Theft at Guwahati : আৰক্ষীক চেলেঞ্জ দি মহানগৰীত অব্যাহত চুৰিকাণ্ড, এইবাৰ মালিগাঁৱত
Theft at Guwahati : মহানগৰীৰ মালিগাঁও আদিংগিৰিত চোৰে চলাইছে সন্ত্ৰাস। বিগত তিনিটা দিনত চুৰি হৈছে তিনিটাকৈ ঘৰত। নিৰ্বাক-নিৰ্বিকাৰ গুৱাহাটীৰ স্মাৰ্ট আৰক্ষী।
আদিংগিৰি কল্যাণ নগৰৰ গৃহ নং ১১৮ত চোৰে চলালে চাফাই অভিযান। চোৰে লুটি নিলে পৰেশ…