নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

কুখ্যাত জামাত-ঈ-ইছলামীৰ সৈতে সম্পৰ্ক ৰক্ষাৰ অভিযোগত গোলকগঞ্জ আৰক্ষীৰ জালত শিক্ষক

বিশেষ বাৰ্তা, ১ ছেপ্টেম্বৰ : বাংলাদেশৰ কুখ্যাত জামাত-ঈ-ইছলামীৰ সৈতে সম্পৰ্ক ৰখাৰ অভিযোগত গোলকগঞ্জ আৰক্ষীৰ জালত পৰে আন এজন শিক্ষক হজৰত আলী ওৰফে হজৰত মাষ্টৰ। এক গোপন সূত্ৰৰ আধাৰত গোলকগঞ্জ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া দেৱজিত কলিতাৰ নেতৃত্বত যোৱা…

বিলাসীপাৰাত ৩১গৰাকী দৰিদ্ৰ ৰোগীলৈ আৰ্থিক সাহায্য শ্ৰেষ্ঠজিৎ ব্ৰহ্ম মেমৰিয়েল ট্ৰাষ্টৰ

নিয়মীয়া বাৰ্তা, ১ ছেপ্টেম্বৰ : ধুবুৰী জিলাৰ বিলাসীপাৰাত সমাজ জীৱনক সকাহ দিয়াৰ উদ্দেশ্যৰে ভূমিস্থ হোৱা শ্ৰেষ্ঠজিৎ ব্ৰহ্ম মেমৰিয়েল ট্ৰাষ্টে অঞ্চলটোৰ ৩১জনকৈ দৰিদ্ৰ ৰোগীক আৰ্থিক অনুদান আগবঢ়ায়। ট্ৰাষ্টটোৰ দ্বাৰা অঞ্চলটোত দ্বিতীয়বাৰৰ বাবে…

তোমাৰ বেটিঙে শান্তি দিছিল ক্রিকেট অনুৰাগীক, অৱসৰী পূজাৰালৈ প্রধানমন্ত্রী মোদীৰ মুকলি চিঠি

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : যোৱা দেওবাৰে সকলো ধৰণৰ ক্রিকেটক বিদায় জনাইছিল শ্বেটেশ্বৰ পূজাৰাই৷ ইয়াৰ কেইদিনমানৰ পিছতেই সদ্যপ্রাক্তন ক্রিকেটাৰগৰাকীলৈ মুকলি চিঠি লিখিছে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ অসাধাৰণ কেৰিয়াৰৰ বাবে পূজাৰাক শুভেচ্ছা জনাইছে…

৫ বছৰৰ পিছত ভাৰত-চীনৰ মাজত হ’ব পোনপটীয়া বিমানসেৱা : মোদী–জিনপিঙৰ বৈঠকৰ ইমপেক্ট

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : সুদীর্ঘ ৫ বছৰৰ পিছত ভাৰত–চীনৰ মাজত পোনপটীয়া বিমানসেৱা আৰম্ভ হোৱাৰ পথ প্রশস্ত হৈছে৷ ৭ বছৰৰ পিছত প্রথমবাৰলৈ চীন ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীয়ে কালি চীনৰ ৰাষ্ট্রপতি ঝি জিনপিঙৰ সৈতে ৫০ মিনিটজোৰা বৈঠকত মিলিত হয়৷…

আফগানিস্তানত ভয়াৱহ ভূমিকম্প : পাঁচ শতাধিক লোকৰ মৃত্যু, সহস্ৰাধিক আহত

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : আফগানিস্তানক দেওবাৰে নিশা প্ৰচণ্ড ভূমিকম্পই জোকাৰি যায়, যাৰ ফলত ব্যাপক ক্ষয়-ক্ষতি হয়। কুনাৰ প্ৰদেশৰ নুৰ গাল, সাৱকী, ৱাটপুৰ, মনোগী আৰু চাপা দাৰা জিলাত সৰ্বাধিক হতাহতৰ খবৰ পোৱা গৈছে। স্থানীয় সংবাদ মাধ্যমৰ মতে,…

মহানগৰীত নিশাৰ ৰঙীন ৰেভ পার্টীত ড্রাগছৰ অভাৰড’জ হৈ সুন্দৰীৰ মৃত্যু

🔹 অটোচালকে মেডিকেলত ভর্তি কৰাই কৰিছিল পলায়ন নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : নিষিদ্ধ ড্রাগছ সেৱন কৰি এগৰাকী মহিলা চিকিৎসাধীন অৱস্থাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (জিএমচিএইচ)ত মৃত্যুমুখত পৰাৰ পাছতে তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃত…

ড্রেগন আৰু হাতীয়ে আগবাঢ়ি যাব একেলগে, ‘বন্ধু’ মোদীৰ সন্মুখত জিনপিঙৰ উদাত্ত ঘোষণা

🔹 মাত্র ৫০ মিনিটৰ বৈঠকতে আৰম্ভ আমেৰিকাৰ দুর্গ খহোৱাৰ আখৰা নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : ‘বর্তমান পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি ভাৰত আৰু চীনৰ বন্ধুত্ব অত্যন্ত গুৰুত্বপূর্ণ৷’ সুদীর্ঘ ৭ বছৰৰ পিছত চীন ভ্রমণলৈ যোৱা প্রধানমন্ত্রী মোদীৰ সৈতে প্রায়…

জলপাইগুৰিত হাত–ভৰি কাটি মহানগৰীৰ বোৱাৰীক হত্যা, চাকৰি দিয়াৰ প্রতিশ্রুতিৰে লৈ গৈছিল পশ্চিমবংগলৈ

নিউজ ডেস্ক, ১ ছেপ্টেম্বৰ : চাকৰি দিয়াৰ প্রতিশ্রুতিৰে বহিঃৰাজ্যলৈ নি মহানগৰীৰ উজানবজাৰৰ এগৰাকী বোৱাৰীক হিন্দীভাষী যুৱক এজনে নৃশংসভাৱে হত্যা কৰাক লৈ তীব্র চাঞ্চল্যৰ সৃষ্টি হৈছে৷ মৃত মহিলাগৰাকী উজানবজাৰৰ পূজা দাস (২৭)৷ উল্লেখ্য যে যোৱা ২৩…

কাশ্মীৰৰ পৰা বৰপেটালৈ ৰে’লেৰে অহা ১৩ ৰহিংগ্যাক গ্রেপ্তাৰ

🔹 টেম্প’চালকে নমাই থৈ গৈছিল হাউলীত বার্তা ব্যুৰ’, বৰপেটা, ১ ছেপ্টেম্বৰ : চিনাকি–অচিনাকি লোকক লৈ ৰাজ্যৰ ৰাজনীতি উত্তাল হৈ থকাৰ সময়তে কালি বৰপেটা জিলাৰ হাউলীত ১৩ ৰহিংগ্যা লোকক স্থানীয় ৰাইজৰ সহযোগত আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ আটকাধীন…