে।  মৃতদেহক লাছমিয়েৰত তেওঁৰ বাসভৱনত ৰাখা হ’ব।…

ডিব্ৰুগড়-ত ভয়ংকৰ ঘটনা, ৰেলে বাইকসহ মহটিয়ালে যুৱকক

ডিব্ৰুগড়ৰ চাউলখোৱাত সংঘটিত হৈছে এক ভয়ংকৰ দুৰ্ঘটনা ৷ ৰে’ল ক্ৰচিং পাৰ হ’বলৈ লওঁতেই ৰেলে মহটিয়াই নিলে বাইকসহ এজন যুৱকক৷ ফলত থিতাতে নিহত হয় যুৱকজন৷ যুৱকজন এইপৰ্যন্ত চিনাক্ত হোৱা নাই৷ আধা কিলোমিটাৰপৰ্যন্ত ৰেলে চোঁচৰাই নিয়ে হিৰহোণ্ডা বাহন খন।…

ৰহস্যঘন ছিপাঝাৰৰ ট্রিপল মার্ডাৰ : মাতৃ–পুত্রৰ ক্ষেত্রত ইমান নৃশংস কেনেকৈ হ’ল ঘাতক ?

🔹 ঘৰৰ ছাদত উদ্ধাৰ হত্যাত ব্যৱহৃত খুকুৰী–ম’বাইল 🔹 পাৰিবাৰিক কিবা সংঘাত আছিল নেকি দীপকৰ ? ৰণজিত কুমাৰ নাথ, ছিপাঝাৰ, ১৩ ছেপ্টেম্বৰ : ৰাজ্য কঁপোৱা ছিপাঝাৰৰ শিহৰণকাৰী ট্রিপল মার্ডাৰৰ ঘটনাৰ চাঞ্চল্য আজিও অব্যাহত আছে যদিও ৰহস্যঘন এই ঘটনাৰ যৱনিকা…

মৰিগাঁৱৰ মেলাআটিত শোকাৱহ ঘটনা, ২ কিশোৰীৰ সলিল সমাধি

মৰিগাঁৱত দুগৰাকী কিশোৰীৰ সলিল সমাধি। মৰিগাঁও মেলাআটিত কালি বিয়লিৰ পৰা নিৰুদ্দেশ হৈ আছিল দুগৰাকী কিশোৰী। এগৰাকীৰ মৃতদেহ পুখুৰীত উদ্ধাৰ হোৱাৰ পিছৰে পৰা অন্যগৰাকীক বিচাৰি চলাইছিল SDRFএ অভিযান। নিৰুদ্দেশ হৈছিল ১৪ বছৰীয়া শ্যামন্তিকা পাটৰ আৰু…