ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ মাৰণাস্ত্ৰ, ফ্ৰণ্টিয়াৰ স্কুলত চাঞ্চল্য
ছাত্ৰৰ পকেটৰ পৰা উদ্ধাৰ হৈছে মাৰণাস্ত্ৰ। শ্ৰীভূমি জিলাৰ ফ্ৰণ্টিয়াৰ ছিনিয়ৰ ছেকেণ্ডাৰী স্কুলত আজি দুপৰীয়া সংঘটিত হ'ল এটা চাঞ্চল্যকৰ ঘটনা। স্কুলৰ প্ৰথম বৰ্ষৰ এজন ছাত্ৰৰ পকেটৰ পৰা কৰ্তব্যৰত শিক্ষক এজন উদ্ধাৰ কৰিলে এটা মাৰণাস্ত্ৰ।
স্কুল…