নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত
Browsing Tag

Featured

বড়োলেণ্ড মডেল

হিংসাজর্জৰ পৰিস্থিতিৰ অৱসান ঘটাই দেশৰ শান্তি আৰু বিকাশৰ আদর্শ ভূমিত পৰিণত হৈছে বড়োলেণ্ড টেৰিটৰিয়েল ৰিজন (বিটিআৰ)৷ ২৯ জুনত আকাশবাণীৰ ১২৩ সংখ্যক ‘মন কী বাত’ত প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে বড়োভূমিৰ অনন্য যাত্রাক দেশৰ এক আদর্শৰূপে অভিহিত কৰিছে৷…

আজি দিনটোৰ ৰাশিফল

আজি দিনটোৰ ৰাশিফল, আজি ১ জুলাই, আহাৰ মাহৰ ১৬ তাৰিখ মঙলবাৰ : তিথি–শুক্লা ষষ্ঠী, নক্ষত্র : পূর্বফাল্গুনী, যাত্রা : নাই মেষ : যিকোনো কামকে ভাবি–চিন্তি কৰক৷ ঘৰুৱা সিদ্ধান্ত লোৱাত গুৰুজনাৰ লগত আলোচনা কৰক৷ শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ২৷ বৃষ…

চেঙাৰ বামুন দংৰাত মাদক দ্ৰব্যৰ বিৰুদ্ধে সজাগতা সভা

নিয়মীয়া বাৰ্তা, ৩০ জুন : বৰপেটা জিলাৰ বামুন দংৰা পশ্চিম সমাজ সেৱা সমিতিৰ উদ্যোগত আৰু মন্দিয়া আৰক্ষী সহযোগত বামুন দংৰা পশ্চিম সমাজ ঈদগাহ ময়দানত মাদক দ্ৰব্যৰ বিৰুদ্ধে এখনি সজাগতা সভা অনুষ্ঠিত কৰে । সম্প্ৰতি সমাজত প্ৰচলিত মাৰাত্মক ড্ৰাগছ,…

বুকিঙৰ বিসংগতিৰ বাবে বিবাহৰ পাৰ্টী বিঘ্নিত, ৪৫,০০০ টকাৰ ক্ষতিপূৰণ হোটেলক

চেন্নাই উত্তৰ জিলা গ্ৰাহক বিবাদ নিষ্পত্তি আয়োগে মাদ্ৰাজ হাইকোৰ্টৰ এগৰাকী অধিবক্তাক ৪৫,০০০ টকা ক্ষতিপূৰণ দিবলৈ চহৰখনৰ এখন হোটেলক নিৰ্দেশ দিছে, কাৰণ তেওঁ অগ্ৰিম ধন জমা দিয়াৰ পিছতো তেওঁক সংৰক্ষিত কোঠাসমূহ প্ৰদান কৰা নহ’ল। অভিযোগকাৰী ছাজিদ…

২২ গজত পুনৰ মুখামুখি হ’ব ভাৰত-পাকিস্তান

🔹 ছেপ্টেম্বৰৰ দ্বিতীয় সপ্তাহৰ পৰা নিৰপেক্ষ স্থানত এছিয়া কাপ ! নিউজ ডেস্ক, ৩০ জুন : ভাৰত–পাকিস্তানৰ সামৰিক সংঘাতৰ পিছত ক্রিকেট খেলপথাৰত পুনৰ মুখামুখি হোৱাৰ সম্ভাৱনা আছে ভাৰত আৰু পাকিস্তানৰ৷ পেহেলগাম কাণ্ডৰ পিছত ক্রিকেট ব’ৰ্ড দুখনে দুয়োখন…

আৰচিবিৰ যশ দয়ালৰ বিৰুদ্ধে গোচৰ গাজিয়াবাদৰ মহিলাৰ

🔹 বিয়াৰ প্রলোভনেৰে শাৰীৰিক-মানসিক নির্যাতন নিউজ ডেস্ক, ৩০ জুন : বিপদত পৰিছে ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ পেচ বলাৰ যশ দয়াল৷ গাজিয়াবাদৰ এগৰাকী মহিলাই ২৭ বছৰীয়া যশ দয়ালৰ বিৰুদ্ধে আনিছে ভয়ংকৰ অভিযোগ৷ বিয়াৰ প্রলোভনেৰে মহিলাগৰাকীক শোষণ কৰি অহা…

Telangana Reactor blast : ৮জনৰ মৃত্যু, বহুতো আহত

তেলেংগানাৰ সংগাৰেড্ডি জিলাৰ পশ্যামাইলাৰামস্থিত এটা কেমিকেল কাৰখানাত আজি পুৱা সংঘটিত ভয়ংকৰ বিস্ফোৰণত কমেও ৮জন লোক নিহত আৰু বহুতো লোক আঘাতপ্ৰাপ্ত হৈছে বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। VIDEO | Medak, Telangana: At least ten people dead after a…

হানীমুন হত্যাকাণ্ডৰ মুখ্য প্ৰমাণ উদ্ধাৰ : মধ্যপ্ৰদেশত অভিযান মেঘালয় আৰক্ষীৰ

মেঘালয়ৰ জনপ্ৰিয় পৰ্যটনস্থান ছোহৰাৰ পৰা নিখোজ হোৱা ৰাজা ৰঘুবংশীৰ গলিত দেহ জুনৰ ২ তাৰিখে ৱেইছাউডঙ জলপ্ৰপাতৰ কাষত উদ্ধাৰ কৰা হৈছিল। তেওঁ তেওঁৰ পত্নী সোনম ৰঘুবংশীৰ সৈতে ২৩ মেৰ পৰা নিখোজ হৈছিল। এই হত্যাকাণ্ড সন্দর্ভত মধ্যপ্ৰদেশৰ ৰতলাম জিলাত…

চালক নিহত, ৮গৰাকী শিক্ষাৰ্থী আহত, বিদ্যালয়ৰ বাহনৰ দুৰ্ঘটনাগ্ৰস্ত

আজি এটি দুখজনক দুৰ্ঘটনা সংঘটিত হয়। আজি পুৱা ওড়িশাৰ কেন‌ঝাৰ জিলাৰ ৰামচন্দ্ৰপুৰ থানাৰ অন্তৰ্গত চাইনকুলা অঞ্চলত একখন বিদ্যালয়ৰ বাহনৰ চালক নিহত হয় আৰু বিদ্যালয়ৰ ৮গৰাকী ছাত্ৰ-ছাত্ৰী আহত হয়। প্ৰাপ্ত খবৰ অনুসৰি, একখন বলেৰো গাড়ীত…

কাশ্মীৰ পাকিস্তানৰ ডিঙিৰ সিৰা

🔹 কাশ্মীৰ ইছ্যুত নিজৰ অৱস্থান সলনি নকৰে পাকিস্তানে 🔹 ভৱিষ্যতে ভাৰতে আক্রমণ চলালে কঠোৰ প্রত্যুত্তৰ দিব পাকিস্তানে 🔹 পাকৰ সেনাপ্রধান আছিম মুনিৰৰ বিস্ফোৰক মন্তব্য নিউজ ডেস্ক, ৩০ জুন : অপাৰেচন সিন্দূৰৰ পিছতো সলনি হোৱা নাই পাকিস্তানৰ স্থিতি৷…