জম্মু-কাশ্মীৰত CRPFৰ বাহন বাগৰিল খাৱৈত, ২ জোৱানৰ মৃত্যু, আহত ১২
জম্মু-কাশ্মীৰৰ উধামপুৰত চিআৰপিএফৰ বাহন খাৱৈত পৰি দুজন জোৱানৰ মৃত্যু
জম্মু-কাশ্মীৰৰ উধমপুৰত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চিআৰপিএফ)ৰ এখন গাড়ী খাৱৈত পৰি যোৱাৰ ফলত এটা দুৰ্ঘটনা সংঘটিত হৈছে। এই দুৰ্ঘটনাত দুজন জোৱান শ্বহীদ হৈছে, আনহাতে…