বাংলাদেশী মহিলাক আশ্রয় দি নগাঁৱত গ্রেপ্তাৰ চৰকাৰী বিষয়া
🔹 বিদেশী ন্যায়াধিকৰণত বিদেশী ঘোষিত
বিশেষ বার্তা, নগাঁও, ১ ছেপ্টেম্বৰ : প্রায় এসপ্তাহ ধৰি পলাতক হৈ থকা এগৰাকী বাংলাদেশী মহিলাক নগাঁৱৰ আৰক্ষীয়ে গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়৷ এই পলাতক বাংলাদেশী মহিলাগৰাকীক আশ্রয় দিয়া এগৰাকী চৰকাৰী বিষয়াক…