নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

গুৱাহাটীত পুনৰ Hit&Run-ৰ ঘটনা : থিতাতে নিহত চাইকেল আৰোহী

পুনৰ গুৱাহাটীত সংঘটিত হৈছে Hit&Run-ৰ ঘটনা। নিশা গড়চুক উৰণ সেতুৰ তলত হিট এণ্ড ৰানৰ ঘটনা সংঘটিত হৈছে। ফলত থিতাতে নিহত হয় চাইকেল আৰোহীজন। চাইকেল আৰোহীজনৰ নাম পৰমেশ্বৰ ৰায়। তেওঁ ঘৰ বিহাৰত বুলি জানিব পৰা গৈছে। চাইকেল আৰোহীজনক মহটিয়াই …

Terrorist threats : বাংলাদেশী সন্ত্ৰাসবাদীৰ অসমৰ ব্যক্তিলৈ ভাবুকিভৰা Voice Message

Terrorist threats : এক ভয়ংকৰ খবৰ। বাংলাদেশৰ কুখ্যাত সন্ত্ৰাসবাদী সংগঠন জামাত-ই-ইচলামীৰ সদস্যই অসমৰ ব্যক্তিলৈ পঠিয়ালে ভাবুকিভৰা মেছেজ। ধুবুৰী জিলাৰ গোলকগঞ্জৰ ভাৰত বাংলাদেশ সীমান্তৰ লক্ষ্মীমাৰী গাঁৱৰ দুজন ব্যক্তিলৈ আহিল বাংলাদেশৰ কুখ্যাত…

Mumbai Havoc : প্রবল বৰষুণত মুম্বাইত বান, ১১জনৰ প্রাণহানি, ৰেড এলার্ট জাৰি

Mumbai Havoc : প্রবল বৰষুণৰ বাবে প্রাকৃতিক বিপর্যয়ৰ সন্মুখীন মায়ানগৰী মুম্বাই৷ মহাৰাষ্ট্রৰ উপকূলীয় চহৰ বাণিজ্যিক ৰাজধানী খ্যাত মুম্বাইত চলি থকা প্রবল বৰষুণৰ বাবেই চহৰখনত অনাহূত পৰিস্থিতিৰ সৃষ্টি হৈছে৷ মুম্বাইৰ প্রতিটো অঞ্চলেই জলমগ্ন হৈ…

কেনেকৈ এতিয়াও GMCH-ৰ অধ্যক্ষৰ দায়িত্বত আছে অচ্যুত বৈশ্য?

গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (GMCH)ৰ এনআইচিইউত বিছনাৰ পৰা পৰি এটি শিশুৰ মৃত্যুৰ ঘটনাই জোকাৰিছে স্বাস্থ্য বিভাগ৷ চৰম অৱহেলা আৰু গুৰুত্বহীনতাৰ ফলতেই সংঘটিত এই ঘটনাক লৈ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাও চৰম লজ্জানত হ’ব লগা হৈছে৷…

Editorial Today : পৰাক্রমী পূর্বোত্তৰ

Editorial Today : অসম চৰকাৰে শ্রীমন্ত শঙ্কৰদেৱ কলাক্ষেত্রৰ জৰিয়তে ৰূপকোঁৱৰ নাট্য উৎসৱ নামেৰে এটি নাট্য উৎসৱৰ আয়োজন কৰি আহিছে৷ এই বছৰৰ এই উৎসৱ অধিক ফলদায়ক হিচাপে পৰিকল্পনা আৰু উপস্থাপনা কৰা হৈছে৷ এটা বিশেষ আদর্শৰ প্রতিফলন ঘটাব পৰাকৈ এই উৎসৱৰ…

Todays Rashifal : জানক আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২০ আগষ্ট, ভাদ মাহৰ ৩ তাৰিখ বুধবাৰ : তিথি–কৃষ্ণ দ্বাদশী, নক্ষত্র : পুনর্ব্বসু, যাত্রা : শুভ মেষ : নতুন কোনো সংস্থাৰ পৰা স্বীকৃতি লাভ৷ শৰীৰ পিছে খুব ভালেৰে যোৱা টান হ’ব৷ পাৰিবাৰিক সমস্যা থাকিব৷ বৃষ : কর্মস্থানত আৰু…

নগাঁৱৰ লজত যৌন নিৰ্যাতন-ৰ অপচেষ্টা : নৰাধম আব্দুলক গ্ৰেপ্তাৰ

যৌন নিৰ্যাতন-ৰ অপচেষ্টা : বৰছলা সমষ্টিৰ মিছামাৰীৰ গৰুবন্ধা পলিক্লিনিকৰ স্বত্বাধিকাৰী মঃ আব্দুল ৰফিকক গ্ৰেপ্তাৰ। গৰুবন্ধা পলিক্লিনিকৰ নাৰ্চ এগৰাকীক যৌন আতিশয্য চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ হ’ল স্বয়ম্ভূ চিকিৎসক মঃ আব্দুল ৰফিক৷ মিছামাৰীৰ গৰুবন্ধা…

ধলপুৰত লাভ জেহাদ, বিদ্যালয়লৈ যোৱা কিশোৰীক পলুৱাই নিলে খান উপাধিৰ যুৱকে !

🔹 ধলপুৰ আৰক্ষীক পৰিয়ালৰ এজাহাৰ দাখিল নিয়মীয়া বাৰ্তা, ১৯ আগষ্ট : ৰাজ্যৰ বিভিন্ন প্ৰান্তত লাভ জেহাদৰ বলি হৈ হিন্দু ধৰ্মৰ একাংশ যুৱতী আৰু বোৱাৰীয়ে জীৱনত চৰম যাতনা ভুগিবলগীয়া বা মৃত্যুক আঁকোৱালি ল’ব লগা ভিন্ন ঘটনা-পৰিঘটনাৰ মাজতে এইবাৰ…

জামিন নাকচ : মুকলি আকাশৰ তললৈ অহাৰ বাট প্ৰশস্ত নহ’ল নন্দিনী কাশ্যপ-ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অভিনেত্ৰী নন্দিনী কাশ্যপ-ৰ জামিন আবেদন নাকচ কৰিছে। যাৰ বাবে তেওঁ পুনৰ কাৰাগাৰতে থাকিব লাগিব। নন্দিনী কাশ্যপক গুৱাহাটী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰাৰ পিছত আদালতে ন্যায়িক জিম্মা দিয়াৰ পিছত কেন্দ্ৰীয় কাৰাগাৰত ৰাখিছিল। আজি…

Asia Cup 2025 : ভাৰতীয় দল ঘোষণা, দলভুক্ত গিল, স্থান নাই যশস্বী-ৰাহুলৰ

স্থান নাপালে শ্ৰেয়াছ আয়াৰ, যশস্বী জয়ছোৱাল, কে এল ৰাহুলে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে (বিচিচিআই) ৯ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হ’বলগীয়া ২০২৫ এছিয়া কাপৰ বাবে ১৫ সদস্যৰ ভাৰতীয় দল ঘোষণা কৰিছে। কেইবাজনো খেলুৱৈৰ দলত প্ৰত্যাৱৰ্তন হৈছে,…