আজিৰ দিনটোৰ ৰাশিফল
আজিৰ দিনটোৰ ৰাশিফল
আজি ৩ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৭ তাৰিখ
বুধবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্রঃ পূর্ব্বষাঢ়া, যাত্রাঃ মধ্যম
মেষঃ বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷…