নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা পকী দেৱাল বগাই পলায়ন কুখ্যাত কয়দীৰ

মৰিগাঁও জিলা কাৰাগাৰৰ পৰা আজি পুৱতি নিশা সুউচ্চ পকী দেৱাল বগাই পুনৰ পলায়ন কৰিলে দুজন দুৰ্ধৰ্ষ কয়দী। পলাতক কয়দী দুটা ক্ৰমে তেজপুৰ মিছামাৰীৰ জিয়াৰুল ইছলাম আৰু মৰিগাঁও জিলাৰ জাগীৰোডৰ সুব্ৰত সৰকাৰ। দুয়োজন কয়দীয়ে পক'চ গোচৰত ২০ বছৰকৈ সশ্ৰম…

আখৰা শেষ : নাট্যযুদ্ধলৈ সাজু আৱেগৰ ভ্ৰাম্যমাণ থিয়েটাৰ

যোগেশ কলিতাৰ বিশেষ প্ৰতিবেদন, ২০ আগষ্ট অসমত আৰম্ভ হল ভ্ৰাম্যমাণ থিয়েটাৰ-ৰ বতৰ। জনপ্ৰিয় তাৰকাক প্ৰতিটো নাট্যদলে ইতিমধ্যে আখৰা সামৰি দৰ্শকৰ মাজলৈ লৈ আহিছে এই বছৰৰ তেওঁলোকৰ ব্যয়বহুল নাটকসমূহ। প্ৰতিযোগিতামূলক ভাবধাৰাৰে দৰ্শকৰ মাজলৈ অহা…

আৰ্থিক দুৰ্নীতি : SMCHত CM ভিজিলেঞ্চৰ অভিযান

শিলচৰ চিকিৎসা মহাবিদ্যালয়ত মুখ্যমন্ত্ৰীৰ দুৰ্নীতি নিবাৰক শাখাৰ অভিযান৷ চিকিৎসা মহাবিদ্যালয়ৰ ৰেডিঅ'ল'জি বিভাগত অভিযান ৷ প্ৰায় এক ঘন্টা ধৰি চলিছে অভিযান ৷ বিভাগটোৰ একাধিক কৰ্মী বিষয়াক জেৰা অভিযানকাৰী দলৰ ৷ শিলচৰ চিকিৎসা মহাবিদ্যালয়ৰ…

বিদ্যালয়ৰ ইক’ পাৰ্কত দুৰ্বৃত্তৰ তাণ্ডৱ, কাটিলে পাৰ্কৰ কেইবাডাল গছ

এইবাৰ দুৰ্বৃত্তৰ তাণ্ডৱ চলিল এখন বিদ্যালয়ত। নিশা বিদ্যালয় চৌহদত সোমাই কাটিলে কেইবাডালকৈ মূল্যৱান গছ। নগৰবেৰাৰ ৰূপাহাৰা প্ৰাঃ বিদ্যালয়ত দুস্কৃতিকাৰীয়ে নিশা বিদ্যালয়ৰ ইক’ পাৰ্কৰ কেইবাডালকৈ গছপুলি গুৰিতে কাটি দিয়ে। মূল্যৱান দেৱদাৰু আৰু ফুলগছৰ…

দেশৰ ভিন্ন প্রান্তৰ পৰা অসমক অশান্ত কৰিবলৈ সন্দেহজনক লোকৰ আগমন

বনভূমিৰ বেদখলৰ উচ্ছেদক লৈ চলা অভিযানৰ এই সময়ছোৱাতে অসমত প্রৱেশ ঘটিছে একাংশ সন্দেহজনক লোকৰ৷ দেশৰ বিভিন্ন প্রান্তৰ পৰা অহা এনে সন্দেহজনক লোকক লৈ সকীয়নি প্রদান কৰিলে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই৷ অসমক অশান্ত কৰাৰ বাবে একাংশই চলোৱা গোপন…

Supreme Court ruling : ছুপ্ৰিম ক’ৰ্টৰ ৰায় : অসম্পূৰ্ণ বা বেয়া ৰাস্তাত টোল সংগ্ৰহ গ্ৰহণযোগ্য…

Supreme Court ruling :  ভাৰতৰ ছুপ্ৰিম ক'ৰ্টে স্পষ্ট কৰি দিছে যে যদি কোনো ৰাস্তা যান-বাহন চলাচলৰ উপযোগী নহয়, তেন্তে তাত টোল সংগ্ৰহ কৰা সম্পূৰ্ণ ভুল। অসম্পূৰ্ণ ৰাস্তা, গাঁতযুক্ত ৰাস্তা বা য’ত যান-জঁটৰ সমস্যা থাকে, তেনে ৰাস্তাত টোল আদায় কৰা…

ভোটাৰ অধিকাৰ যাত্রাত অঘটন, ৰাহুল গান্ধী-ৰ গাড়ীৰ খুন্দাত আহত আৰক্ষী

নির্বাচন আয়োগৰ ভোট চুৰিক লৈ বিহাৰৰ নাৱাদাত ৰাহুল গান্ধী-ৰ ভোটাৰ অধিকাৰ যাত্রাত অঘটন ঘটিছে৷ নাৱাদাত ভোটাৰ অধিকাৰ যাত্রাৰ সময়ত লোকসভাৰ বিৰোধী দলপতি তথা কংগ্রেছ সাংসদ ৰাহুল গান্ধীৰ গাড়ীৰ খুন্দাত এজন আৰক্ষী কনিষ্টবল আহত হয়৷ এই ঘটনাৰ ভিডিঅ’…

CP Radhakrishnan Nomination : উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ বাবে চি পি ৰাধাকৃষ্ণনৰ মনোনয়ন দাখিল

CP Radhakrishnan Nomination :  এনডিএৰ উপ-ৰাষ্ট্ৰপতি পদৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে আজি মনোনয়ন দাখিল কৰিছে। মনোনয়নৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰিৰ লগতে কেইবাজনো সাংসদ…

Bordoisila Theatre : কৃষ্ণ ৰয়ক বৰদৈচিলা থিয়েটাৰ বঁটা প্ৰদান, নাট্যযাত্ৰা আৰম্ভ

Bordoisila Theatre : অসমৰ ভ্ৰাম্যমান জগতৰ অন্যতম বৰদৈচিলা থিয়েটাৰ ২৮সংখ্যক নাট্যবৰ্ষৰ নাট্য যাত্ৰাৰ পশ্চিম নলবাৰীৰ শনিৰোড চকত শুভ নাট্যবৰ্ষ আৰম্ভ হয়৷ বিশিষ্ট নাট্যকাৰ সাহিত্যিক নৱৰত্ন পাটোৱাৰীয়ে পৰিচালনা কৰা উদ্বোধনী অনুষ্ঠানটোত বৰদৈচিলা…

Delhi CM Attack : দিল্লীৰ মুখ্যমন্ত্ৰীক জন শুনানিৰ সময়ত আক্ৰমণ; আক্ৰমণকাৰী গ্ৰেপ্তাৰ

Delhi CM Attack : দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাৰ ওপৰত আজি পুৱা তেওঁৰ বাসভৱনত অনুষ্ঠিত জন শুনানিৰ সময়ত এজন ব্যক্তিয়ে আক্ৰমণ কৰাৰ অভিযোগ উত্থাপিত হৈছে, বাতৰি সংস্থাৰ উদ্ধৃতি দি প্ৰতিবেদনত জানিব পৰা গৈছে। আক্ৰমণকাৰীজনৰ নাম ৰাজেশ ভাই…