News Update : জাজৰিত ভয়ংকৰ ঘটনা, পলাতক ভাতৃ
News Update : কালি নিশা নগাঁৱৰ জাজৰিৰ বগৰীগুৰিত সংঘটিত হয় এটা ভয়ংকৰ ঘটনা। ঘটনা অনুসৰি ভাতৃয়ে লাখুটিৰে কোবাই হত্যা কৰিলে ককায়েকক। ভাতৃৰ লাখুটিৰ কোবত নিহত ককায়েকৰ নাম সুৰেন হীৰা।
ইফালে ভাতৃক হত্যা কৰি হত্যাকাৰী ভাতৃ পদুম হীৰা সম্প্ৰতি পলাতক…