মাজুলীৰ শ্ৰীশ্ৰীবৰএলেঙি সত্ৰৰ ষষ্ঠদশ সত্ৰাধিকাৰ হিচাপে চন্দন গোস্বামীক নিৰ্মালি প্ৰদান
মাজুলীৰ নামনি মাজুলীৰ ঐতিহ্যমণ্ডিত "শ্ৰীশ্ৰী মাজুলী বৰএলেঙি সত্ৰ"ৰ ষষ্ঠদশ সত্ৰাধিকাৰ হিচাপে ৩০ জুনত সত্ৰখনৰ জ্যেষ্ঠ সত্ৰীয়া চন্দন গোস্বামীয়ে সত্ৰাধিকাৰৰ নিৰ্মালি গ্ৰহণ কৰিল। কালি দুপৰীয়া বৰ এলেঙি সত্ৰত অনুষ্ঠিত এক আধ্যাত্মিক তথা…