নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

তেজপুৰত দক্ষতা বিকাশ কেন্দ্ৰৰ ২০ প্ৰশিক্ষাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান 

শোণিতপুৰ জিলাৰ জিলা আয়ুক্ত  আনন্দ কুমাৰ দাসে জিলা আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত শোণিতপুৰ জিলাৰ দুৰুং চাহ বাগিচাত থকা দক্ষতা বিকাশ কেন্দ্ৰৰ ২০ প্ৰশিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে নিযুক্তি পত্ৰ প্ৰদান কৰে। সফলতাৰে প্ৰশিক্ষণ সমাপ্ত কৰা প্ৰশিক্ষাৰ্থী…

বৰভাগ আছুৰ অভিনন্দন অনুষ্ঠান, হাইস্কুল শিক্ষান্ত-উচ্চতৰ মাধ্যমিকৰ ১২৪ কীৰ্তিমানক  সম্বৰ্ধনা 

সদৌ নলবাৰী জিলা ছাত্ৰ সন্থাৰ অধীনৰ বৰভাগ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত ৩১ আগষ্টত  অঞ্চলটোৰ বিভিন্ন শিক্ষানুষ্ঠানৰ পৰা হাইস্কুল শিক্ষান্ত আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত কৃতিত্বৰে উত্তীৰ্ণ শিক্ষাৰ্থীসকলক বিশেষভাৱে সম্বৰ্ধনা জনোৱা হয়। বৰভাগ…

৮ মাহত ১৬ কোটিৰ হেৰ’ইনসহ ১২২ সবৰাহকাৰীক গ্রেপ্তাৰ পাণবজাৰ আৰক্ষীৰ

গুৱাহাটী মহানগৰীত অব্যাহত আছে ড্রাগ্ছৰ ৰমৰমীয়া বেহা৷ মহানগৰ আৰক্ষীয়ে ধাৰাবাহিকভাৱে ড্রাগ্ছবিৰোধী অভিযান অব্যাহত ৰাখিছে৷ আৰক্ষীৰ অভিযানত ড্রাগ্ছসহ কেইবাশ সৰবৰাহকাৰী জালত পৰিছে৷ মধ্য আৰক্ষী জিলাৰ অন্তর্গত পাণবজাৰ থানাৰ আৰক্ষীয়ে বিগত ৮ মাহত…

জীমত মহিলাক প্রশিক্ষণ পুৰুষৰ : উদ্বিগ্নতা এলাহাবাদ হাইক’ৰ্টৰ

জীমসমূহত মহিলাক পুৰুষে প্রশিক্ষণ দিয়াক লৈ উদ্বিগ্নতা প্রকাশ কৰিছে এলাহাবাদ উচ্চ ন্যায়ালয়ে৷ জীমত পর্যাপ্ত সুৰক্ষা ব্যৱস্থা অবিহনে এই প্রক্রিয়া চলি আছে বুলি উদ্বিগ্নতা প্রকাশ কৰি এলাহাবাদ উচ্চ ন্যায়ালয়ে জীমলৈ যোৱা যুৱতী আৰু মহিলাৰ নিৰাপত্তা…

টাবত পানী সংৰক্ষণ কৰক, বানপানীক আশীর্বাদ আখ্যা : পাকিস্তানী মন্ত্রীৰ মন্তব্য

বানত বিধ্বস্ত পাকিস্তানৰ নাগৰিকক টাবত পানী সংৰক্ষণ কৰিবলৈ আহ্বান জনাই আলোড়নৰ সৃষ্টি কৰিছে দেশখনৰ প্রতিৰক্ষা মন্ত্রী খাৱাজা আছিফে৷ দেশৰ ইতিহাসত অন্যতম ভয়াৱহ বানৰ কবলত পৰা পাকিস্তানৰ বৃহৎ ক্ষতিসাধন হোৱাৰ সময়তো প্রতিৰক্ষা মন্ত্রীগৰাকীয়ে বানক…

পুনৰ বয়স ফাঁকি : সুব্রত কাপৰ পৰা বাহিৰ নুমলীগড় হাইস্কুল

বয়স ফাঁকিৰ ঘটনাক পুনৰাবৃত্তি কৰি ল’ৰাৰ ১৫ বছৰ অনূর্ধ্বৰ ঐতিহাসিক সুব্রত কাপ ফুটবল প্রতিযোগিতাৰ পৰা ক্রমাগত দ্বিতীয় বর্ষৰ বাবে অসম দলটো বাহিৰ হৈছে৷ বিগত বর্ষতো অসম চৰকাৰৰ ক্রীড়া বিভাগে আয়োজন কৰা পিলিক চৌধুৰী আন্তঃজিলা স্কুল ফুটবলত চেম্পিয়ন…

এছিয়া কাপ হকীত গ’লৰ বৰষুণ, কাজাখস্তানক ১৫ গ’ল ভাৰতৰ

এছিয়া কাপ হকীত গ’লৰ বৰষুণ আয়োজক দেশ ভাৰতৰ৷ বিহাৰৰ ৰাজগিৰত পূর্ণগতিত চলি থকা এছিয়া কাপ হকীৰ পুল এৰ চতুর্থ তথা অন্তিমখন লীগ মেচত ভাৰতে কাজাখস্তানক ১৫–০ গ’লত পৰাস্ত কৰি অপৰাজয়ৰ ধাৰা অব্যাহত ৰাখিছে৷ ইতিমধ্যে প্রতিযোগিতাখনৰ ছুপাৰ ফ’ৰত স্থান…

সম্পাদকীয় : সংগীত আৰু সংকট

সংগীত পৰিৱেশন সমগ্র বিশ্বতে উপার্জনৰ এটা ভাল পথ হিচাপে স্বীকৃত৷ বিশ্ববিখ্যাত সংগীত শিল্পীসকলৰ কথা নহয়, সৰু সৰু ঠাইতো সীমিত ঠাইৰ মাজত বিখ্যাত হৈ পৰা পৰিৱেশনকাৰীসকলে এতিয়া অর্থ উপার্জন কৰিব পৰা হৈছে৷ অকল ইমানেই নহয়, ইমানদিনে অৱহেলিত হৈ থকা…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ৩ ছেপ্টেম্বৰ, ভাদ মাহৰ ১৭ তাৰিখ বুধবাৰ : তিথি–শুক্লা একাদশী, নক্ষত্রঃ পূর্ব্বষাঢ়া, যাত্রাঃ মধ্যম মেষঃ বন্ধু–বান্ধৱৰ লগত মন খুলি কথা ক’লেও মূল কথা ব্যক্ত নকৰিব৷ কোনো নভবা প্রসংগই আমনি দিব পাৰে৷ বিদ্যাৰ চেষ্টাত সুফল৷…

চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা, থিতাতে নিহত স্কুটী আৰোহী যুৱতী

৩১নং ৰাষ্ট্ৰীয় ঘাইপথৰ চাংসাৰিত ভয়ংকৰ পথ দুৰ্ঘটনা। চাংসাৰি F.C.I. গুদামৰ সমীপত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত থিতাতে মৃত্যু হয় এগৰাকী যুৱতীৰ। যুৱতীগৰাকী উত্তৰ গুৱাহাটী শিলসাঁকোৰ মন্দিৰা বৰদলৈ বুলি চিনাক্ত। বাইহাটা চাৰিআলিৰ ফালৰ…