নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শচীনপুত্ৰৰ বাগদান, ছাৰাই মুম্বাইত খুলিলে পিলেটছ একাডেমী

ক্ৰিকেটৰ ভগৱান বুলি খ্যাত শচীন তেণ্ডুলকাৰৰ পুত্ৰ অৰ্জুন তেণ্ডুলকাৰৰ বাগদান সম্পন্ন হৈছে। ইয়াৰ পিছত শচীনৰ জীয়ৰী ছাৰা তেণ্ডুলকাৰেও এটা সুখবৰ শুনাইছে— তেওঁ মুম্বাইত এখন পিলেটছ একাডেমী খুলিছে। অৰ্জুনৰ বাগদানৰ পিছত এই একাডেমীৰ উদ্বোধন হৈছে,…

কমিব হিন্দুৰ সংখ্যা : ভাৰতৰ ভৱিষ্যৎ জনসংখ্যাৰ চিত্ৰৰ বিষয়ে চাঞ্চল্যকৰ তথ্য

টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সেছ (TISS), মুম্বাইত বিভাজন বিভীষিকা স্মৃতি দিৱস (১৪ আগষ্ট) উপলক্ষে ‘Demography is Destiny’ নামৰ এখন নতুন তথ্যচিত্ৰৰ বিশেষ প্ৰদৰ্শনী অনুষ্ঠিত হৈছে। এই অনুষ্ঠানত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ (আৰএছএছ) অখিল…

জম্মুৰ কিষ্টোৱাৰৰ চাচোতী অঞ্চলত মেঘ বিস্ফোৰণ, ভয়াৱহ ক্ষতিৰ আশংকা

জম্মুৰ কিষ্টোৱাৰৰ চাচোতী অঞ্চলত মেঘ বিস্ফোৰণৰ এক গুৰুতৰ ঘটনা সংঘটিত হৈছে। এই ঘটনাত বৃহৎ পৰিমাণৰ ক্ষয়ক্ষতিৰ আশংকা কৰা হৈছে। ঘটনাস্থলত উদ্ধাৰ আৰু ত্ৰাণকাৰ্যৰ বাবে দল পঠিওৱা হৈছে। মেঘ বিস্ফোৰণৰ পিছত এই অঞ্চলত বানপানীৰ সৃষ্টি হৈছে। এই বিষয়ে…

কোনে লাভ কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ? চাওক সবিশেষ

আজি কিছুদিন পূৰ্বে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্য স্পৰ্শকাতৰ এলেকাৰ বাসিন্দাক ৰাজ্য চৰকাৰে প্ৰদান কৰিব আগ্নেয়াস্ত্ৰৰ অনুজ্ঞাপত্ৰ। সেই কথা ৰাখি আজি মুখ্যমন্ত্ৰী ড০ শৰ্মাই লোকসেৱা ভৱনত আগ্নেয়াস্ত্ৰৰ…

সুকন্যা : আন্তর্জাতিক খ্যাতিসম্পন্ন এথলীট ৰিম্পী বুঢ়াগোহাঁইৰে সাক্ষাৎকাৰ

সাক্ষাৎগ্রহণ : কুমুদ তালুকদাৰ ফোন : ৮৬৩৮৪–১৪৯৫৪ অসমতে চাকৰি দিয়ক মই দেশবাসীক পদক দিম বর্তমান সময়ত অসমৰ ক্রীড়া জগতৰ অন্যতম সফল এথলীটগৰাকী হৈছে ৰিম্পী বুঢ়াগোহাঁই৷ শিৱসাগৰ জিলাৰ বকতাৰ পুনিবিল গাঁৱৰ ভৰত বুঢ়াগোহাঁই আৰু নিকুঞ্জ বুঢ়াগোহাঁইৰ…

ওদালগুৰি কলেজত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ কেম্পাছ মুকলি

ওদালগুৰি মহাবিদ্যালয় চৌহদত বড়োলেণ্ড বিশ্ববিদ্যালয়ৰ ওদালগুৰি কেম্পাচ আনুষ্ঠানিকভাৱে মুকলি হল। মুকলি কৰে বিটিআৰৰ মুখ্য কাৰ্যবাহী প্ৰমোদ বড়োৱে। এই উপলক্ষে অনুষ্ঠিত আড়ম্বৰপূৰ্ণ অনুষ্ঠানত ভাষনত বিটিআৰপ্ৰধান বড়োৱে কয়- বিভিন্ন জাতি…

নগাঁও চহৰৰ ৰেষ্টুৰেণ্টত কৰ্মৰত বহিঃৰাজ্যৰ যুৱকৰ ৰহস্যজনক মৃত্যু

নগাঁও চহৰৰ এখন ৰেষ্টুৰেন্টত বিহাৰৰ এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই ৰহস্যৰ সৃষ্টি কৰিছে।জানিব পৰা মতে 'দেশী স্বাদ' নামৰ ৰেষ্টুৰেন্টখনত বিহাৰৰ ধীৰাজ কুমাৰ নামৰ যুৱকজন কৰ্মৰত আছিল। কালি ৰহস্যজনকভাবে যুৱকজনৰ মৃত্যু হয়।ব হিঃৰাজ্যৰ যুৱক এজনৰ আকস্মিক…

২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজনক লৈ আশাবাদী ভাৰত

সকলো ঠিকে থাকিলে সুদীর্ঘ ২০ বছৰৰ পাছত পুনৰ ভাৰতত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ৷ বুধবাৰে কেন্দ্রীয় চৰকাৰৰ অনুমতি লাভ কৰাৰ পাছত ভাৰতে আনুষ্ঠানিকভাৱে ২০৩০ চনৰ কমনৱেলথ গেমছ আয়োজন কৰাৰ প্রস্তাৱ আগবঢ়ায়৷ ভাৰতৰ এই দাবীক আনুষ্ঠানিকভাৱে অনুমোদন জনালে…

খেলপথাৰৰ পৰা আঁতৰি থাকিলেও ৰেংকিঙত স্থান অক্ষুণ্ণ হিটমেনৰ

ছমাহ ধৰি খেলপথাৰৰ বাহিৰত থকাৰ পিছতো আইচিচি এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাত স্থানৰ উন্নতি ঘটিল টীম ইণ্ডিয়াৰ অধিনায়ক ৰোহিত শর্মাৰ৷ সদ্যপ্রকাশিত আইচিচি এদিনীয়া ৰেংকিঙৰ বেটাৰ শাখাত এটা স্থান আগুৱাই দ্বিতীয় স্থানলৈ উন্নীত হ’ল হিটমেন৷ ৩৮ বছৰীয়া…

সম্পাদকীয় : অর্থনৈতিক বুনিয়াদ

অসমৰ খিলঞ্জীয়া লোকসকল নিজ ভূমিতেই সংখ্যালঘু হোৱাৰ দিশত৷ অসমৰ প্রায় ১১খন জিলাত দ্রুত হাৰত বৃদ্ধি পাহছে সন্দেহযুক্ত মুছলমানৰ জনসংখ্যা৷ দ্রুত জনসংখ্যা বৃদ্ধিয়ে অসমীয়া জনজীৱনলৈ যে ভাবুকি কঢ়িয়াই আনিছে, সেই কথা ইতিমধ্যে স্পষ্ট হৈছে৷ চৰকাৰে…