নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

চীনৰ পৰা চেংডু জে–১০ চি যুদ্ধবিমান ক্রয় কৰিব ইৰানে

ইজৰাইল আৰু আমেৰিকা যুক্তৰাষ্ট্রৰ আকাশমার্গেৰে আক্রমণ, ৰাছিয়াৰ সৈতে ছুখয়–৩৫ৰ চুক্তি স্থগিত হোৱাৰ পিছত ইৰানে চীনৰ পৰা অত্যাধুনিক যুদ্ধবিমান ক্রয়ৰ সিদ্ধান্ত গ্রহণ কৰিছে৷ চীনৰ চেংডু জে–১০ চি যুদ্ধবিমান ক্রয় কৰাৰ বাবে তেহৰানে বেইজিঙৰ সৈতে…

ৰাছিয়াত যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন ভাৰতীয় নৌসেনাৰ

ৰাছিয়াত ভাৰতীয় নৌবাহিনীয়ে যুদ্ধজাহাজ আইএনএছ তামাল মোতায়েন কৰে৷ দেশৰ বাহিৰত নির্মাণ কৰা এইখনেই হ’ব অন্তিম যুদ্ধজাহাজ৷ মোতায়েন কার্যসূচীত অধ্যক্ষতা কৰে ভাৰতীয় নৌবাহিনীৰ ৱেষ্টার্ন নাভাল কমাণ্ড, ফ্লেগ অফিচাৰ কমাণ্ডিং ইন চীফ, ভাইচ এডমিৰেল সঞ্জয়…

ৰকেট উৎক্ষেপণ–ইভি মুকলি : মাস্কক সকীয়নি ট্রাম্পৰ

ঘনিষ্ঠ বন্ধুৰ পৰা এক্সপেণ্ডিং বিল তথা ৱান বিগ বিউটিফুলক লৈ শত্রুতাত পৰিণত হোৱা মার্কিন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্প আৰু ধনকুবেৰ এলন মাস্কৰ মাজত সংঘাত দিনে দিনে বৃদ্ধি পাই আহিছে৷ দ্বিতীয়বাৰৰ বাবে ৰাষ্ট্রপতি পদত ট্রাম্পক অধিষ্ঠিত কৰাত সর্বাধিক…

পাক চেলিব্ৰিটীৰ বন্ধ ইনষ্টা একাউণ্ট পুনৰ উপলব্ধ ভাৰতত

ভাৰতৰ “অপাৰেচন সিন্দূৰ” নামৰ পাকিস্তান আৰু পাকিস্তান অধিকৃত কাশ্মীৰ (PoK)-ৰ সন্ত্রাসবাদী সংগঠনসমূহৰ বিৰুদ্ধে চলোৱা অভিযানৰ পিচত বহু পাকিস্তানী অভিনেতা-অভিনেত্ৰীয়ে ভাৰত আৰু ভাৰতীয় সেনাক সমালোচনা কৰিছিল। ইয়াৰ ফলস্বৰূপ, ভাৰত চৰকাৰে সেইসময়ত…

নগৰবেৰাত স্ক’ৰপিঅ’ৰ খুন্দাত উভালিল বিদ্যুতৰ খুঁটা, ভাঙিল বাউণ্ডেৰী ৱাল

আজি পুৱাৰ ভাগতে নগৰবেৰা থানাৰ অন্তৰ্গত সৰু কালুবাৰী গাঁৱত এক শিঁহৰণকাৰী পথ দুৰ্ঘটনা সংঘটিত হয়। গোৱালপাৰা শিমলীতোলা দিশৰ পৰা নগৰবেৰা অভিমুখে গৈ থকা এএছ০১-জিজি-৬১৪৩ নম্বৰৰ তীব্ৰবেগী বাহন খনে নিয়ন্ত্ৰণ হেৰুৱাই প্ৰথমে বিদ্যুতৰ খুটাত আৰু পাছলৈ…

অম্বুবাচী মেলাত ডিগবৈৰ অবিবাহিত যুৱক বাপ্পা দাস সন্ধানহীন

ডিগবৈ লাচিত নগৰৰ নিবাসী , অবিবাহিত যুৱক বাপ্পা দাস(৪০) গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত  অনুষ্ঠিত অম্বুবাচী মেলাত অংশগ্ৰহণ কৰিবলৈ গৈ বৰ্তমানলৈকে সন্ধানহীন হৈ আছে। যুৱক গৰাকীৰ শুং সুত্ৰ বিচাৰি পৰিয়ালৰ লোক চিন্তিত হৈ পৰিছে। পৰিয়ালৰ লোকে জানিব…

কামাখ্যা ষ্টেচনৰ পদসেতুৰ পৰা জঁপিয়াই যাত্ৰীৰ আত্মহত্যা

গুৱাহাটী মহানগৰীৰ কামাখ্যা ষ্টেচনৰ পদ সেতুৰ ওপৰৰ পৰা এজন যাত্ৰীয়ে জপিয়াই আত্মহত্যা কৰে। ৰেল আৰক্ষীৰ সূত্ৰই জনোৱা মতে, যোৱা ২৮ জুনৰ নিশা এজন পুৰুষ যাত্ৰীয়ে কামাখ্যা ৰেল ষ্টেচনৰ পদ সেতুৰ ওপৰৰ পৰা তলত জপিয়াই দিয়ে। গুৰুতৰ ভাবে আহত অচিনাক্ত…

আজিৰ দিনটোৰ ৰাশিফল

আজিৰ দিনটোৰ ৰাশিফল আজি ২ জুলাই, আহাৰ মাহৰ ১৭ তাৰিখ বুধবাৰঃ তিথি–শুক্লা সপ্তমী, নক্ষত্রঃ উত্তৰ ফাল্গুনী, যাত্রাঃ নাই মেষঃ এই ৰাশিৰ জাতক–জাতিকাই ফুৰা–চকাৰ ক্ষেত্রত সাৱধান থাকিব৷ নিৰামিষ আহাৰ গ্রহণ কৰিব৷ বিদ্যার্থীসকলৰ বাবে ভাল, প্রেমত শুভ৷…

AI ৰবটৰ ভৰিৰ যাদুত মোহাচ্ছন্ন ফুটবলপ্রেমী, ৰবট ফুটবল প্রতিযোগিতা

মানৱসৃষ্ট অত্যাধুনিক ৰবটে মানুহক পিছ পেলাই যাব নেকি, এই ধৰণৰ চর্চা আৰম্ভ হৈছে৷ ৰবটৰ দ্বাৰা মানুহে উদ্যোগৰ পৰা অতিথি আপ্যায়নলৈ বিভিন্ন কার্য সম্পাদন কৰি আহিছে৷ ক্রীড়া জগততো ৰবটৰ সংযোজন ঘটিছে৷ চীনত শেহতীয়াভাৱে ৰবট বনাম ৰবট ফুটবল প্রতিযোগিতাই…

বৰক্ষেত্ৰীৰ নাও দুৰ্ঘটনাত নিখোজ ছাত্ৰৰ চেঙাৰ ৰৌমাৰী পাথাৰত মৃতদেহ উদ্ধাৰ

নলবাৰী জিলাৰ বৰক্ষেত্ৰী ৰাজহ চক্ৰৰ অন্তৰ্গত গোৰাক্ষাট্টাৰীত যোৱা ১৯ জুনত সংঘটিত শোকাবহ নাও দুৰ্ঘটনাত নিখোজ হৈ থকা দুগৰাকী ছাত্ৰৰ ভিতৰত আজি এগৰাকী ছাত্ৰৰ মৃতদেহ উদ্ধাৰ হয় ৷ বৰক্ষেত্ৰীৰ চৰাঞ্চলৰ পৰা ব্ৰহ্মপুত্ৰৰ সুঁতিৰে নদিয়া- পেৰাধৰা…