আজিৰ দিনটোৰ ৰাশিফল
আজি ২৯ জুলাইৰ ৰাশিফল
মেষঃ কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷
বৃষঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা–গধূলি ভগৱানৰ নাম…