ব্রিজ নির্মাণ আৰু আলাপ
ব্রিজ নামৰ অসমীয়া চলচ্চিত্রখনে ২০২০ চনত শ্রেষ্ঠ অসমীয়া চলচ্চিত্রৰ ৬৮সংখ্যক ৰাষ্ট্রীয় চলচ্চিত্র বঁটা লাভ কৰিছিল৷ ছবিখনৰ চিত্রনাট্য আৰু পৰিচালনা আছিল কৃপাল কলিতাৰ৷ ৰমা কুমাৰ দাস আৰু সবিতা দেৱীয়ে প্রযোজনা কৰা ব্রিজ ছবিখনে মুক্তি লাভ কৰিছিল…