নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাকিস্তানী ফোনেৰে অসমীয়া যুৱকক ধমকি, বেংক একাউণ্ট বন্ধ কৰাৰ ভাবুকি

পুনৰ অসম-বংগ সীমান্তৰ এজন যুৱকৰ মবাইলত আহিল ভাবুকিভৰা বাৰ্তা। পাকিস্তানৰ ফোন নম্বৰৰে ধুবুৰী জিলাৰ কৈমাৰিৰ তায়াত হুছেইন নামৰ এজন ষ্টেট বেংকৰ গ্ৰাহকৰ মবাইলত প্ৰেৰণ কৰিলে ভাবুকি ভৰা বাৰ্তা। প্ৰথমতে পাকিস্তানৰ ফোন নম্বৰৰে গ্ৰাহকজনৰ পৰা দাবী…

ৰাস্তাত নিষিদ্ধ মাংস পেলোৱাক লৈ উত্তপ্ত আগমনি, তীব্ৰ প্ৰতিবাদ গাঁওবাসীৰ

আগমনিৰ পোকালাগি গাঁৱত সন্দেহজনক গো-মাংস পেলোৱা লৈ তীব্ৰ উত্তেজনাৰ সৃষ্টি হৈছে। যাৰ বাবে পথ অৱৰোধ কৰে গাঁওবাসীয়ে। কালি নিশা এই ঘটনা সংঘটিত হয়। ঘটনা অনুসৰি গো-মাংসক কেন্দ্ৰ কৰি আগমনিৰ অসম বংগ সীমান্তত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। অসম বংগ…

ভাৰতীয় ফুটবল দলত অসমৰ হৃত্বিক তিৱাৰী

🔹 কাফা নেচনছ কাপৰ বাবে ভাৰতৰ ২৩জনীয়া দলত স্থান লাভ নিউজ ডেস্ক, ২৬ আগষ্ট : অসমৰ ফুটবলপ্রেমীৰ বাবে সুখবৰ৷ ভাৰতীয় জাতীয় ফুটবল দলটোত স্থান লাভ কৰিবলৈ সক্ষম হৈছে অসমৰ হৃত্বিক তিৱাৰীয়ে৷ ২৯ আগষ্টৰ পৰা আৰম্ভ হ’বলগীয়া কাফা নেচনছ কাপৰ বাবে ভাৰতৰ…

আজি পুনৰ উৰিয়ামঘাটত ৰেংমা বনাঞ্চলত চলিছে উচ্ছেদ

উৰিয়ামঘাট ৰেংমা সংৰক্ষিত বনাঞ্চলত পুনৰ আজিৰে পৰা চলিছে উচ্ছেদ অভিযান। প্ৰথম পৰ্য্যায়ৰ উচ্ছেদ অভিযানৰ সফলভাৱে সামৰণি পৰাৰ পাছতে পুনৰ ৰেংমা বনাঞ্চল তিনিখনকৈ গাঁৱত আজি চলিছে উচ্ছেদ অভিযান। গাঁওকেইখন ক্ৰমে ১নং মধুপুৰ, হাতীডুবি আৰু ৰানা নগৰ।…

হঠাৎ অসমলৈ জাকে জাকে আগমন ৰহস্যজনক অচিনাকি লোকৰ

🔹 বৰঝাৰ বিমানবন্দৰত আদৰি নিলে জমিয়তে বিশেষ বাৰ্তা, ২৬ আগষ্ট : সংৰক্ষিত বনাঞ্চল তথা চৰকাৰী ভূমিৰ পৰা একাংশ সন্দেহযুক্ত লোকক উচ্ছেদ কৰাৰ পাছত ৰাজ্যখনক অশান্ত কৰিবলৈ অচিনাকি লোকৰ আগমন ঘটা বুলি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই আশংকা ব্যক্ত…

AAP নেতা সৌৰভ ভাৰদ্বাজৰ বিৰুদ্ধে EDৰ তালাচী

আম আদমী পাৰ্টীৰ (AAP) নেতা তথা প্ৰাক্তন মন্ত্ৰী সৌৰভ ভৰদ্বাজ বিপদত পৰিছে। আজি এনফৰ্চমেণ্ট ডাইৰেক্টৰেটে (ED) তেওঁৰ ঘৰত অভিযান চলায়। তেওঁৰ বিৰুদ্ধে ধন সৰবৰাহৰ (মানি লণ্ডাৰিং) অভিযোগ উত্থাপিত হৈছে। প্ৰাপ্ত তথ্য অনুসৰি, এই অভিযান হাস্পতাল…

অবৈধ বাংলাদেশীৰ ৰক্ষক

অসমৰ চৰকাৰী তথা সংৰক্ষিত ভূমি বেদখলমুক্ত কৰিবলৈ ধাৰাবাহিকভাৱে চলোৱা অভিযানৰ বাবে ড০ হিমন্ত বিশ্ব শর্মাক জগৰীয়া কৰি মুখ্যমন্ত্রীৰ পদৰ পৰা অপসাৰণ আৰু গ্রেপ্তাৰৰ দাবী উত্থাপন কৰিছে জমিয়ত উলেমা হিন্দে৷ ৰাজ্যখনৰ খিলঞ্জীয়া জাতি–জনগোষ্ঠীৰ একক…

অৰুণাচলৰ দিৰাঙত ভূমিস্খলন, চাৰিদুৱাৰ-ভালুকপুং-টাৱাং সংযোগী পথ বন্ধ

অৰুণাচল প্ৰদেশৰ দিৰাঙত সংঘটিত ভয়ংকৰ ভূমিস্খলনৰ ঘটনাৰ ফলত ভালুকপুং টাৱাং সংযোগী পথৰে যাতায়াত বন্ধ হৈ পৰিছে৷ উল্লেখযোগ্য যে এই পথচোৱাত দেওবাৰৰ পৰাই স্হানবিশেষে পাহাৰ খহি পৰা ঘটনা সংঘটিত হৈ আছিল যদিও আজি পুৱা ই ভয়ংকৰ ৰূপ লয়৷ হঠাতে খহি পৰে…

২০২৫ বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত শিক্ষক দেৱজিত ঘোষ

দেৱজিত ঘোষ ডিব্ৰুগড়ৰ নামচাং চাহ বাগিচা আদৰ্শ উচ্চতৰ মাধ্যমিকৰ শিক্ষক  চলিত বৰ্ষৰ ৰাষ্ট্ৰীয় শিক্ষক বঁটাৰ বাবে নিৰ্বাচিত হ'ল ডিব্ৰুগড়ৰ কৃতী শিক্ষক দেৱজিৎ ঘোষ। দেশৰ ৪৫ গৰাকী শিক্ষকৰ ভিতৰত অসমৰ একমাত্ৰ শিক্ষক হিচাপে নিৰ্বাচিত হোৱা দেৱজিত ঘোষ…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৬ আগষ্ট, ভাদ মাহৰ ৯ তাৰিখ মঙলবাৰ : তিথি–শুক্লা তৃতীয়া, নক্ষত্র : হস্তা, যাত্রা : নাই মেষ : ঘৰুৱাত অস্থিৰতা কিছু পাতলিব৷ নতুন কোনো সংযোগত আহুকাল৷ শৰীৰ মধ্যম৷ আর্থিকত আবেদনকাৰীৰ সুযোগ৷ বিবাহৰ যোগ৷ শুভ ৰং বগা, সংখ্যা ৭৷ বৃষ : পুৱা ১০…