নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

শত্ৰুপক্ষক শ’লঠেকত পেলাবলৈ Agni-5 missile-ৰ শক্তি বৃদ্ধি

ভাৰতে এতিয়া নিজৰ শক্তিশালী Agni-5 missile-ৰ এটা নতুন সংস্কৰণ নিৰ্মাণ কৰিছে, যিটো বিশেষভাৱে গভীৰভাৱে শত্রু লক্ষ্য ধ্বংস কৰিবলৈ ডিজাইন কৰা হৈছে। India Today-এ প্ৰকাশ কৰা খবৰ অনুসৰি, এই উন্নত মিছাইলটোৱে ডাঙৰ শক্তিসম্পন্ন ৱাৰহেড বহন কৰিব পাৰিব…

চাংসাৰিত ভূঁই ৰোৱা-কঠীয়া বিতৰণ কাৰ্যসূচী বিজেপি কৃষক মৰ্চা অসম প্ৰদেশৰ

চাংসাৰি আঠিয়াবৈত ভাৰতীয় জনতা পাৰ্টি কৃষক মৰ্চা অসম প্ৰদেশৰ উদ্যোগত আকাংক্ষা কৃষি আত্ম সহায়ক গোটৰ সহযোগত ভূঁই ৰোৱা আৰু কঠীয়া বিতৰণৰ কাৰ্যসূচীৰ আয়োজন কৰা হয় ৰাজ্যিক বিজেপিৰ কৃষক মৰ্চাৰ সম্পাদক ৰঞ্জিত ভট্টাচাৰ্যই কেইবাজনো কৃষকক কঠীয়া…

অস্তিত্বৰ সংকটত ঐতিহাসিক চীনৰ প্ৰাচীৰ চামধৰা গড় : বেদখলমুক্তৰ দাবী জাতীয় সংগঠনৰ

আহোম ৰাজত্ব কালৰ শৌৰ্য বীৰ্যৰ প্ৰতীক অসমৰ চীনৰ প্ৰাচীৰ চামধৰা গড়ত সন্দেহজনক লোকৰ বেদখলৰ বিৰুদ্ধে বাতৰি প্ৰকাশ পোৱাৰ পাছতেই বিভিন্ন দল সংগঠন সৰব হৈ পৰিছে। দল সংগঠন কেইটাই ৰাজ্য চৰকাৰক  শীঘ্ৰেই এই লোক সকলক উচ্ছেদ কৰি ঐতিহাসিক গড়টো বেদখলৰ পৰা…

ফণীন্দ্ৰনাথ গায়নক জীৱনজোৰা সাহিত্য সাধনা বঁটা নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ

নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীয়ে বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰনাথ গায়নক প্ৰদান কৰিলে "জীৱনজোৰা সাহিত্য সাধনা বঁটা ৷ নগাঁও জিলা অসমীয়া সাহিত্য সন্মিলনীৰ সভাপতি ডাঃ ঋষেশ্বৰ ঠেঙাল শইকীয়াৰ সভাপতিত্বত অনুষ্ঠিত বঁটা প্ৰদান সভাখনত পুৰণিগুদাম…

যোৰহাট জিলা দিৱস পালন : ভাৰত-পাকিস্তান যুদ্ধত অৱতীৰ্ণ সৈনিকক সম্বৰ্ধনা

দেশৰ স্বাধীনতা সংগ্ৰামৰ বহুকেইজন গুৰিয়াল সংগ্ৰামীৰ ঠাই এই যোৰহাট। স্বৰাজোত্তৰ দেশত ১৯৮৩ চনৰ ১ জুলাইত জিলা হিচাপে ঘোষণা কৰাৰ পিছত যোৰহাটৰ বহু সু-সন্তানে শিক্ষা, ৰাজনীতি, স্বাস্থ্য, প্ৰযুক্তিবিদ্যাকে আদি কৰি বহুক্ষেত্ৰত দেশৰ লগতে বিদেশতো…

জাগুনত বনৰক্ষী-চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলী, ধৃত ১

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ দ্বাৰা আটক কৰা হয় এটা চোৰাং চিকাৰী। বনাঞ্চলিক কাৰ্য্যালয়টোৰ অন্তৰ্গত টিংকোপানী সংৰক্ষিত বনাঞ্চলৰ নিমখ পুং নামে ঠাইৰ পৰা নামচিক খণ্ড কাৰ্য্যালয়ৰ এটা টহলদাৰী দলে হাতে লুটে আটক কৰিবলৈ সক্ষম হয় চোৰাং…

জাগুনত বন্যহস্তীৰ কৰুণ মৃত্যু, কথা কাষৰনীত মৰ্মান্তিক ঘটনা

ডিগবৈ বন সংমণ্ডলৰ অধীনৰ জাগুন বন বিভাগৰ অন্তৰ্গত কথা কাষৰনীত মৃত অৱস্থাত উদ্ধাৰ হয় এটা বন্য হস্তী। কথা সংৰক্ষিত বনাঞ্চলৰ গাতে লাগি থকা কথা কাষৰনী গাঁৱৰ এখন বাৰীত উদ্ধাৰ হয় মৃত হাতীটো। অমূল্য চুতীয়া নামৰ ব্যক্তিজনৰ বাৰীত বোৱাৰীয়েকে…

বোকাখাতৰ গ্ৰেনেড বিস্ফোৰণত আহত ৩ জোৱানৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰীয়ে

বোকাখাতৰ সাপজুৰিৰ পানবাৰী গ্ৰেণেড বিস্ফোৰণত আহত ৩ জোৱানৰ স্বাস্থ্যৰ বুজ ল'লে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বোকাখাতৰ আৱৰ্ত্ত ভৱনত জোৱানকেইজনক লগ পোৱাৰ পিছত উন্নত স্বাস্থ্য পৰীক্ষাৰ বাবে গুৱাহাটীলৈ নিয়াৰ বাবে গোলাঘাট জিলাৰ আৰক্ষী…

মহাকাশলৈ ৫২ উপগ্রহ প্রেৰণৰ ‘ব্লুপ্রিণ্ট’ ভাৰতৰ

🔹 অপাৰেচন সিন্দূৰৰ পাছত পাকিস্তান–চীনৰ ওপৰত চোকা নজৰ নিউজ ডেস্ক, ১ জুলাই : পাকিস্তানৰ বিৰুদ্ধে অপাৰেচন সিন্দূৰৰ পাছত দুই প্রতিবেশী ৰাষ্ট্রৰ ওপৰত কঠোৰ নজৰ ভাৰতৰ৷ চীন আৰু পাকিস্তানৰ গতিবিধিৰ ওপৰত প্রতি মুহূর্ততে নজৰ ৰাখিবলৈ মহাকাশলৈ ৫২টা…

হোজাইত ৰাইজে খেদি খেদি আটক কৰিলে দুই ভণ্ড কবিৰাজক

হোজাইৰ চহৰৰ বিভিন্ন অঞ্চলত কবিৰাজী কৰাৰ চলেৰে ঠগ প্ৰবঞ্চনা কৰি সোনৰ অলংকাৰ, ধন লুটি নি এক আতংকময় পৰিবেশ সৃষ্টি কৰাৰ সময়তে চহৰখনৰ কৃষ্ণ নগৰ অঞ্চলৰ স্থানীয় ৰাইজে খেদি খেদি জমিৰ আলী আৰু আক্রম হুছেইন নামৰ দুই ভণ্ড কাবিৰাজক আটক কৰি হোজাই আৰক্ষীক…