নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

এছিয়া কাপত পাকিস্তানৰে ভাৰতক খেলাৰ অনুমতি ক্রীড়া মন্ত্রালয়ৰ

🔹 চুবুৰীয়া ৰাষ্ট্রৰে কোনো দ্বি–পাক্ষিক শৃংখলা খেলাৰ অনুমতি দিয়া নহ’ব নিউজ ডেস্ক, ২১ আগষ্ট : অহা ৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ’ব এছিয়া কাপ টি–২০ ক্রিকেট প্রতিযোগিতা৷ এই প্রতিযোগিতাখনক লৈ ইতিমধ্যে ক্রিকেটপ্রেমীৰ মাজত আৰম্ভ হৈছে ব্যাপক…

ৰাজ্যত ১৮ ঊর্ধ্বৰ লোকে নাপাব আধাৰ কার্ড

🔹 বাংলাদেশৰ পৰা অনুপ্রৱেশ ৰোধৰ লক্ষ্য ৰাজ্য চৰকাৰৰ বিশেষ বাৰ্তা, ২২ আগষ্ট : বাংলাদেশী অনুপ্রৱেশকাৰীয়ে যাতে আধাৰ কার্ডৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব লাভ কৰিব নোৱাৰে, সেইক্ষেত্রত প্রতিবন্ধকতা সৃষ্টিৰ লক্ষ্যৰে ৰাজ্যিক কেবিনেটে এক গুৰুত্বপূর্ণ…

মধ্যস্থতাকাৰী ট্রাম্প

বিশ্বৰ সর্বশক্তিমান দেশ আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প দুই দেশৰ যুদ্ধ সমাপ্তিত মধ্যস্থতাকাৰীৰ ভূমিকাত অৱতীর্ণ হৈছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পে নিজেই এই কথা স্বীকাৰ কৰিছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত যুদ্ধবিৰতিত ট্রাম্পে…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২২ আগষ্ট, ভাদ মাহৰ ৫ তাৰিখ শুকুৰবাৰ : তিথি–কৃষ্ণ চতুর্দশী, নক্ষত্র : অশ্লেষা, যাত্রা : শুভ মেষ : শুভ ৰং বেঙুনীয়া, সংখ্যা ৩৷ পুৰণা কেছ–মোকর্দমাত জয়ী হ’ব৷ আজিৰ দিনটোত কৰা ভাল চিন্তাই আপোনাৰ জীৱন সলনি কৰিব পাৰে৷ বৃষ : শুভ ৰং বগা, সংখ্যা…

Nandita Case : নন্দিতা হত্যাকাণ্ডৰ সম্পূৰ্ণ পৰিক্ৰমা

Nandita Case : অৱশেষত বহু অপেক্ষাৰ অন্তত  ৰাজ্য কপোঁৱা ধেমাজিৰ কলেজীয়া ছাত্ৰী নন্দিতা শইকীয়াৰ  নৃশংস হত্যাকাণ্ডৰ নায়ক ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰে আজি দণ্ডিত কৰে ধেমাজি সত্ৰ ন্যায়িক দণ্ডাধীশ আদালতে ৷ যোৱা ২০২১ ৰ ২১ আগষ্টত ঘাতক ৰিণ্টু শৰ্মাৰ…

স্বাস্থ্য পৰীক্ষাৰ গোপনীয়তাৰ সুযোগ লৈ যৌন নিৰ্যাতন ৰেডিঅ’গ্ৰাফাৰৰ

দক্ষিণ কামৰূপৰ বিজয়নগৰ আৰক্ষী চকীৰ অন্তৰ্গত বাটৰহাটস্থিত লাইভ ছেভ হস্পিটেল নামৰ ব্যক্তিগত চিকিৎসালয়ত এক ভয়ংকৰ কাণ্ড সংঘটিত হয়।‌ চিকিৎসালয়খনত স্বাস্থ্য পৰীক্ষাৰ নামত যৌন নিৰ্যাতন চলোৱা ঘটনা পোহৰলৈ অহাত দক্ষিণ কামৰূপত তীব্ৰ প্ৰতিক্ৰীয়াৰ…

Nandita Case : নন্দিতা হত্যাকাণ্ড : ৪১ সাক্ষীৰ সাক্ষ্য, চাৰি বছৰীয়া বিচাৰত ৰিণ্টু শৰ্মাক মৃত্যুদণ্ডৰ…

Nandita Case : এক ৰাজ্য কঁপাই যোৱা সেই ঘটনা আছিল সেয়া। কৰুণ ঘটনাটোৰ বিচাৰ প্ৰক্ৰিয়াই আজি ৰায়দানৰ ৰূপ পালে। ন্যায়ো পালে নন্দিতাই। হয় মনত আছেনে ধেমাজিৰ মৰিধল মহাবিদ্যালয়ৰ ছাত্ৰী নন্দিতা শইকীয়াৰ হত্যাকাণ্ডৰ কথা। সেই হত্যাকাণ্ডৰে আজি ৰায়দান…

ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চত ১,১২১টা হেড কনিষ্টবলৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্টেম্বৰ ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

North Guwahati : ১০৮ সেৱাৰ গাড়ীতে পুত্ৰ সন্তান জন্ম দিলে নাবালিকাই, চাঞ্চল্য

North Guwahati : উত্তৰ গুৱাহাটীত সভ্য সমাজক লজ্জিত কৰা ঘটনা। এগৰাকী ১৫ বছৰীয়া নাবালিকাই জন্ম দিলে সন্তান। নাবালিকাগৰাকীৰ অতিপাত পেটৰ বিষ হোৱা বুলিহে পৰিয়ালৰ লোকে খবৰ দিছিল ১০৮ত। ১০৮ৰে চিকিৎসালয়লৈ নি থকা অৱস্থাতে নাবালিকাগৰাকীয়ে গাড়ীতে জন্ম…

Accident News : ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত আৰোহী-ফেৰীৱালা

Accident News : মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজনকৈ লোক। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী AS01 EZ 7723 নম্বৰৰ ছু‌ইফ্ট ডিজায়াৰ বাহন এখনে ভুল দিশেৰে ফেৰীৱালা চাইকেল আৰোহীক খুন্দিয়াই…