নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ১৪ আগষ্ট, শাওণ মাহৰ ২৮ তাৰিখ বৃহস্পতিবাৰ : তিথি–কৃষ্ণ ষষ্ঠী, নক্ষত্র : ৰেবতী, যাত্রা : নাই মেষ : ব্যৱসায়ীসকল সতর্ক থাকক৷ কর্মক্ষেত্রত বাধাৰ মাজেদি সফলতা পাব৷ শৰীৰৰ প্রতি চিন্তা কৰাটো দৰকাৰ৷ ঘৰুৱা মতান্তৰ৷ যোগ্যজন…

গুৱাহাটীৰ উপৰি ৰাজ্যৰ সাতখন চহৰত অসম গ্রন্থমেলা

ৰাজ্যত অধ্যয়নৰ পৰিৱেশ সৃষ্টি কৰিবলৈ বদ্ধপৰিপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ৷ ভাল ৰুচিপূর্ণ গ্রন্থই মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে নৈতিকতভাৱেও যথেষ্ট শক্তিশালী কৰি তোলে৷ ৰাজ্যজুৰি গ্রন্থৰ পৰিৱেশ সৃষ্টি কৰাৰ উদ্দেশ্য আগত ৰাখি চলিত বছৰত ৰাজ্যৰ ৮…

নীপকোৱে মোকলালে পানী : লখিমপুৰত ফেনেফোটোকাৰে বাঢ়িছে ৰঙানদী

উত্তৰ পূৱ শক্তি নিগম চমুকৈ নীপকোৰ কাণ্ড কাৰখানাই বছৰি কন্দুৱাই আহিছে লখিমপুৰক। বিশেষ কৈ অৰুণাচলৰ য়াজালিত স্হাপন কৰা ৪০৫ মেগাৱাটৰ ৰঙা নদী জলবিদ্যুৎ প্ৰকল্পৰ পৰা ৰঙা নদীত বহু বেছি পৰিমাণৰ পানী মোকলাই দিয়াৰ ফলত নদীখনে বলিয়া ৰূপ ধাৰণ কৰি…

ৰহস্যৰ আৱৰ্তত দশমী দুৱৰাৰ আত্ম*হন*ন : মৰণোত্তৰ ৰিপৰ্টে দিবনে সঠিক উত্তৰ

বোকাখাতস্থিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সঞ্চালকৰ কাৰ্যালয় চৌহদৰ এটা কোৱাটাৰত যোৱা ৮ আগষ্টৰ পুৱা এগৰাকী যুৱতী কৰ্মচাৰীৰ ৰহস্যজনক আত্মহননৰ ঘটনাৰ আজি এসপ্তাহ পাৰ হ'ল। গোলাঘাট আঠখেলিয়া ঘিলাধাৰীৰ দশমী দুৱৰাৰ (২৩) মৃতদেহ কোৱাটাৰটোৰ পিছফালৰ…

AIIMSত সংকট : কিয় হোৰাহোৰে AIIMS এৰিছে ডাক্তৰে, জানক সবিশেষ

ভাৰতত অখিল ভাৰতীয় আয়ুৰ্বিজ্ঞান সংস্থান (AIIMS)ক চিকিৎসা আৰু চিকিৎসা শিক্ষাৰ শীৰ্ষ প্ৰতিষ্ঠান হিচাপে গণ্য কৰা হয়। এই প্ৰতিষ্ঠানত কাম কৰাটো যিকোনো ডাক্তৰৰ বাবে গৌৰৱৰ বিষয়। কিন্তু শেহতীয়া তিনি বছৰত প্ৰকাশিত তথ্যই উদ্বেগ বৃদ্ধি কৰিছে।…

ট্ৰাম্প–পুটিন বৈঠকৰ পূৰ্বে ইউক্ৰেইনৰ কঠোৰ সতর্কবাণী…. এক ইঞ্চি মাটিও নিদিওঁ ৰাছিয়াক

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ মাজত ১৫ আগষ্টত আলাস্কাত এখন বৈঠক অনুষ্ঠিত হ’বলৈ গৈ আছে। এই বৈঠকত ইউক্ৰেইনত চলি থকা যুদ্ধৰ বিষয়ে আলোচনা হ’ব পাৰে। ৰাষ্ট্ৰপতি ট্ৰাম্পে ৰাছিয়াৰ সৈতে এই বিষয়ত এখন…

আধাৰ কার্ড নাগৰিকত্বৰ বৈধ প্রমাণ নহয়, ECIৰ পক্ষত SC

বিহাৰত ভোটাৰ তালিকা সংশোধনক লৈ বিৰোধীৰ তীব্র প্রতিবাদ আৰু দেশজুৰি বিতর্ক চলি থকাৰ মাজতে নির্বাচন আয়োগৰ পক্ষত থিয় দিলে উচ্চতম ন্যায়ালয়ে৷ নির্বাচন আয়োগে আধাৰ কার্ডক নাগৰিকত্বৰ বৈধ প্রমাণ–পত্র নহয় বুলি বিবেচনা কৰা বিষয়টোত সন্মতি প্রদান কৰিলে…

স্বাধীনতাকামী বেলুচ আর্মীক সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত

পাকিস্তানৰ প্রতি আমেৰিকাৰ যুক্তৰাষ্ট্রৰ দৰদ৷ দেশখনৰ প্রবল প্রতিপক্ষ হিচাপে পৰিচিত স্বাধীনতাকামী বেলুচিস্তান লিবাৰেচন আর্মীক বিদেশী সন্ত্রাসবাদী সংগঠনৰ তালিকাভুক্ত কৰিলে আমেৰিকাই৷ পাকিস্তান চৰকাৰৰ বিৰুদ্ধে যুঁজ দি স্বাধীন ৰাষ্ট্রৰ ক্ষণ গণি…

এসপ্তাহ সময় সুশীল কুমাৰক, আদালতত হাজিৰৰ নিৰ্দেশ

পুনৰ জেল যাত্ৰা! এসপ্তাহৰ ভিতৰত হাজিৰ হ’ব লাগিব অলিম্পিয়ান সুশীল কুমাৰ ভাৰতৰ অলিম্পিক পদক বিজয়ী মল্লযুঁজাৰু সুশীল কুমাৰৰ জামিন নাকচ কৰি তেওঁক এসপ্তাহৰ ভিতৰত আত্মসমৰ্পণ কৰিবলৈ নিৰ্দেশ দিছে ভাৰতৰ উচ্চতম ন্যায়ালয়ে। সুশীল কুমাৰৰ বিৰুদ্ধে…

অংগদান–জীৱনদান : অংগদান দিৱস উপলক্ষে বিশেষ লেখা

ডাঃ হিমামনী ডেকা সহযোগী অধ্যাপিকা শৰীৰতন্ত্র বিভাগ. গুৱাহাটী চিকিৎসা মহাবিদ্যালয় মৃত্যুৰ পাছত জীৱন, যেন এক অমৰত্ব প্রদান৷ মৃত ব্যক্তিজনে অজান মুলুকলৈ যাত্রা কৰিলে, কিন্তু অংগদান কৰি তেওঁ যি মহান কর্ম সম্পন্ন কৰিলে, তেওঁ আৰু তেওঁৰ…