GMCHৰ নৱজাতকৰ মৃত্যু কাণ্ডৰ বাবে শাস্তি ঘোষণা, কঠোৰ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ
GMCHৰ নৱজাতকৰ মৃত্যু কাণ্ডৰ অৱশেষত কঠোৰ হল জিএমচিএইচ কৰ্তৃপক্ষ। তদন্ত সমিতিৰ প্ৰতিবেদনৰ ভিত্তিত ৬ মাহৰ বাবে নিলম্বন কৰা হ'ল ডাঃ হৃষীকেশ ঠাকুৰীয়া আৰু ডাঃ পূজাক। এই দুয়োগৰাকীৰে ভুক্তভোগীৰ এজাহাৰত নাম আছিল
ইফালে ICU টেকনিচিয়ান ঈশানজ্যোতি…