নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চত ১,১২১টা হেড কনিষ্টবলৰ চাকৰি

🔹 আবেদনৰ অন্তিম তাৰিখ ২৩ ছেপ্টেম্বৰ ব’ৰ্ডাৰ ছিকিউৰিটী ফ’ৰ্চ (বিএছএফ)ত খালী হোৱা কিছুসংখ্যক পদ পূৰণৰ বাবে প্রার্থীৰ পৰা আবেদন বিচৰা হৈছে৷

North Guwahati : ১০৮ সেৱাৰ গাড়ীতে পুত্ৰ সন্তান জন্ম দিলে নাবালিকাই, চাঞ্চল্য

North Guwahati : উত্তৰ গুৱাহাটীত সভ্য সমাজক লজ্জিত কৰা ঘটনা। এগৰাকী ১৫ বছৰীয়া নাবালিকাই জন্ম দিলে সন্তান। নাবালিকাগৰাকীৰ অতিপাত পেটৰ বিষ হোৱা বুলিহে পৰিয়ালৰ লোকে খবৰ দিছিল ১০৮ত। ১০৮ৰে চিকিৎসালয়লৈ নি থকা অৱস্থাতে নাবালিকাগৰাকীয়ে গাড়ীতে জন্ম…

Accident News : ক্ষেত্ৰীত ভয়ংকৰ পথ দুৰ্ঘটনা, আহত আৰোহী-ফেৰীৱালা

Accident News : মহানগৰীৰ সমীপৰ ক্ষেত্ৰীৰ ধোপগুৰিৰ ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ পথ দুৰ্ঘটনা। গুৰুতৰভাৱে আহত দুজনকৈ লোক। গুৱাহাটীৰ পৰা জাগীৰোড অভিমুখী AS01 EZ 7723 নম্বৰৰ ছু‌ইফ্ট ডিজায়াৰ বাহন এখনে ভুল দিশেৰে ফেৰীৱালা চাইকেল আৰোহীক খুন্দিয়াই…

Batadrawa News : গাঁওৰক্ষী বাহিনীৰ সম্পাদকৰ গুণ্ডাবাহিনীৰ আক্ৰমণত আহত বৃদ্ধা

Batadrawa News : বটদ্ৰৱাৰ ভোমোৰাগুৰিত ডকাইতৰ ৰূপত গাওঁৰক্ষী বাহিনীৰ সম্পাদক। এগৰাকী বৃদ্ধাক মাৰপিট কৰি লৈ গ'ল এক লাখ টকা। গাঁওৰক্ষী বাহিনীৰ সম্পাদক আবুল হুছেইনৰ নেতৃত্বত ছয়জনীয়া এটা গুণ্ডাবাহিনীৰ দলে আক্ৰমণ কৰে ৭০ বছীয়া বৃদ্ধাগৰাকীক।…

দেশৰ ন্যায় ব্যৱস্থাক অপমান ! অক্ষয়-আৰ্শ্বাদলৈ আদালতৰ চমন

নিউজ ডেস্ক, ২১ আগষ্ট : ন্যায়পালিকাক অপমান কৰাৰ অভিযোগ দাখিল কৰা হৈছে অক্ষয় কুমাৰ আৰু আৰ্শ্বাদ ৱাৰ্ছিৰ বিৰুদ্ধে। পুনেৰ আদালতত দুই তাৰকাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা হৈছে। তেওঁলোকৰ আগন্তুক ছবি ‘জলি এল এল বি ৩’ক লৈ সমস্যাৰ সূত্ৰপাত হৈছে। ৱাজেদ…

গেলেকীত গৰুচোৰৰ বিলাসী বাহন দুৰ্ঘটনাগ্ৰস্ত, বাহনৰ খুন্দাত নিহত ঘোঁৰা 

নিয়মীয়া বাৰ্তা, ২১ আগষ্ট : নাজিৰা সমজিলাৰ গেলেকীত গৰু চোৰৰ বিলাসী বাহনে নিশা এক দুৰ্ঘটনা সংঘটিত কৰাক লৈ অঞ্চলটোত ব্যাপক চাঞ্চল্যৰ সৃষ্টি হৈছে । নিশা প্ৰায় এক বজাত গেলেকীৰ আৰক্ষীয়ে এখন বিলাসী বাহন তীব্ৰ বেগত আহি থকাত সন্দেহ কৰি বাহনখনক…

গুৰুতৰ অপৰাধ গোচৰত অপসাৰিত হ’ব প্রধানমন্ত্রী–মুখ্যমন্ত্ৰী-মন্ত্ৰী

🔹 লোকসভাত তিনিখন ঐতিহাসিক বিধেয়ক উত্থাপন গৃহমন্ত্রী অমিত শ্বাহৰ নিউজ ডেস্ক, ২১ আগষ্ট : গুৰুতৰ অপৰাধত জড়িত কোনো প্রধানমন্ত্রী, মুখ্যমন্ত্রী আৰু মন্ত্রীয়ে যাতে নিজৰ পদৰ বাবে সাংবিধানিক ৰক্ষাকৱচ নাপায়, সেই উদ্দেশ্যে কালি লোকসভাত উত্থাপিত হয়…

এছিয়া কাপৰ পৰা নাম প্ৰত্যাহাৰ পাকিস্তান-ওমানৰ, নিৰাপত্তাজনিত কাৰণত ভাৰতত খেলিবলৈ নাহে পাকিস্তান

নিউজ ডেস্ক, ২১ আগষ্ট : সম্ভাৱনাক বাস্তৱত পৰিণত কৰি ভাৰতত আয়োজিত এছিয়া কাপ হকীৰ পৰা পাকিস্তানে নিজৰ নাম প্ৰত্যাহাৰ কৰিলে। ইয়াৰ লগে লগে সকলো জল্পনা-কল্পনাৰ ওপৰত ছীল-মোহৰ মাৰিলে পাকিস্তানে। ওমানেও একেই সিদ্ধান্ত লৈ এছিয়া কাপ হকীৰ পৰা নিজৰ…

Theft at Guwahati :  আৰক্ষীক চেলেঞ্জ দি মহানগৰীত অব্যাহত চুৰিকাণ্ড, এইবাৰ মালিগাঁৱত

Theft at Guwahati : মহানগৰীৰ মালিগাঁও আদিংগিৰিত চোৰে চলাইছে সন্ত্ৰাস। বিগত তিনিটা দিনত চুৰি হৈছে তিনিটাকৈ ঘৰত। নিৰ্বাক-নিৰ্বিকাৰ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষী। আদিংগিৰি কল্যাণ নগৰৰ গৃহ নং ১১৮ত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে পৰেশ…

Cachar News : বোৱাৰী ধ*ৰ্ষ*ণ : জয়নুল হক বৰভূঞাক সশ্ৰম কাৰাদণ্ড আদালতৰ

Cachar News : বোৱাৰী ধৰ্ষণৰ অপৰাধত ধৰ্ষণকাৰীক ৭ বছৰৰ সশ্ৰম কাৰাদণ্ড বিহিলে কাছাৰ জিলা সত্ৰ আৰু জিলা ন্যায়াধীশ আদালতে। কাৰাদণ্ডৰে দণ্ডিত ধৰ্ষণকাৰীজনৰ নাম জয়নূল হক বৰভূঞা। ঘৰ কাছাৰ জিলাৰ ধলাই ৰাজগোবিন্দপুৰত। ২০১৭ চনৰ ১৪ জুলাইত সংঘটিত হৈছিল…