নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

ড্ৰোন : বিশ্বশান্তিলৈ বিপদ মাতিব নেকি অনাগত ভৱিষ্যতত!!!

ড্ৰোন বা "Unmanned Aerial Vehicle (UAV)" আধুনিক প্ৰযুক্তিৰ এটা যুগান্তৰকাৰী অৱদান হিচাপে বিবেচিত হৈছিল। আৰম্ভণিত ইয়াৰ ব্যৱহাৰ কৃষি, চলচ্চিত্ৰ নিৰ্মাণ, পৰ্যবেক্ষণ, ডেলিভাৰী, আৰু উদ্ধাৰ কাৰ্য্যত সীমাবদ্ধ আছিল। কিন্তু বৰ্তমান সময়ত ড্ৰোন…

কংগ্ৰেছ নেতাসহ ৪০ৰো অধিক ULFA-ৰ লিংকমেন আটক

নিষিদ্ধ ঘোষিত আলফা ULFA (স্বাঃ)ৰ অঘোষিত ৰাজধানীৰূপে চৰাইদেউক ব্যৱহাৰ কৰি আহিছে দীর্ঘ সময় ধৰি। সংগঠনটোৱে চৰাইদেউ জিলাৰ সীমান্তৱৰ্তী অঞ্চলক সুৰক্ষিত স্থান হিচাপে গণ্য কৰি সাংগঠনিক কাম-কাজকে ধৰি ধন সংগ্রহ অভিযান অব্যাহত ৰখা বুলি আৰক্ষীৰ…

ভট্টদেৱ বিশ্ববিদ্যালয়-ত নিযুক্তি — শিক্ষিত যোগ্য প্ৰাৰ্থীৰ বাবে সুযোগ

ভট্টদেৱ বিশ্ববিদ্যালয়-ত নিযুক্তি – ২০ টা অধ্যাপনা আৰু অ-অধ্যাপনা পদ ভট্টদেৱ বিশ্ববিদ্যালয়, বজালী, পাঠশালা, অসমে ২০টা পদৰ বাবে এখন নিযুক্তি বিজ্ঞপ্তি প্ৰকাশ কৰিছে। এই পদসমূহত অন্তৰ্ভুক্ত হৈছে— অধ্যাপক (Professor), সহযোগী অধ্যাপক…

মহিলা ইউৰো কাপ-ৰ চেম্পিয়ন ইংলেণ্ড, পেনাল্টি শ্বুটআউটত পৰাস্ত স্পেইন

ইংলেণ্ডে মহিলা ইউৰো কাপ ৰ খিতাপ অক্ষুণ্ণ ৰাখিছে৷ বাছেলত অনুষ্ঠিত তীব্র উত্তেজনাপূর্ণ ফাইনেল মেচখনত ইংলেণ্ডে পেনাল্টি শ্বুটআউটত স্পেইনক ৩–১ গ’লত পৰাস্ত কৰি চেম্পিয়নৰ সন্মান অর্জন কৰে৷ উল্লেখ্য যে ২০২২ চনত অনুষ্ঠিত প্রতিযোগিতাখনৰ ফাইনেলত…

মিঞামুক্ত উৰিয়ামঘাট ! বেদখলকাৰীৰ ঘৰত ১৫০ বুলড’জাৰৰ ধ্বংসলীলা

উৰিয়ামঘাট ত আজি পুৱাৰ পৰা আৰম্ভ হ’ল এখন বৃহৎ উচ্ছেদ অভিযান। স্থানীয় আৰক্ষী, জিলা প্ৰশাসন আৰু আৰক্ষী বাহিনীৰ সৈতে একেলগে ১৫০খন বুলড’জাৰে ধ্বংস কৰে বহু বছৰ ধৰি চৰকাৰী ভূমি বেদখল কৰি থকা মিঞা বসতিৰ ঘৰুৱা নিৰ্মাণ আৰু অবৈধ স্থাপনাসমূহ। স্থানীয়…

সম্পাদকীয় : বড়ো ৰাজনীতি-ৰ ৰেহৰূপ

বড়ো ৰাজনীতি-ৰ ৰেহৰূপ : প্রমোদ বড়ো নেতৃত্বাধীন বড়োলেণ্ড টেৰিটৰিয়েল কাউঞ্চিল (বিটিচি)ৰ কার্যকাল শেষ হ’বলৈ মাজত মাথোঁ চাৰি মাহ আছে৷ সংবিধানৰ সংশোধিত ষষ্ঠ অনুসূচীৰ অধীনত গঠিত স্বায়ত্তশাসিত পৰিষদৰ নির্বাচনক লৈ ইতিমধ্যে বড়োভূমিত ৰাজনৈতিক তৎপৰতা…

দেওঘৰত শোকাৱহ ঘটনা : বাছ-ট্ৰাকৰ সংঘৰ্ষত ১৮ তীৰ্থযাত্ৰীৰ কৰুণ মৃত্যু

ঝাৰখণ্ডৰ দেওঘৰত আজি পুৱা এটা শোকাৱহ দুৰ্ঘটনা ঘটিছে। দেওঘৰৰ মোহনপুৰ প্ৰখণ্ডৰ জামুনিয়া চকত এখন বাছ আৰু এখন ট্ৰাকৰ মাজত ভয়ংকৰ সংঘৰ্ষ ঘটে। এই সংঘৰ্ষত ১৮গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু হয় আৰু বহু লোক আহত হয়। সংঘৰ্ষটো ইমান ভয়াৱহ আছিল যে বাছখন…

আজিৰ দিনটোৰ ৰাশিফল

আজি ২৯ জুলাইৰ ৰাশিফল মেষঃ কর্মক্ষেত্রত নানা সমস্যা হোৱাৰ সম্ভাৱনা৷ যাত্রা কৰোঁতে সতর্ক হোৱা উচিত৷ ক’লা ৰঙৰ বস্ত্র পুৱাৰ ভাগত পৰিধান কৰিলে শুভ৷ শুভ ৰং হালধীয়া, শুভ সংখ্যা ৬৷ বৃষঃ ব্যৱসায়ত আশানুৰূপ ফল লাভৰ পৰা বঞ্চিত৷ পুৱা–গধূলি ভগৱানৰ নাম…

বন্যহস্তীৰ উপদ্ৰৱ অব্যাহত, ভাঙিলে পাকঘৰ, আচবাব তহিলং

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ষষ্ঠ সংযোজনৰ পৰা ওলাই অহা বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাইছে জামুগুৰিহাটৰ দক্ষিণাঞ্চলত। বনাঞ্চলৰ পৰা জনাঞ্চলত বিচৰণ কৰা বনৰীয়া হাতীৰ জাকৰ মাজৰ পৰা ওলাই অহা এটা প্ৰকাণ্ড বনৰীয়া হাতীয়ে উপদ্ৰৱ চলাই জামুগুৰিহাটৰ দক্ষিণাঞ্চলৰ…

কনকলতা বৰুৱা বিশ্ববিদ্যালয়ৰ আধাৰশিলা স্থাপনলৈ কেন্দ্ৰীয় বিত্তমন্ত্ৰীক আমন্ত্ৰণ মুখ্যমন্ত্ৰীৰ

কনকলতা বৰুৱা বিশ্ববিদ্যালয় : সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালায়ত দুপৰীয়াৰ ভাগত হোৱা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাত কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। আলোচনাকালত মুখ্যমন্ত্ৰীয়ে জনায় যে সামাজিক আৰু আৰ্থনৈতিক সূচকসমূহত অসমে…