উপ-ৰাষ্ট্রপতিৰ চৌহদ এৰি দিল্লীৰ ব্যক্তিগত ফার্ম হাউছলৈ জগদীপ ধনখড়
নিউজ ডেস্ক, ২ ছেপ্টেম্বৰ : দেশবাসীৰ মাজত চাঞ্চল্য সৃষ্টিৰে স্বাস্থ্যজনিত কাৰণত উপ–ৰাষ্ট্রপতি পদৰ পৰা পদত্যাগ কৰা জগদীপ ধনখড়ৰ প্রতিটো কর্মই এতিয়া চর্চাৰ বিষয় হৈ পৰিছে৷ শাসকীয় বিজেপিৰ প্রতি অভিমান কৰি প্রাক্তন কংগ্রেছী বিধায়ক হিচাপে পেন্সনৰ…