ৰশ্মিকা-আয়ুষ্মানৰ ৰক্তাক্ত প্ৰেম, ভিলেইন নৱাজউদ্দিন ছিদ্দিকি, দৰ্শকৰ মাজত উন্মাদনাৰ জ্বৰ তুলি…
নিউজ ডেস্ক, ১৯ আগষ্ট : ম্যাডক ফিল্মছৰ হ'ৰৰ (ভূত) মুভী ‘থামা’-ই এইবাৰ দৰ্শকৰ মাজত উন্মাদনাৰ জ্বৰ তুলিবলৈ সাজু। ভূত আৰু মানুহৰ সহাৱস্থানৰ যুঁজ এইবাৰ আৰু অধিক ভয়ংকৰ হ’ব বুলি বছৰৰ আৰম্ভণিতে সতৰ্ক কৰি দিছিল প্ৰযোজনা সংস্থাটোৱে। সম্প্ৰতি মুক্তি…