নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ডিমৰীয়াৰ পথাৰত উদ্ধাৰ হোৱা মৃত যুৱতীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ

ডিজিটেল ডেস্ক, সোণাপুৰ, ৬ জুন : কামৰূপ মহানগৰ জিলাৰ ক্ষেত্ৰী থানাৰ অন্তৰ্গত গাঁও ডিমৰীয়াৰ পথাৰত যোৱা ৪ জুনৰ সন্ধিয়া উদ্ধাৰ হোৱা মৃত যুৱতীগৰাকীৰ হত্যাকাৰীক গ্ৰেপ্তাৰ কৰিলে ক্ষেত্ৰী আৰক্ষীয়ে । ইতিমধ্যে হত্যাকাৰীয়ে নিজেই ডেগাৰেৰে…

হোজাইত পুনৰ চাইবাৰ প্ৰৱঞ্চকৰ জালত অৱসৰপ্ৰাপ্ত শিক্ষক

ৰাজ্যত পুনৰ সংঘটিত হ'ল এক চাঞ্চল্যকৰ চাইবাৰ প্ৰৱঞ্চনাৰ ঘটনা। এইবাৰ অনলাইন প্ৰৱঞ্চকৰ জালত পৰি জীৱনজোৰা কষ্টোপাৰ্জিত সঞ্চয়ৰ বৃহৎ অংশ হেৰুৱাবলগীয়া হ'ল হোজাই জিলাৰ লামডিঙৰ এগৰাকী অৱসৰপ্ৰাপ্ত শিক্ষকে। এই ঘটনাই সমগ্ৰ অঞ্চলজুৰি উদ্বেগৰ সৃষ্টি…

বজালীত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত কবি দিগন্ত নিবিৰ

ডিজিটেল ডেস্ক, ৬ জুন : বজালীৰ পাঠশালা-হাউলী ৰোডত শনিবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হয় l ২৭নং ৰাষ্ট্ৰীয় ঘাইপথৰ তেল ডিপোৰ সন্মুখতে সংঘটিত হয় দুৰ্ঘটনাটো l জানিব পৰা মতে, এখন ট্ৰাকে মটৰ চাইকেলত খুন্দা মৰাৰ ফলত এই ভয়ংকৰ দুঘৰ্টনাটো সংঘটিত হয়।…

ফিফা বিশ্বকাপলৈ মাজত মাথোঁ ৬ দিন, বিনামূলীয়া টিকটক লৈ বিপদত ৬০গৰাকী অনুৰাগী

ডিজিটেল ডেস্ক, ৬ জুন : ফিফা বিশ্বকাপলৈ মাজত মাথোঁ ৬টা দিন বাকী৷ ইতিমধ্যে মেগা প্রতিযোগিতাখনৰ টিকটৰ দামক লৈ তীব্র বিতর্কৰ সৃষ্টি হৈছে৷ প্রতিযোগিতাখনলৈ মাজত মাথোঁ কেইটামান দিন বাকী থকা অৱস্থাত ফিফাৰ সিদ্ধান্তক লৈ নতুন বিতর্কৰ সৃষ্টি হৈছে৷…

নিশা দেৰগাঁৱৰ ৰঙামাটি টোলগেটত উত্তপ্ত পৰিস্থিতি

ডিজিটেল ডেস্ক, ৬ জুন : দেৰগাঁৱৰ ৰঙামাটি টোলগেটত যোৱানিশা এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। নৈশ বাছৰ কৰ্মচাৰী আৰু টোলগেটৰ কৰ্মচাৰীৰ মাজত সংঘটিত হয় মাৰপিটৰ ঘটনা। প্ৰাপ্ত তথ্য অনুসৰি, গুৱাহাটীৰ পৰা দুলীয়াজান অভিমুখে গৈ থকা এখন নৈশ বাছ…

ৰাজ্য চৰকাৰৰ কর্মচাৰীলৈ অতিৰিক্ত ২ শতাংশ মৰগীয়া বানচ

ডিজিটেল ডেস্ক, ৬ জুন : ১২জনকৈ মন্ত্রীৰ নিযুক্তিৰে মন্ত্রীসভাৰ সম্প্রসাৰণ ঘটোৱাৰ পিছতেই শুকুৰবাৰে ৰাজ্যিক কর্মচাৰীৰ বাবে কেবিনেটে গ্রহণ কৰিলে এক গুৰুত্বপূর্ণ সিদ্ধান্ত৷ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাৰ অধ্যক্ষতাত লোকসেৱা ভৱনত অনুষ্ঠিত এই…

শীঘ্রে বৃদ্ধি নহয় ঘৰ–গাড়ীৰ ইএমআই, দুমাহলৈ অপৰিৱর্তিত থাকিব ৰেপ’ ৰেট

ডিজিটেল ডেস্ক, ৬ জুন : ইৰান–আমেৰিকা যুদ্ধৰ ফলত বিপর্যস্ত অর্থনীতি৷ শ্বেয়াৰ মার্কেটত একেৰাহে লোকচান চলি আছে৷ তাৰ মাজতে সামান্য আশাৰ কিৰণ দেখুৱালে ৰিজার্ভ বেংক অৱ ইণ্ডিয়া (আৰবিআই)ই৷ শুকুৰবাৰে আৰবিআয়ে জনায় যে আপাততঃ অপৰিৱর্তিত ৰখা হৈছে ৰেপ’…

সম্পাদকীয় : মন্ত্রীসভাৰ পৰা আমি কি আশা কৰিম?

কিছু জল্পনা–কল্পনা আৰু কিছু উৎকণ্ঠাৰ অন্তত ড০ হিমন্ত বিশ্ব শর্মা নেতৃত্বাধীন মিত্রজোঁটৰ চৰকাৰখনৰ মন্ত্রী পৰিষদৰ দ্বিতীয়টো সম্প্রসাৰণ সম্পূর্ণ হ’ল৷ যোৱা ১২ মে’ত ড০ হিমন্ত বিশ্ব শর্মাই মুখ্যমন্ত্রী হিচাপে শপতগ্রহণ কৰি পাঁচজনীয়া এখন সৰু…

৬ জুন : আজিৰ দিনটোৰ ৰাশিফল

আজি ৬ জুন, জেঠ মাহৰ ২২ তাৰিখ শনিবাৰ : তিথি–কৃষ্ণা ষষ্ঠী, নক্ষত্র : বিশাখা, যাত্রা : নাই মেষ : উন্নত পৰিৱেশ৷ প্রিয় বন্ধু–বান্ধৱৰ লগত সাক্ষাৎ লাভ৷ ব্যৱসায়ত উন্নতিৰ চেষ্টাত সফল হ’ব পাৰে৷ দায়িত্বপূর্ণ কর্মৰ ক্ষেত্রত সচেতন হওক৷ শুভ ৰং ক্রীম,…

জোনাইৰ ডেকাপামত যাত্ৰীবাহী ৰে’লে মহটিয়াই নিলে চাৰিচকীয়া বাহন, এজন নিহত

ডিজিটেল ডেস্ক, জোনাই,  ৫ জুন : জোনাইৰ ডেকাপামত আজি এক শোকাৱহ ৰে'ল দুৰ্ঘটনা সংঘটিত হয়। জানিব পৰা মতে, আজি দুপৰীয়া প্ৰায় ২ বজাত লিডু-মুৰ্কংচেলেক যাত্ৰীবাহী ৰে'লে এখন চাৰিচকীয়া বাহন (AR-02A-1548) প্ৰায় ৫০০ মিটাৰ দূৰলৈ মহটিয়াই লৈ যায়। উন্মুক্ত…