নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

পাংছু পাছ সীমান্তত ১,৬৪৩ কিঃমিঃ বেৰ ভাৰতৰ, ম্যানমাৰ ব’ৰ্ডাৰ সুৰক্ষিত কৰিবলৈ দৃঢ় পদক্ষেপ দিল্লীৰ

ডিজিটেল ডেস্ক, ডিব্রুগড, ৭ জুন : পাংছু পাছত ভাৰত–ম্যানমাৰ সীমান্তৰ বেৰা নির্মাণকার্য ক্ষিপ্রগতিত আগবাঢ়িছে৷ ভাৰত–ম্যানমাৰ সীমান্তৱর্তী অঞ্চল পাংছু পাছত দীর্ঘকালৰে পৰা অঞ্চলটোত সক্রিয় হৈ থকা উগ্রপন্থী সংগঠনসমূহৰ ভাবুকি, অবৈধ সামগ্রীৰ সৰবৰাহ…

পাঁচ দিন পিছত এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা জীৱন্তে ঘূৰি আহিল শ্বেৰপা

ডিজিটেল ডেস্ক, ৭ জুন : মাউণ্ট এভাৰেষ্টৰ ‘ডেথ জ’ন’ৰ পৰা মৃত্যু জয় কৰি জীৱন্তে ঘূৰি আহিল এজন শ্বেৰপা৷ পাঁচ দিন ধৰি সন্ধানহীন হৈ থকাৰ পিছত পৰিয়ালৰ লোকে তেওঁৰ মৃত্যু হোৱা বুলি ধৰি লৈ অন্ত্যেষ্টিক্রিয়াৰ নীতি–নিয়ম পর্যন্ত আৰম্ভ কৰিছিল৷ কিন্তু…

৭ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ৭ জুন, জেঠ মাহৰ ২৩ তাৰিখ দেওবাৰ : তিথি–কৃষ্ণা সপ্তমী, নক্ষত্র : অনুৰাধা, যাত্রা : নাই মেষ : উপার্জনৰ ক্ষেত্রত শুভ ফল লাভ কৰিব৷ যান–বাহন, ভূমি লাভৰ সুযোগ পাব৷ ব্যৱসায়ত উন্নতি কৰাৰ থল আছে৷ প্রেমত বাধা৷ বৃষ : দুর্ঘটনা আদিৰ পৰা সাৱধান…

ভাৰতীয় টি-২০ দলৰ নতুন অধিনায়ক শ্ৰেয়াছ আয়াৰ; সুযোগ পালে বৈভৱ সূৰ্যবংশীয়ে

ডিজিটেল ডেস্ক, ৬ জুন : ভাৰতীয় ক্ৰিকেটত আৰম্ভ হৈছে এক নতুন অধ্যায়। টি-২০ বিশ্বকাপজয়ী অধিনায়ক সূৰ্যকুমাৰ যাদৱক দলৰ পৰা বাদ দি ভাৰতৰ টি-২০ দলৰ নতুন অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে শ্ৰেয়াছ আয়াৰক। শনিবাৰে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে…

ভাৰতক হেঁচা দিলে বিশ্বজুৰি হ’ব অশান্তি, ট্রাম্পৰ শুল্কবাণৰ মাজতে পুটিনৰ সকীয়নি

ডিজিটেল ডেস্ক, ৬ জুন : ‘নতুন মিতিৰ’ আমেৰিকাই শুল্কবাণ এৰিছে ভাৰতলৈ৷ এনে অৱস্থাত ভাৰত আৰু প্রধানমন্ত্রী মোদীৰ ওচৰত ঢাল হিচাপে থিয় দিছে ‘পুৰণি মিতিৰ’ ৰাছিয়া৷ শুল্কযুদ্ধ আৰু মধ্যপ্রাচ্যত চলি থকা সংঘাতৰ পৰিপ্রেক্ষিতত ৰাছিয়াৰ ৰাষ্ট্রপতি…

ডিব্রুগড়ক দ্বিতীয় ৰাজধানী ৰূপে গঢ়িবলৈ ৫০০ কোটি আবণ্টন, কেবিনেটৰ গুৰুত্বপূর্ণ সিদ্ধান্ত

ডিজিটেল ডেস্ক, ৬ জুন : শুকুৰবাৰে ড০ হিমন্ত বিশ্ব শৰ্মা মন্ত্ৰীসভাৰ সম্প্ৰসাৰণৰ পিছত সন্ধিয়া অনুষ্ঠিত কেবিনেট বৈঠকে ডিব্ৰুগড়বাসীৰ বাবে দিছে এক সুখবৰ। ১২জনকৈ মন্ত্রীৰ নিযুক্তিৰে মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাৰ পিছতেই অনুষ্ঠিত কেবিনেটে গ্রহণ…

চিৰাঙত এনফ’ৰ্চমেণ্ট বিষয়াৰ বাসগৃহত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰকৰ অভিযান

ডিজিটেল ডেস্ক, ৬ জুন : চিৰাং জিলাত শনিবাৰে মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক আৰু তদাৰকী কোষে এক অভিযান চলায়। প্ৰাপ্ত তথ্য অনুসৰি, পৰিবহণ বিভাগৰ এনফৰ্চমেণ্ট ইন্সপেক্টৰ সোমেশ্বৰ ব্ৰহ্মৰ বাসগৃহত এই অভিযান চলোৱা হৈছে। সূত্ৰৰ মতে, তদাৰকী কোষত ৰুজু…

ডিমৰীয়াৰ পথাৰত উদ্ধাৰ হোৱা মৃত যুৱতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, সোণাপুৰ, ৬ জুন : কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত গাঁও ডিমৰীয়াৰ পথাৰত যোৱা ৪ জুনৰ সন্ধিয়া উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে ক্ষেত্ৰী আৰক্ষীয়ে । ইতিমধ্যে হত্যাকাৰীয়ে নিজেই ডেগাৰেৰে…

হোজাইত পুনৰ চাইবাৰ প্ৰৱঞ্চকৰ জালত অৱসৰপ্ৰাপ্ত শিক্ষক

ৰাজ্যত পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা। এইবাৰ অনলাইন প্ৰৱঞ্চকৰ জালত পৰি জীৱনজোৰা কষ্টোপাৰ্জিত সঞ্চয়ৰ বৃহৎ অংশ হেৰুৱাবলগীয়া হ'ল হোজাই জিলাৰ লামডিঙৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি…

বজালীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কবি দিগন্ত নিবিৰ

ডিজিটেল ডেস্ক, ৬ জুন : বজালীৰ পাঠশালা-হাউলী ৰোডত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় l ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপোৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো l জানিব পৰা মতে, এখন ট্ৰাকে মটৰ চাইকেলত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুঘৰ্টনাটো সংঘটিত হয়।…